সমললৈ যাওক

মহিলাৰ প্ৰিমিয়াৰ লীগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহিলাৰ প্ৰিমিয়াৰ লীগ
দেশ ভাৰত
প্ৰসাশক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)
ধৰণ টুৱেণ্টি২০
প্ৰথম প্ৰতিযোগিতা মহিলাৰ প্ৰিমিয়াৰ লীগ ২০২৩
শেষ প্ৰতিযোগিতা মহিলাৰ প্ৰিমিয়াৰ লীগ ২০২৬
পৰৱৰ্তী প্ৰতিযোগিতা মহিলাৰ প্ৰিমিয়াৰ লীগ ২০২৭
প্ৰতিযোগিতাৰ ধৰণ ডাবল ৰাউণ্ড ৰ’বিন টুৰ্ণামেণ্ট আৰু প্লে’ অফ
দল সংখ্যা
বৰ্তমানৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (দ্বিতীয় খিতাপ)
সৰ্বাধিক সফল মুম্বাই ইণ্ডিয়ানছ
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (২টাকৈ খিতাপ)
সৰ্বাধিক ৰাণ নেট চিভাৰ ব্ৰাণ্ট (১,৩৪৮)
সৰ্বাধিক ৱিকেট এমেলিয়া কেৰ (৫৪)
ৱেবচাইট wplt20.com

মহিলাৰ প্ৰিমিয়াৰ লীগ (ইংৰাজী : Women's Premier League চমুকৈ WPL) হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)য়ে এই লীগৰ সূচনা কৰিছিল। ক্ৰিকেট বিশ্বৰ প্ৰায় সকলো দেশৰে মহিলা খেলুৱৈৰে সমৃদ্ধ এই প্ৰতিযোগিতাৰ বৰ্তমান দলৰ সংখ্যা ৫টা।

২০২৫ ছিজনলৈকে মহিলাৰ প্ৰিমিয়াৰ লীগত ভাৰতৰ কেইবাখনো চহৰক লৈ দল পাঁচটা।

মহিলাৰ প্ৰিমিয়াৰ লীগ (India)
দল চহৰ ঘৰুৱা খেলপথাৰ অভিষেক অধিনায়ক মুখ্য প্ৰশিক্ষক মুঠ ছিজন
দিল্লী কেপিটেলছ দিল্লী অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম ২০২৩ মেগ লেনিং জনাতন বেট্টি
গুজৰাট জায়েণ্টছ বড়োদৰা, গুজৰাট ক’টাম্বি ষ্টেডিয়াম এছলি গাৰ্ডনাৰ মাইকেল ক্লিংগাৰ
মুম্বাই ইণ্ডিয়ানছ মুম্বাই, মহাৰাষ্ট্ৰ ব্ৰেবৰ্ণ ষ্টেডিয়াম হৰমনপ্ৰীত কৌৰ চাৰ্লোট এডৱাৰ্ডছ
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বেংগালুৰু, কৰ্ণাটক এম চিন্নাস্বামী ষ্টেডিয়াম স্মৃতি মান্ধানা লুক উইলিয়ামছ
ইউ পি ৱেৰিৱৰ্জ লক্ষ্ণৌ, উত্তৰ প্ৰদেশ ভা.ৰ.শ্ৰী.অ.বি.বা. একনা ক্ৰিকেট ষ্টেডিয়াম এলিছা হেলি জন লেৱিছ

