বীৰবল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মহেশ দাসৰ পৰা পুনঃনিৰ্দেশিত)
বীৰবল
সম্ৰাট আকবৰৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী

Birbal
বীৰবল
দাম্পত্য সঙ্গী উৰ্ব্বশী দেৱী
সন্তান
সৌদামিনী
পেছা মগল সম্ৰাট আকবৰৰ প্ৰধান মন্ত্ৰী

বীৰবল (১৯২৮-১৬ ফেব্ৰুৱাৰী, ১৫৮৬) মোগল সম্ৰাট আকবৰৰ দৰবাৰত উপদেষ্টা আৰু মোগল সেনাবাহিনীৰ প্ৰধান সেনাপতি আছিল৷ ভাৰতৰ বুন্দেলখণ্ডত এগৰাকী ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত তেওঁৰ জন্ম হৈছিল৷ তেওঁ মহেশ দাস, বীৰবল বা ৰাজা বীৰবল নামেৰেও পৰিচিত। সম্ৰাট আকবৰৰ সান্নিধ্য লাভ কৰি তেওঁ বীৰবল উপাধি পাইছিল। বীৰবলৰ অৰ্থ হ’ল- জ্ঞানী। তেওঁৰ উপস্থিতি বুদ্ধি, পাণ্ডিত্য, ৰসিকতা আদি সৰ্বগুণৰ বাবে তেওঁক মগল সম্ৰাট আকবৰে প্ৰধান মন্ত্ৰী পাতিছিল৷[1]

লগতে চাওক[সম্পাদনা কৰক]

  1. আকবৰৰ নৱৰত্ন

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সুৰেন্দ্ৰ কুমাৰ দাস (দ্বিতীয় সংস্কৰণ ২০১২). বীৰবলৰ সাধু.