সমললৈ যাওক

মধুমিতা সৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মধুমিতা সৰকাৰ

২০২২ চনত মধুমিতা
জন্ম মধুমিতা সৰকাৰ
২৬ অক্টোবৰ, ১৯৯২ (৩২ বছৰ)
চম্পাহাটি, বাৰুইপুৰ, দক্ষিণ চব্বিশ পৰগনা, পশ্চিমবঙ্গ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম মধু
শিক্ষা দৰ্শন শাস্ত্ৰ
শিক্ষানুষ্ঠান যাদবপুৰ বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১১ - বৰ্তমান
দাম্পত্যসঙ্গী সৌৰভ চক্ৰৱৰ্তী (বি. ২০১৫১৯)


মধুমিতা সৰকাৰ (ইংৰাজী: Madhumita Sarkar; জন্ম: ২৬ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী। তেওঁ বোঝেনা সে বোঝেনা ধাৰাবাহিকত পাখি ঘোষ আৰু কুসুম দোলা ধাৰাবাহিকত[1] ডক্তৰ ইমন মুখাৰ্জীৰ মুখ্য চৰিত্ৰত অভিনয় কৰি পৰিচিত হয়।

কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ প্ৰধানকৈ টেলিভিছন ধাৰাবাহিক বোঝেনা সে ব'ঝেনাত "পাখি",[2] কেয়াৰ কাৰি নাত "জুনি" আৰু কুসুম দোলাত "ইমন"ৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হয়। ইয়াৰ উপৰিও তেওঁ মডেলিঙো কৰিছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৫ চনৰ জুলাই মাহত তেওঁ পৰিচালক, প্ৰযোজক, অভিনেতা সৌৰভ চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3][4] ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

পুৰস্কাৰ

[সম্পাদনা কৰক]
  • ষ্টাৰ জলসা পৰিবাৰ এৱাৰ্ড ২০১৫
  • ষ্টাৰ জলসা পৰিবাৰ এৱাৰ্ড ২০১৬

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Center, Bollywood (2020-10-29). "Madhumita Sarkar Instagram Photos Age Height Info & Wiki" (en-US ভাষাত). sFwFun. Archived from the original on ২০২৩-০৬-০৯. https://web.archive.org/web/20230609122418/https://in.sfwfun.com/madhumita-sarkar-photos/। আহৰণ কৰা হৈছে: 2023-07-09. 
  2. "Why is Pakhi of Bojhena Shey Bojhena called Dhopas Kumari? - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/bengali/Why-is-Pakhi-of-Bojhena-Shey-Bojhena-called-Dhopas-Kumari/articleshow/27181320.cms। আহৰণ কৰা হৈছে: 2019-03-07. 
  3. "Madhumita Sarkar Instagram Photos Age Height Info & Wiki". sfwfun. Archived from the original on ২০২০-০৯-২৫. https://web.archive.org/web/20200925141640/https://in.sfwfun.com/madhumita-sarkar-photos/। আহৰণ কৰা হৈছে: 2020-09-16. 
  4. "Madhumita Sarkar (Bengali Actress) Height, Weight, Age, Boyfriend, Husband, Biography & More » StarsUnfolded" (en-GB ভাষাত). StarsUnfolded. https://starsunfolded.com/madhumita-sarkar/। আহৰণ কৰা হৈছে: 2019-03-08.