সমললৈ যাওক

মন জানে না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মন জানে না

থিয়েটাৰ মুক্তিৰ পোষ্টাৰ
পৰিচালক ছাগুফতা ৰফিক
ৰচনা ছাগুফতা ৰফিক
চিত্ৰনাট্য ছাগুফতা ৰফিক
কাহিনী ছাগুফতা ৰফিক
প্ৰযোজক শ্ৰীকান্ত মহতা
মহেন্দ্ৰ ছোনী
অভিনয়ত যশ দাসগুপ্ত
মিমি চক্ৰৱৰ্তী
চিত্ৰগ্ৰহণকাৰী ৰবি ৱালিয়া
সম্পাদনা সংলাপ ভৌমিক
সংগীত পৰিচালক ডাবু
লিংকন
প্ৰযোজনা
কোম্পানী
পৰিবেশক শ্ৰী ভেংকটেশ ফিল্মছ
মুক্তি
২১ মাৰ্চ ২০১৯ (2019-03-21)
দৈৰ্ঘ্য
১১৬ মিনিট
দেশ ভাৰত
ভাষা বাংলা

মন জানে না (ইংৰাজী: Mon Jaane Na) হৈছে ২০১৯ চনৰ ভাৰতীয় বাংলা ভাষাৰ, ৰোমান্টিক থ্ৰিলাৰ ছবি শ্বগুফতা ৰফিকৰ পৰিচালনা আৰু এছভিএফৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ চনীৰ দ্বাৰা প্ৰযোজিত বোলছবি‍।[1] যশ দাসগুপ্ত, মিমি চক্ৰৱৰ্তী আৰু ৰাজদ্বীপ গুপ্তা অভিনীত ছবিখনে আমিৰ আৰু পৰিৰ প্ৰেম কাহিনী অনুসৰণ কৰে।[2][3] এইখন পৰিচালক হিচাপে শ্বগুফতা ৰফিকৰ প্ৰথম বাংলা ছবি।[4] ছবিখন ২০১৯ চনৰ ২১ মাৰ্চত হোলী উৎসৱৰ লগত সংগতি ৰাখি ছবিগৃহত মুক্তি দিয়া হৈছিল।[5][6]

সংক্ষিপ্তসাৰ

[সম্পাদনা কৰক]

আমিৰ এজন ডেকা, অকলশৰীয়া মানুহ যিয়ে টেক্সি ড্ৰাইভিঙৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰে। অকলশৰীয়া দেখি বন্ধুজনে বিয়া পাতিবলৈ পৰামৰ্শ দিয়ে। আমিৰে স্থানীয় মৌলৱীৰ পৰা সহায় বিচাৰে যিয়ে তেওঁক এগৰাকী লাজুক, অনাথ ছোৱালী পৰীৰ সৈতে চিনাকি কৰাই দিয়ে। প্ৰথম দৃষ্টিতেই তেওঁ তাইৰ প্ৰেমত পৰে আৰু তেওঁলোকে বিয়াপাশত আৱদ্ধ হয়। বিয়াৰ পিছত পৰীয়ে‍ আমিৰৰ কিছুমান গোপন কথাৰ সন্মুখীন হয় আৰু তাই নিৰুদ্দেশ হয়।। দুবছৰ ধৰি আমিৰে এগৰাকী টেক্সি চালক হিচাপে গোটেই চহৰখনতে তেওঁক বিচাৰি ফুৰে। এদিন তেওঁ তাইক হোটেল এখনৰ বাহিৰত অচেতন অৱস্থাত পায়। অৱশ্যে, পৰী এতিয়া তাইৰ অপৰাধী স্বৰূপ নহয় কিন্তু এগৰাকী বেপৰোৱা ড্ৰাগছৰ আসক্তলৈ ৰূপান্তৰিত হৈছে আৰু পতিতাবৃত্তিলৈ গৈছে।

অভিনয়ত

[সম্পাদনা কৰক]

ছাউণ্ডট্ৰেক

[সম্পাদনা কৰক]
মন জানে না
ডাব্বু আৰু লিংকনৰ
সংগীত এলবাম
মুক্তি ১২ মাৰ্চ ২০১৯[8]
বাণীবন্ধন ২০১৮[9]
ষ্টুডিঅ' মিউজিক ৰুম ষ্টুডিঅ'
শৈলী/ধৰণ ফিচাৰ ফিল্ম চাউণ্ডট্ৰেক
দৈৰ্ঘ্য ১৩:৩৮
ভাষা বাংলা
লেবেল এচভিএফ
প্ৰযোজক ডাব্বু
লিংকন

ছবিখনৰ চাউণ্ডট্ৰেক ডাব্বু আৰু লিংকনে ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছে প্ৰসেনে।

ট্ৰেক তালিকা
নং শিৰোনামগায়ক দৈৰ্ঘ্য
1. "কেনো জে তোকে"  ৰাজ বৰ্মন ৫:০২
2. "অমৰ আগুনেৰ ছাই"  ৰাজ বৰ্মন ৫:৩৪
3. "কেনো জে তোকে (পুনৰাবৃত্তি)"  মিমি চক্ৰৱৰ্তী ৩:০২
মুঠ দৈৰ্ঘ্য:
১৩:৩৮

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mon Jaane Na". Times of India. 21 March 2019. https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/mon-jaane-na/movie-review/68524684.cms। আহৰণ কৰা হৈছে: 13 October 2020. 
  2. "Mimi Chakraborty On Mon Jaane Na, Owing Her Success To 'Masala Films' And Dealing With Harsh Reviews". 12 March 2019. https://www.filmcompanion.in/interviews/bollywood-interview/mimi-chakraborty-on-mon-jaane-na-owing-her-success-to-masala-films-and-dealing-with-harsh-reviews/. 
  3. "Mon Jaane Na Movie Review: A Misfire That Fails On Almost All Counts" (bn ভাষাত). 21 March 2019. https://www.filmcompanion.in/reviews/bengali-review/mon-jaane-na-movie-review-a-misfire-that-fails-on-almost-all-counts/. 
  4. "Shagufta Rafique teases fans about her first Bollywood directorial". Times of India. 2 April 2019. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/shagufta-rafique-teases-fans-about-her-first-bollywood-directorial/articleshow/68684587.cms। আহৰণ কৰা হৈছে: 13 October 2020. 
  5. "Mon Jaane Na movie review: Shagufta Rafique's derivative plot is made worse by poor execution". First Post. 13 October 2020. https://www.firstpost.com/entertainment/mon-jaane-na-movie-review-shagufta-rafiques-derivative-plot-is-made-worse-by-poor-execution-6308741.html. 
  6. "Mon Jaane Na". Book My Show. https://in.bookmyshow.com/movies/mon-jaane-na/ET00096721/. 
  7. "Here's how Mimi prepared for her role in 'Mon Jaane Na' – Times of India". 22 March 2019. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/heres-how-mimi-prepared-for-her-role-in-mon-jaane-na/articleshow/68522434.cms. 
  8. "Mon Jaane Na – Raj Barman – Download or Listen Free – JioSaavn". 21 February 2018. https://www.jiosaavn.com/album/mon-jaane-na/nhnhhU6-OIc_. 
  9. "Mon Jaane Na". https://www.hungama.com/album/mon-jaane-na/47311358/.