সমললৈ যাওক

মধুচন্দা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মধুচ্চন্দা
ব্যক্তিগত
ধৰ্ম হিন্দু ধৰ্ম
সন্তান আঘমাৰ্চন আৰু জেতা
পিতৃ-মাতৃ
ধৰ্মীয় জীৱনকাল
সাহিত্যিক কৰ্ম ৰচক (১-১০) গীত মণ্ডল-১ত, ঋকবেদমণ্ডল ৯ত গীত[1]

মধুচন্দা বা মধুচ্চন্দা, মধুষচন্দাঃ বৈশ্বমিত্ৰ নামেৰেও জনাজাত, হিন্দু সাহিত্যত উল্লেখ কৰা এজন ঋষি। ঋগবেদৰ কেইবাটাও গীত তেওঁৰ দ্বাৰা ৰচিত। তেওঁ বিশ্বামিত্ৰ ঋষিৰ অন্যতম পুত্ৰ।[2][3] মধুচ্চন্দাক বৈদিক সাহিত্যৰ ওপৰত পূৰ্ণজ্ঞান প্ৰাপ্ত কৰা বুলি গণ্য কৰা হয় আৰু তেওঁ এজন মহান গায়কো আছিল।[4]

সাহিত্য

[সম্পাদনা কৰক]

মধুচন্দাই অগ্নিদেৱতা অগ্নিৰ গীতৰ ৰচক আছিল, যাৰ পৰা ঋগবেদ আৰম্ভ হয়। ঋগবেদৰ ১ নং মণ্ডলৰ প্ৰথম দহটা গীতৰ ৰচক হিচাপে তেওঁক অভিহিত কৰা হয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Stephanie W. Jamison, Joel P. Brereton (2014). The Rigveda: 3-Volume Set. OXFORD University Press. পৃষ্ঠা. 88-102. ISBN 9780199370184. https://books.google.com/books?id=1-PRAwAAQBAJ। আহৰণ কৰা হৈছে: 24 May 2014. 
  2. Wendy Doniger (1988). Textual Sources for the Study of Hinduism. Manchester University Press. পৃষ্ঠা. 24. ISBN 9780719018671. https://books.google.com/books?id=KtZRAQAAIAAJ. 
  3. J.P. Mittal (2006). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. পৃষ্ঠা. 281. ISBN 9788126906154. https://books.google.com/books?id=b7gOBW8oDFgC&dq=madhuchchhandas+vishvamitra+son&pg=PA281. 
  4. Gaṅgeśvarānanda (1982). Vedas, a Way of Life from Yadnya (sacrifice) to Yoga (union). Matoshri Rampyaribai Sarda Satkarya Nidhi. https://books.google.com/books?id=0LgoAAAAYAAJ। আহৰণ কৰা হৈছে: 24 June 2008. 
  5. Roshen Dalal (15 April 2014). The Vedas: An Introduction to Hinduism's Sacred Texts. Penguin UK. ISBN 9788184757637. https://books.google.com/books?id=UCEoAwAAQBAJ। আহৰণ কৰা হৈছে: 15 April 2014.