মহেঞ্জোদাৰো (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহেঞ্জোদাৰো
পৰিচালক আশুতোষ গোৱাৰিকৰ
চিত্ৰনাট্য আশুতোষ গোৱাৰিকৰ
কাহিনী আশুতোষ গোৱাৰিকৰ
প্ৰযোজক
  • সিদ্ধাৰ্থ ৰয় কাপুৰ
  • সুনিতা গোৱাৰিকৰ
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী নৌমান তাৰিক
সম্পাদনা সন্দীপ ফ্ৰান্সিস
সংগীত পৰিচালক এ. আৰ. ৰহমান
প্ৰযোজনা
কোম্পানী
  • ইউটিভি ম'শ্বন পিকচাৰ
  • আশুতোষ গোৱাৰিকৰ প্ৰডাক্সন প্ৰাইভেট লিমিটেড (AGPPL)
পৰিবেশক ডিজনী ইন্ডিয়া
মুক্তি
১২ আগষ্ট, ২০১৬
দৈৰ্ঘ্য
১৫০ মিনিট[1]
দেশ ভাৰত
ভাষা হিন্দী
বাজেট
১০০ কৌটি[2][3][4][5]
সৰ্বমুঠ আয় ১০৭.৭৫ কৌটি[6]

মহেঞ্জোদাৰো (হিন্দী: मोहेंजो दड़ो) হ’ল ২০১৬ চনৰ ১২ আগষ্টত মুক্তি লাভ কৰা এখন ঐতিহাসিক-ৰোমান্টিক ভাৰতীয় চলচ্চিত্ৰআশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত আৰু সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু সুনীতা গোৱাৰিকৰৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত হৃত্বিক ৰোছন আৰু পূজা হেগড়ে মূল নায়ক আৰু নায়িকা হিচাপে অভিনয় কৰিছে।[7][8][9] সিন্ধু সভ্যতাৰ যুগৰ মহেঞ্জোদাৰো নামে এখন প্ৰাচীন নগৰৰ ওপৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কাম গুজৰাটৰ ভূজ, মুম্বাই, জবলপুৰ আৰু মহাৰাষ্ট্ৰৰ থানেত কৰা হৈছে। চলচ্চিত্ৰখন এহাল প্ৰেমিক-প্ৰেমিকাৰ ওপৰত নিৰ্মিত য’ত প্ৰেমিকজনে তেঁওৰ শত্ৰুৰ কন্যাৰ সৈতে প্ৰেমত পৰে। তেখেতৰ প্ৰেমিকাজনী এজনী নৃত্যশিল্পী।[10][11]

অভিনেতা-অভিনেত্ৰী[সম্পাদনা কৰক]

  • হৃত্বিক ৰোছন[12]
  • পূজা হেগড়ে[12]
  • কবিৰ বেদী[13]
  • অৰুনোদই সিং[14]
  • সুহাসিনী মুলয়
  • নিতীশ ভৰদ্বাজ[15]
  • কিশোৰী সাহানে[16]
  • শাৰদ কেলকাৰ
  • মনিশ চৌধাৰী[17]
  • নৰেন্দ্ৰ ঝা[18]
  • পীযুস মিশ্ৰা
  • কেজী ফ্ৰাংক[19]
  • দিগন্ত হাজৰিকা[20][21]

প্ৰযোজনা[সম্পাদনা কৰক]

নিৰ্মাণ[সম্পাদনা কৰক]

২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত আশুতোষ গোৱাৰিকৰে আনুষ্ঠানিকভাবে চলচ্চিত্ৰখন ঘোষণা কৰে আৰু সেই একে চনৰে আগষ্ট মাহত, চলচ্চিত্ৰখনত মূল নায়ক (পুৰুষ) হিচাপে হৃত্বিক ৰোছনক ল’বলৈ নিশ্চিত কৰা হয়, লগতে তেখেতক ৫০ কৌটি (US$ ৭.৪ মিলিয়ন) টকা দিয়া হয়। অভিনেত্ৰী পূজা হেগড়েক মূল নায়িকা (মহিলা) হিচাপে লোৱা হয়। চলচ্চিত্ৰখনত ষ্টান্ট্ বোৰ গ্লেন ব’ছৱেলৰ দ্বাৰা কৰিঅ’গ্ৰাফ কৰা হৈছে তথা সাজপাৰৰ ডিজাইনবোৰ এপ্ৰিল ফেৰী আৰু নীতা লুল্লাৰ দ্বাৰা কৰা হৈছে। ইউ.কে.(UK)ৰ বাসিন্দা জ’ছুৱা কাইল বেকাৰে হৃত্বিক ৰোছনক চলচ্চিত্ৰখনত তেখেতৰ চৰিত্ৰৰ বাবে প্ৰশিক্ষণ দিছে। ২০১৪ চনৰ ডিচেম্বৰ মাহত প্ৰাক্-প্ৰযোজনা আৰম্ভ কৰিবলৈ ভূজ অঞ্চলত আশুতোষ গোৱাৰিকৰ উপস্থিত হৈছিল। এই চলচ্চিত্ৰখন ঐতিহাসিক পটভূমিত নিৰ্মাণ কৰা হৈছে বাবে ইয়াত উচ্চমানৰ ভিজুৱেল ইফেক্ট (Visual Effect) ব্যৱহাৰ কৰা হৈছে।

