সমললৈ যাওক

মণিকা মেহেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিকা মেহেম

২০০৭ চনত মেহেম
জন্ম ১৪ মাৰ্চ, ১৯৭৮ (৪৮ বছৰ)[1]
ব্ৰিছবেন, কুইন্সলেণ্ড, অষ্ট্ৰেলিয়া[1]
উচ্চতা ৫ ফুট ৫ ইঞ্চি (১.৬৫ মিটাৰ)[1]
ৱেবছাইট
monicamayhem.com

মণিকা মেহেম (জন্ম ১৪ মাৰ্চ ১৯৭৮) এগৰাকী অষ্ট্ৰেলিয়ান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, নৃত্যংগনা[2] আৰু গায়িকা।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মেহেমৰ জন্ম অষ্ট্ৰেলিয়াৰ ব্ৰিছবেন, কুইন্সলেণ্ডত আৰু তেওঁ অষ্ট্ৰেলিয়ান-ৱেল্‌ছীয় বংশোদ্ভূত।[1] তেওঁ কেনম’ৰ ষ্টেট হাইস্কুলত পঢ়িছিল কিন্তু পাছত বহিষ্কৃত হৈছিল।[3] তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত যোগদানৰ আগতে আৰ্থিক বজাৰ আৰু ভৱিষ্যত বাণিজ্য বিভাগত কাম কৰিছিল।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০০ চনৰ ডিচেম্বৰত তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত যোগদান কৰে। ২০০২ চনত তেওঁ XRCO Award শাখাৰ Starlet of the Year আৰু FOXE Award শাখাৰ "Vixen of the Year" পুৰস্কাৰ লাভ কৰে।[2][4]

প্ৰাপ্তবয়স্ক চলচ্চিত্ৰৰ বাহিৰে, তেওঁ "Sweet Avenge" নামৰ অল-গাৰ্ল মেটেল বেণ্ডৰ গায়িকা তথা গিটাৰিষ্ট আছিল।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১০ চনত তেওঁ চলচ্চিত্ৰ শিল্পৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ ঘোষণা কৰে[5] আৰু এজন ছিডনীৰ পশুচিকিৎসকৰ লগত বিবাহপাশত আবদ্ধ হয়।[6]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Christina (26 February 2008). "Interview with Monica Mayhem". AIPdaily. Archived from the original on 14 December 2009. https://web.archive.org/web/20091214211007/http://aipdaily.com/2008/interview-with-monica-mayhem/। আহৰণ কৰা হৈছে: 10 January 2015.
  2. 1 2 3 Lainie Speiser (1 June 2011). Confessions of the Hundred Hottest Porn Stars. Quiver. পৃষ্ঠা. 113. ISBN 978-1-59233-477-3. https://books.google.com/books?id=fdBrEZKNadkC&pg=PA113। আহৰণ কৰা হৈছে: 13 January 2014.
  3. ↑ "Porn star Monica Mayhem on a rampage". Courier Mail. 28 October 2009. http://www.couriermail.com.au/entertainment/confidential/porn-star-monica-mayhem-on-a-rampage/story-e6freq7o-1225792100343। আহৰণ কৰা হৈছে: 10 October 2010.
  4. ↑ "XRCO". XRCO.com. http://xrco.com/। আহৰণ কৰা হৈছে: 23 February 2008.
  5. ↑ Deux nouvelles pour Monica Mayhem Archived 12 June 2012 at the Wayback Machine Hot Vidéo, published 17 August 2010
  6. ↑ "Australia's Monica Mayhem from porn queen to vet's wife". http://www.dailytelegraph.com.au/entertainment/sydney-confidential/australias-monica-mayhem-rom-porn-queen-to-vets-wife/story-e6frewz0-1225936167848। আহৰণ কৰা হৈছে: 8 October 2010.