মনে মোৰ কইনা বিচাৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনে মোৰ কইনা বিচাৰে

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক সদানন্দ গগৈ
চিত্ৰনাট্য দিলীপ কুমাৰ দত্ত
সদানন্দ গগৈ
কাহিনী দিলীপ কুমাৰ দত্ত
প্ৰযোজক কুমাৰ গৌৰব
অভিনয়ত ভাৰ্গৱ দাস
নীল দাস
আইমী বৰুৱা
নিশিতা গোস্বামী
চিত্ৰগ্ৰহণকাৰী শিবানন বৰুৱা
সংগীত পৰিচালক সদানন্দ গগৈ
প্ৰযোজনা
কোম্পানী
ইক' মটৰ্চ
পৰিবেশক গোৱেংকা এণ্টাৰপ্ৰাইজেচ
মুক্তি
১৫ মাৰ্চ, ২০১৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মনে মোৰ কইনা বিচাৰে হৈছে ২০১৩ চনৰ ১৫ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। "ইক' মটৰ্চ"ৰ বেনাৰত কুমাৰ গৌৰবে প্ৰযোজনা আৰু সদানন্দ গগৈয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে ভাৰ্গৱ দাস, নীল দাস, আইমী বৰুৱা আৰু নিশিতা গোস্বামীয়ে।[1]

কাহিনী সাৰাংশ[সম্পাদনা কৰক]


অভিনয়ত[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

  • প্ৰযোজনা- কুমাৰ গৌৰব
  • পৰিচালনা/সংলাপ/সংগীত- সদানন্দ গগৈ
  • কাহিনী- দিলীপ কুমাৰ দত্ত
  • চিত্ৰনাট্য- দিলীপ কুমাৰ দত্ত, সদানন্দ গগৈ
  • চিত্ৰগ্ৰহণ- শিবানন বৰুৱা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Assamese Films: News This Week (11-17 March 2013)". News Live TV. ১৬ মাৰ্চ, ২০১৩. http://www.newslivetv.com/assamese-film-and-theatre/assamese-films-news-this-week-11-17-march-2013.html। আহৰণ কৰা হৈছে: ২৫ মাৰ্চ, ২০১৩.