চিত্ৰগ্ৰহণ[সম্পাদনা কৰক]

২০১৫ চনৰ ২৭ জানুৱাৰী তাৰিখে ভূজ অঞ্চলত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছিল। তাৰ পিছত আন আন ঠাইবোৰত চিত্ৰগ্ৰহণৰ কাম কৰিছিল আৰু ২০১৬ চনৰ ৮ এপ্ৰিল তাৰিখে চিত্ৰগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছিল।

সংগীত[সম্পাদনা কৰক]

Untitled

এ. আৰ. ৰহমান হৈছে চলচ্চিত্ৰখনৰ সংগীত পৰিচালক । ২০১৬ চনৰ ৬ জুলাই তাৰিখে সম্পূৰ্ণ সংগীত এলবামটো মুক্তি দিয়া হয়।[22] চলচ্চিত্ৰখনৰ গীতকেইটা ৰচনা কৰিছে প্ৰখ্যাত গীতিকাৰ জাভেদ আখতাৰে

মহেঞ্জোদাৰো
নং শিৰোনামকণ্ঠশিল্পীসমূহ দৈৰ্ঘ্য
1. "মহেঞ্জো মহেঞ্জো"  এ. আৰ. ৰহমান, অৰিজিত সিং, বেলা শ্বেন্দে, সানাহ মৈদত্তী ৬:২২
2. "সিন্ধু মা"  এ. আৰ. ৰহমান, সানাহ মৈদত্তী, মেঘ শ্বাহ ৫:৪৭
3. "চৰচৰিয়া"  শাশ্বত সিং, চাচা তিৰুপতি ৬:১০
4. "তু হে"  এ. আৰ. ৰহমান, সানাহ মৈদত্তী ৩:৫৯
5. "উইছ্পাৰছ্ অৱ্ দ্যি মাইণ্ড"  অৰ্জুন চণ্দী ৪:১৬
6. "উইছ্পাৰছ্ অৱ্ দ্যি হাৰ্ট"  অৰ্জুন চণ্দী ৩:৫১
7. "দ্যি ছিমাৰ অৱ্ সিন্ধু"  কেবা জেৰেমিয়াহ, কৰীম কমলাকৰ ৩:২১
8. "লাখ লাখ থোৰা"  তাপস ৰয়, নবীন কুমাৰ ৩:০১
মুঠ দৈৰ্ঘ্য:
৩৬:৪৭

