সমললৈ যাওক

মনোৰমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনোৰমা

চিনেমা সাংবাদিক সন্থাৰ অনুষ্ঠানত মনোৰামা
জন্ম গোপীশান্তা
২৬ মে', ১৯৩৭
মান্নাৰগুডী, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানj তিৰুকান্নমগাই, তিৰুৱৰুৰ জিলা, তামিলনাডু, ভাৰত)
মৃত্যু ১০ অক্টোবৰ, ২০১৫ (৭৮ বছৰ)
চেন্নাই, তামিলনাডু
অন্য নাম আচী
সক্ৰিয় হৈ থকা সময় ১৯৫৮-২০১৫
দাম্পত্যসঙ্গী এচ এম ৰামানাথন (বি. ১৯৫৪; বিবি. ১৯৫৬)
সন্তান

গোপীশান্তা (ইংৰাজী: Gopishantha; ২৬ মে' ১৯৩৭ – ১০ অক্টোবৰ ২০১৫), এগৰাকী ভাৰতীয় অভিনেত্ৰী, কমেডিয়ান আৰু নেপথ্য কণ্ঠশিল্পী আছিল,যাৰ মঞ্চনাম মনোৰমা আছিল আৰু যাক আচী বুলিও কোৱা হয়। তেওঁ ১০০০ৰো অধিক ছবিত অভিনয় আৰু ৫০০০টা মঞ্চ প্ৰদৰ্শন কৰিছে। মূলতঃ তামিল, তেলেগু, কানাড়া, মালয়ালম আৰু সিংহলী ভাষাত অভিনয় কৰিছে।[1][2] ১৯৯৫ চনত কলাইমামণি বঁটাৰে সন্মানিত হোৱা মনোৰমাক ২০০২ চনত ভাৰত চৰকাৰে কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু সাতটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[3][4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]