সংস্কৰণ আৰু ফলাফল

[সম্পাদনা কৰক]
ছিজন চেম্পিয়নছ জয়ৰ ব্যৱধান ৰাণাৰ্ছ আপ ফাইনেলৰ স্থান বিজয়ী অধিনায়ক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ ছিজনৰ শ্ৰেষ্ঠ খেলুৱৈ
২০২৩ মুম্বাই ইণ্ডিয়ানছ
১৩৪/৩ (১৯.৩ অভাৰ)
৭ উইকেটত মুম্বাই ইণ্ডিয়ানছৰ জয়
Scorecard
দিল্লী কেপিটেলছ
১৩১/৯ (২০ অভাৰ)
ব্ৰেবৰ্ণ ষ্টেডিয়াম, মুম্বাই হৰমনপ্ৰীত কৌৰ (এম আই) নেট চিভাৰ ব্ৰাণ্ট (এম আই) হেইলি মেথিউছ (এম আই)
২০২৪ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু
১১৫/২ (১৯.৩ অভাৰ)
৮ উইকেটত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ জয়
Scorecard
দিল্লী কেপিটেলছ
১১৩ (১৮.৩ অভাৰ)
অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম, নতুন দিল্লী স্মৃতি মান্ধানা (আৰ চি বি) চফি মলিনিউ (আৰ চি বি) দীপ্তি শৰ্মা (ইউ পি ডব্লিউ)
২০২৫ মুম্বাই ইণ্ডিয়ানছ
১৪৯/৭ (২০ অভাৰ)
৮ ৰানত মুম্বাই ইণ্ডিয়ানছৰ জয়
Scorecard
দিল্লী কেপিটেলছ
১৪১/৯ (২০ অভাৰ)
ব্ৰেবৰ্ণ ষ্টেডিয়াম, মুম্বাই হৰমনপ্ৰীত কৌৰ (এম আই) হৰমনপ্ৰীত কৌৰ (এম আই) নেট চিভাৰ ব্ৰাণ্ট (এম আই)

প্ৰদৰ্শনৰ অভিলেখ

[সম্পাদনা কৰক]

দল/ছিজন
২০২৩
(৫)
২০২৪
(৫)
২০২৫
(৫)
দিল্লী কেপিটেলছ ১ম (ৰাণাৰ্ছ আপ) ১ম (ৰাণাৰ্ছ আপ) ১ম (ৰাণাৰ্ছ আপ)
গুজৰাট জায়েণ্টছ ৫ম (গ্ৰুপ পৰ্যায়) ৫ম (গ্ৰুপ পৰ্যায়) ৩য় (এলিমিনেটৰত পৰাজয়)
মুম্বাই ইণ্ডিয়ানছ ২য় (চেম্পিয়নছ) ২য় (এলিমিনেটৰত পৰাজয়) ২য় (চেম্পিয়নছ)
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু ৪ৰ্থ (গ্ৰুপ পৰ্যায়) ৩য় (চেম্পিয়নছ) ৪ৰ্থ (গ্ৰুপ পৰ্যায়)
ইউ পি ৱেৰিৱৰ্জ ৩য় (এলিমিনেটৰত পৰাজয়) ৪ৰ্থ (গ্ৰুপ পৰ্যায়) ৫ম (গ্ৰুপ পৰ্যায়)
দলৰ সামগ্ৰিক প্ৰদৰ্শন[1]
দল অৱতীৰ্ণ সৰ্বোত্তম ফলাফল পৰিসংখ্যা
সৰ্বমুঠ প্ৰথম শেহতীয়া মেচৰ সংখ্যা জয়ী পৰাজিত টাইড+জ টাইড+প অমীমাংসিত জয়ৰ %
মুম্বাই ইণ্ডিয়ানছ ২০২৩২০২৫চেম্পিয়নছ (২০২৩, ২০২৫)২৯২০৬৮.৯৭
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু ২০২৩২০২৫চেম্পিয়নছ (২০২৪)২৬১১১৩৪৪.২৩
দিল্লী কেপিটেলছ ২০২৩২০২৫ৰাণাৰ্ছ আপ (২০২৩, ২০২৪, ২০২৫)২৭১৭১০৬২.৯৬
ইউ পি ৱেৰিৱৰ্জ ২০২৩২০২৫এলিমিনেটৰ (২০২৩)২৫১৫৪০.০০
গুজৰাট জায়েণ্টছ ২০২৩২০২৫এলিমিনেটৰ (২০২৫)২৫১৭৩২.০০