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Ashutosh Gowariker's Mohenjo Daro to have a run-time of 150 minutes". Bollywood Hungama. May 16, 2016. http://www.bollywoodhungama.com/news/18297347/Ashutosh-Gowarikers-Mohenjo-Daro-to-have-a-run-time-of-150-minutes। আহৰণ কৰা হৈছে: May 18, 2016. 
  2. "Hrithik Roshan’s Mohenjo Daro has already made Rs 60 crore before its release". Hindustan Times. IANS, Mumbai. 8 August 2016. http://www.hindustantimes.com/bollywood/hrithik-roshan-s-mohenjo-daro-has-already-made-rs-60-crore-before-its-release/story-heCnHZLcWEcAyG8puvgQDN.html। আহৰণ কৰা হৈছে: 9 August 2016. 
  3. "Hrithik Roshan’s ‘Mohenjo Daro’ collects Rs 60 crore before release". The Times of India. Times News Network. 7 August 2016. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Hrithik-Roshans-Mohenjo-Daro-collects-Rs-60-crore-before-release/articleshow/53585116.cms। আহৰণ কৰা হৈছে: 9 August 2016. 
  4. "Will Hrithik Roshan’s Rs 50 crore fee cost Mohenjo Daro dearly?". BollywoodLife. 23 September 2015. http://www.bollywoodlife.com/news-gossip/will-hrithik-roshans-50-crore-fee-cost-mohenjo-daro-dearly। আহৰণ কৰা হৈছে: 9 August 2016. 
  5. Sen, Sushmita (23 September 2015). "Hrithik Roshan's fee for 'Mohenjo Daro' is half of film's budget?". International Business Times, India Edition. http://www.ibtimes.co.in/hrithik-roshans-fee-mohenjo-daro-half-films-budget-647719। আহৰণ কৰা হৈছে: 9 June 2016. 
  6. "Box Office: Worldwide collections of Hrithik Roshan’s Mohenjo Daro". Bollywood Hungama. http://www.bollywoodhungama.com/news/box-office-special-features/box-office-worldwide-collections-hrithik-roshans-mohenjo-daro/। আহৰণ কৰা হৈছে: 17 October 2016. 
  7. "Ashutosh Gowariker: The tallest structure in Mohenjo Daro was two-storey high". http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Ashutosh-Gowariker-The-tallest-structure-in-Mohenjo-Daro-was-two-storey-high/articleshow/52834118.cms. 
  8. "the Indus Valley civilisation dates back to 8000 BC, making it one of the most ancient civilisations, Gowariker noted". http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Ashutosh-Gowariker-Mohenjo-Daro-set-in-womb-of-time/articleshow/52816507.cms. 
  9. "আৰ্কাইভ কপি". Archived from the original on 2016-10-13. https://web.archive.org/web/20161013040448/http://www.tingoos.com/bollywood/mohenjo-daro%e2%80%ac-sneak-peak-teaser-released/। আহৰণ কৰা হৈছে: 2016-07-13. 
  10. "Ashutosh Gowariker’s ‘Mohenjo Daro’ Falls Prey to Hindutva Horseplay". http://thewire.in/46516/ashutosh-gowarikers-mohenjodaro-falls-prey-to-hindutva-horseplay/. 
  11. Lohana, Avinash (December 16, 2015). "‘Ashutosh stole my Mohenjodaro story'". Mumbai Mirror. http://www.mumbaimirror.com/entertainment/bollywood/Ashutosh-stole-my-Mohenjodaro-story/articleshow/50197091.cms। আহৰণ কৰা হৈছে: 2016-05-18. 
  12. 12.0 12.1 "Pooja Hegde paired opposite Hrithik Roshan in Mohenjo Daro". Hindustan Times. 12 July 2014. Archived from the original on 13 July 2014. https://web.archive.org/web/20140713083453/http://www.hindustantimes.com/entertainment/bollywood/pooja-hegde-paired-opposite-hrithik-roshan-in-mohenjo-daro/article1-1239609.aspx। আহৰণ কৰা হৈছে: 27 September 2014. 
  13. "Kabir Bedi to play villain in Hrithik Roshan starrer Mohenjo Daro". Bollywood Hungama. 10 January 2015. http://www.bollywoodhungama.com/news/4004307/Kabir-Bedi-to-play-villain-in-Hrithik-Roshan-starrer-Mohenjo-Daro। আহৰণ কৰা হৈছে: 10 January 2015. 
  14. "Arunoday Singh turns villain". DNA. 29 January 2015. http://www.dnaindia.com/entertainment/report-arunoday-singh-turns-villain-2056301। আহৰণ কৰা হৈছে: 29 January 2015. 
  15. "BJP wilfully ignored my potential: Nitish Bharadwaj" (en-US ভাষাত). DNA India. 2016-02-28. http://www.dnaindia.com/lifestyle/interview-bjp-wilfully-ignored-my-potential-nitish-bharadwaj-2183246। আহৰণ কৰা হৈছে: 2016-03-14. 
  16. "Hrithik Roshan's co-star Kishori Shahane in 'Lakhon Hain Yahan Dilwale' - The Times of India". http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Hrithik-Roshans-co-star-Kishori-Shahane-in-Lakhon-Hain-Yahan-Dilwale/articleshow/46661866.cms। আহৰণ কৰা হৈছে: 2015-08-10. 
  17. "Bollywood actor Manish Chaudhari shoots in Gujarat - The Times of India". http://timesofindia.indiatimes.com/entertainment/gujarati/movies/news/Manish-Chaudhari-Bollywood-actor-Manish-Chaudhari-shoots-in-Gujarat/articleshow/46754758.cms। আহৰণ কৰা হৈছে: 2015-08-10. 
  18. "Narendra Jha Bags Ashutosh Gowriker’s Mohenjo Daro". Archived from the original on 2016-03-13. https://web.archive.org/web/20160313122249/http://skjbollywoodnews.com/2014/10/never-expected-id-noticed-haider-narendra-jha/4122851.html। আহৰণ কৰা হৈছে: 2016-07-13. 
  19. "Hrithik Roshan's co-star Casey Frank". stuff.co.nz. 31 March 2015. http://www.stuff.co.nz/sport/basketball/67543302/tall-black-centurion-casey-frank-returns-for-another-crack-at-the-nbl। আহৰণ কৰা হৈছে: 31 March 2015. 
  20. "Diganta Hazarika Appearing in Hritik Roshan Starrer Film Mahenjo Daro". http://www.magicalassam.com/2015/02/diganta-hazarika-will-seen-hritik-roshan-starrer-film-mahenjo-daro-directed-ashutosh-gowariker.html. 
  21. "Diganta Hazarika in Hritik Roshan Starrer Film Mohenjo Daro". Archived from the original on 2016-05-19. https://web.archive.org/web/20160519154534/http://www.kothasobi.com/news/diganta-hazarika-in-hritik-roshan-starrer-film-mohenjo-daro/। আহৰণ কৰা হৈছে: 2016-07-13. 
  22. "Mohenjo Daro (Original Motion Picture Soundtrack) by A. R. Rahman on iTunes". iTunes Store. https://itunes.apple.com/in/album/mohenjo-daro-original-motion/id1131143743। আহৰণ কৰা হৈছে: 6 July 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

Mohenjo-daro ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা