মণিকংকনা দত্ত
অৱয়ব
| মণিকংকনা দত্ত | |
|---|---|
মণিকংকনা দত্ত | |
| জন্ম | মণিকংকনা দত্ত গুৱাহাটী, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | মডেল, অভিনেত্ৰী |
| ৱেবছাইট | |
| www.monidutta.com | |
মণিকংকণা দত্ত[1][2] মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[3]
অভিনয়
[সম্পাদনা কৰক]২০১০ চনত সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত আৰু ঐশ্বৰ্য ৰায় আৰু হৃত্বিক ৰোশন অভিনীত ভাৰতীয় ছবি গুজাৰিশত অভিনয়ৰ যোগেৰে অভিনয়ত আত্মপ্ৰকাশ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Official Website - Moni Kangana Dutta
- IMG Models
- Guzaarish সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Brook, Stephen (20 September 2007). "Vogue thinks big for Indian launch". Guardian UK (Guardian UK). https://www.theguardian.com/media/2007/sep/20/pressandpublishing.fashion। আহৰণ কৰা হৈছে: 20 September 2007.
- ↑ Safe, Georgina (24 April 2008). "Moni Dutta lives the model dream". The Australian (News Limited.). http://www.theaustralian.com.au/news/executive-lifestyle/moni-dutta-lives-the-model-dream/story-e6frg8k6-1111116154063। আহৰণ কৰা হৈছে: 24 April 2008.
- ↑ "AppMaster - the no-code platform for building web & mobile apps". Archived from the original on 3 March 2016. https://web.archive.org/web/20160303192056/http://www.northeastindianews.com/north-east-india-breaking-news-headlines/assamese-beauties-follow-in-monikangana%E2%80%99s-footsteps/। আহৰণ কৰা হৈছে: 15 October 2010.