সমললৈ যাওক

মহম্মদ ৰেজা ইছলামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহম্মদ ৰেজা ইছলামী
জন্ম ১৯৪৫ (বয়স ৮০৮১)
তেহৰাণ, ইৰান
ক্ষেত্ৰ প্ৰায়োগিক বলবিজ্ঞান, কঠিন বলবিজ্ঞান
কৰ্মস্থান
  • লুইচিয়ানা ষ্টেট ইউনিভাৰ্চিটি
  • নাছা-এলএছইউ স্পেচ চাটল টিম প্ৰজেক্ট
  • তেহৰাণ পলিটেকনিক
জনা যায় থাৰ্মোইলাষ্টিচিটি

মহম্মদ ৰেজা ইছলামী ১৯৪৫ চনত জন্মগ্ৰহণ কৰা এজন ইৰানী বিজ্ঞানী আৰু ইৰানতেহৰাণত অৱস্থিত তেহৰাণ পলিটেকনিকৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক।

  • পিএইচডি – লুইচিয়ানা ষ্টেট ইউনিভাৰ্চিটি, বেটন ৰুজ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ১৯৭৩
  • এমএছচি – লুইচিয়ানা ষ্টেট ইউনিভাৰ্চিটি, বেটন ৰুজ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ১৯৭০
  • বিএছচি – আমিৰকাবিল ইউনিভাৰ্চিটি অৱ টেকন'লজী (তেহৰাণ পলিটেকনিক), তেহৰাণ, ইৰান, ১৯৬৮

স্বীকৃতি আৰু বঁটা

[সম্পাদনা কৰক]
  • এএছএমই ফেলো, ২০০১
  • এআইএএ সহযোগী ফেলো, ১৯৯৬
  • ইৰান বিজ্ঞান একাডেমীৰ ফেলো, যান্ত্ৰিক অভিযান্ত্ৰিক শাখাৰ মুৰব্বী (১৯৯২–৯৫), অভিযান্ত্ৰিক শাখাৰ অধ্যক্ষ (২০০৩-২০০৫, ২০১৯,...)
  • ইৰানীয়ান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছৰ সন্মানীয় সদস্য সমিতিৰ ৰাষ্ট্ৰীয় সম্পাদক[1]
  • বিশিষ্ট অধ্যাপক; আমিৰকাবিল ইউনিভাৰ্চিটি অৱ টেকন'লজী, ১৯৯১, ১৯৯৭ আৰু ২০০২
  • এএছএমই ১৯৯৪ বঁটা ফলক, আমেৰিকান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ, এএছএমই-ইএছডিএ সন্মিলন, লণ্ডন, জুলাই ১৯৯৪
  • আইএছএমই ১৯৯৬ ফলক প্ৰাপক, ৰাষ্ট্ৰীয় বিশিষ্ট অধ্যাপক
  • এএছএমই ১৯৯৬ বঁটা ফলক, এএছএমই-ইএছডিএ সন্মিলন, মণ্টপেলিয়াৰ, ফ্ৰান্স, জুলাই ১৯৯৬
  • ১৯৯৮ ইছডিএ বঁটা ফলক, চচাইটি ফৰ ডিজাইন এণ্ড প্ৰচেছ ছায়েন্স, ইণ্টিগ্ৰেটেড ডিজাইন এণ্ড প্ৰচেছ টেকন'লজীৰ তৃতীয় বিশ্ব সন্মিলন, ১৯৯৮, বাৰ্লিন, জাৰ্মানি
  • এএছএমই বঁটা ফলক, আমেৰিকান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ, পেট্ৰ'লিয়াম ডিভিজন, ইএছডিএ ২০০০ সন্মিলন, মণ্ট্ৰাক্স, চুইজাৰলেণ্ড, ১০–১৩ জুলাই, ২০০০
  • এএছএমই পেট্ৰ'লিয়াম ডিভিজন মেডেল, আমেৰিকান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ, পেট্ৰ'লিয়াম ডিভিজন, ইএছডিএ ২০০০ সন্মিলন, মণ্ট্ৰাক্স, চুইজাৰলেণ্ড, ১০–১৩ জুলাই, ২০০০
  • ৰাষ্ট্ৰীয়ভাৱে বিশিষ্ট গৱেষক, উচ্চ শিক্ষা মন্ত্ৰ্যালয়, ইৰান, ২০০২
  • ৰাষ্ট্ৰীয়ভাৱে বিশিষ্ট অধ্যাপক, উচ্চ শিক্ষা মন্ত্ৰ্যালয়, ইৰান, ২০০৩

গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
  • সম্পাদক: ডিজাইন: এনালিচিছ, চিহ্নেচিছ, এণ্ড এপ্লিকেচন, ভলিউম চি, প্ৰকাশক: এএছএমই, নিউয়ৰ্ক, ১৯৯৪ [2]
  • সহ-সম্পাদক: ডিজাইন: এনালিচিছ, চিহ্নেচিছ, এণ্ড এপ্লিকেচন, ভলিউম এ, প্ৰকাশক: এএছএমই, নিউয়ৰ্ক, ১৯৯৪
  • সহ-সম্পাদক: ডিজাইন: এনালিচিছ, চিহ্নেচিছ, এণ্ড এপ্লিকেচন, ভলিউম বি, প্ৰকাশক: এএছএমই, নিউয়ৰ্ক, ১৯৯৪
  • সম্পাদক: কম্পিউটেশ্যনেল এণ্ড থাৰ্মোমেকানিক, প্ৰচিডিংস অব এএচএমই-ইএছডিএ কনফাৰেন্স, এএছএমই, নিউয়ৰ্ক, ১৯৯৬
  • সহ-সম্পাদক: জেনেৰেল ডিজাইন এনালিচিছ, কনচিডাৰেশ্যনছ এণ্ড এপ্লিকেচন্‌ছ — এডুকেচন, ভলিউম ৬, এছডিপীএছ, টেক্সাছ, ১৯৯৮
  • হেটনাৰ্স্কি, আৰ.বি. আৰু ইছলামী, এম.আৰ.: থাৰ্মেল ষ্ট্ৰেচেছ, এডভান্সড থিয়ৰী এণ্ড এপ্লিকেচন্‌ছ, স্প্ৰীংগাৰ, নেদাৰলেণ্ড, ২০০৯
  • হেটনাৰ্স্কি, আৰ.বি. আৰু ইছলামী, এম.আৰ.: থাৰ্মেল ষ্ট্ৰেচেছ, এডভান্সড থিয়ৰী এণ্ড এপ্লিকেচন্‌ছ, দ্বিতীয় সংস্কৰণ, স্প্ৰীংগাৰ, চুইজাৰলেণ্ড, ২০১৯
  • ইছলামী, এম.আৰ., হেটনাৰ্স্কি, আৰ.বি., ইগনাচাক, জে., নোডা, এন., চুমি, এন., তানিগাৱা, ৱাই.: থিয়ৰী অৱ ইলাষ্টিচিটি এণ্ড থাৰ্মেল ষ্ট্ৰেচেছ, প্ৰব্লেমছ এণ্ড চলিউচন্‌ছ, স্প্ৰীংগাৰ, নেদাৰলেণ্ড, ২০১৩
  • লেখক: এ ফাৰ্ষ্ট কোৰ্চ ইন ফাইনাইট এলিমেণ্ট এনালিচিছ, আমিৰকাবিল ইউনিভাৰ্চিটি প্ৰেছ, ২০০৩
  • লেখক: ফাইনাইট এলিমেণ্টছ মেথডছ ইন মেকানিক্স, স্প্ৰীংগাৰ, চুইজাৰলেণ্ড, ২০১৪
  • লেখক: বাকলিং এণ্ড প'ষ্টবাকলিং অৱ বিমছ, প্লেটছ, এণ্ড চেলছ, স্প্ৰীংগাৰ, চুইজাৰলেণ্ড, ২০১৮
  • গ্ৰন্থ অংশ - থাৰ্মেল ষ্ট্ৰেচেছ ইন ঠিক এফজিএম প্ৰেচাৰ ভেচেলছ, প্ৰেচাৰ ভেচেলছ এণ্ড পাইপিং: ক’ডছ, ষ্টেণ্ডাৰ্ডছ, ডিজাইন এণ্ড এনালিচিছ গ্ৰন্থত অন্তৰ্ভুক্ত, সম্পাদক: বলদেৱ ৰাজ, বি.কে. চৌধুৰী আৰু ভেলুচামী, নাৰোছা পাব্লিচিং হাউচ, ২০০৭, ভাৰত

তথ্যসূত্ৰ

[সম্পাদনা কৰক]