সমললৈ যাওক

মাং জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাং
মুঠ জনসংখ্যা
৫,১৫০
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
ভিয়েটনাম – ৪,৬৫০ (২০১৯)[1]
চীন (ইউন্নান)
ভাষাসমূহ

মাং (দ্বিতীয় ভাষা হিচাপে ভিয়েটনামী বা চীনা)

ধৰ্ম

পৰম্পৰাগত (বহুদেৱবাদী) • বৌদ্ধধৰ্ম

সম্পৰ্কীয় জাতি-জনগোষ্ঠী

খমু, পালাউং

মাং (চীনা: 莽人, পিনইন: Mángrén; ভিয়েটনামী: Mảng) হৈছে এটা জাতিগোট যি প্ৰধানকৈ উত্তৰ-পশ্চিম ভিয়েটনামৰ লাই চাউ অঞ্চলত বসবাস কৰে, য'ত ই ভিয়েটনামৰ চৰকাৰীভাৱে স্বীকৃত ৫৪টা জাতিগোটৰ অন্যতম। প্ৰায় ৫০০জন মাং লোকে দক্ষিণ চীনৰ ইউন্নান প্ৰদেশতো বাস কৰে, য’ত ইহঁতক চৰকাৰীভাৱে “অবিশিষ্ট জাতীয়তা” হিচাপে গণ্য কৰা হয়। তেওঁলোকে ব্যৱহাৰ কৰা মাং ভাষা হৈছে অষ্ট্ৰ'এছিয়াটিক ভাষা পৰিয়ালৰ পৰা পেকানিক শাখাৰ অংশ।

অধিক পঢ়িবলৈ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Report on Results of the 2019 Census". General Statistics Office of Vietnam. https://drive.google.com/file/d/1YK6iY-j0AfZTuip28Py2Gmz5P8zw04Rn/view?usp=sharing আহৰণ কৰা হৈছে: 1 May 2020.