অভিলেখ আৰু পৰিসংখ্যা

[সম্পাদনা কৰক]
বেটিং অভিলেখ
সৰ্বাধিক ৰান নেট চিভাৰ ব্ৰাণ্ট (এম আই) ১,০২৭[2]
সৰ্বাধিক স্ক’ৰ জৰ্জিয়া ভল (ইউ পি ডব্লিউ) ৯৯* (বনাম আৰ চি বি, ৮ মাৰ্চ, ২০২৫)[3]
চফি ডিভাইন (আৰ চি বি) ৯৯ (বনাম জি জি, ১৮ মাৰ্চ ২০২৩)[3]
সৰ্বাধিক পাৰ্টনাৰশ্বিপ শফালি বাৰ্মা আৰু মেগ লেনিং (ডি চি) ১৬২ (বনাম আৰ চি বি, ৫ মাৰ্চ ২০২৩)[4]
সৰ্বাধিক ছয় শফালি বাৰ্মা (ডি চি) ৪৯[5]
সৰ্বাধিক ৫০+ মেগ লেনিং (ডি চি) [6]
ব’লিং অভিলেখ
সৰ্বাধিক উইকেট হেইলি মেথিউ (এম আই) ৪১[7]
শ্ৰেষ্ঠ ব’লিং ফিগাৰ এলিচ পেৰি (আৰ চি বি) ৬/১৫ (বনাম এম আই, ১২ মাৰ্চ ২০২৪)[8]
ফিল্ডিং
সৰ্বাধিক ডিছমিছেলছ (উইকেট ৰক্ষক) ৰিচা ঘোষ (আৰ চি বি) ৩০[9]
সৰ্বাধিক কেচ (ফিল্ডাৰ) জেমিমাহ ৰড্ৰিগছ (ডি চি) ১৫[10]
দলীয় অভিলেখ
সৰ্বাধিক দলীয় স্ক’ৰ ইউ পি ৱেৰিৱৰ্জ ২২৫/৫ (২০ অভাৰ বনাম আৰ চি বি, ৮ মাৰ্চ ২০২৫)[11]
সৰ্বনিম্ন দলীয় স্ক’ৰ গুজৰাট জায়েণ্টছ ৬৪ (১৫.১ অভাৰ বনাম এম আই, ৪ মাৰ্চ, ২০২৩)[11]
15 March 2025 অনুসৰি

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "WPL - দলৰ প্ৰদৰ্শন" (en ভাষাত). ESPNcricinfo. 9 December 2023. https://stats.espncricinfo.com/ci/engine/stats/index.html?class=23;filter=advanced;orderby=team;template=results;trophy=988;type=team.
  2. "Women's Premier League Trophy batting most runs career" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/batting-most-runs-career/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  3. 1 2 "Women's Premier League Trophy batting most runs innings" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/batting-most-runs-innings/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  4. "Women's Premier League Trophy fow highest partnerships for any wicket" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/fow-highest-partnerships-for-any-wicket/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  5. "Women's Premier League Trophy batting most sixes career" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/batting-most-sixes-career/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  6. "Women's Premier League Trophy batting most fifties career" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/batting-most-fifties-career/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  7. "Women's Premier League Trophy bowling most wickets career" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/bowling-most-wickets-career/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  8. "Women's Premier League Trophy bowling best figures innings" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/bowling-best-figures-innings/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  9. "Women's Premier League Trophy keeping most dismissals career" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/keeping-most-dismissals-career/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  10. "Women's Premier League Trophy fielding most catches career" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/fielding-most-catches-career/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.
  11. 1 2 "Women's Premier League Trophy team highest innings totals" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/records/trophy/team-highest-innings-totals/women-s-premier-league-988 আহৰণ কৰা হৈছে: 2025-02-15.