মাং ভাষা (অষ্ট্ৰ'এছিয়াটিক ভাষা)
| মাং | |
|---|---|
| থলুৱা অঞ্চল | ভিয়েটনাম, চীন |
| জাতীয়তা | মাং জনগোষ্ঠী (৪,৯০০ (২০০৭ – ২০০৯ চনৰ লোকপিয়ল) ৩,২০০ (১৯৯৯ – ২০০৭ চনৰ লোকপিয়ল) |
ভাষা পৰিয়াল |
অষ্ট্ৰিয়া এছিয়াটিক
|
| ভাষা সংকেত | |
| ISO 639-3 | zng |
| গ্লোটোলগ | mang1378[1] |
মাং (চীনা: 莽语; পিনয়ন:Mǎngyǔ) ভিয়েটনাম, চীন আৰু লাওছৰ এটা অষ্ট্ৰ'এছিয়াটিক ভাষা। ইয়াক প্ৰধানকৈ ভিয়েটনামৰ লাই চাউ প্ৰদেশ আৰু সীমান্তৰ সিপাৰে চীনৰ জিনপিং কাউণ্টিত কোৱা হয়। ইয়াৰ প্ৰথম নথিভুক্ত কৰা হৈছিল ১৯৭৪ চনতহে। চীনত মাং জনগোষ্ঠীক চামান (岔满), আবি (阿比), মেংগা (孟嘎), বাগেৰান (巴格然), আৰু মো (莫) বুলিও কোৱা হয়।[2] চীন চৰকাৰে আনুষ্ঠানিকভাৱে ইহঁতক জনগোষ্ঠীয় বুলাং (布朗族) ( Jinping County Gazeteer 1994) হিচাপে শ্ৰেণীভুক্ত কৰে।
জনসংখ্যাৰ বিতৰণ
[সম্পাদনা কৰক]ভিয়েটনামৰ লাই চাউ প্ৰদেশত, মাং ভাষাত ২,২০০ জনে কথা পাতে, যিসকল সিন হো, মুৱং তে, ফং থো আদি জিলাত আৰু অন্যান্য ওচৰৰ অঞ্চলসমূহত বাস কৰে,[2] যেনে নাম বান টাউনশ্বিপ, সিন হো জিলা, লাই চাউ প্ৰদেশ।[3][4]
চীনত, ১৯৯৯ চনত মাং ভাষাভাষীৰ সংখ্যা আছিল ৬০৬। চীনৰ মাং জনগোষ্ঠীয়ে দাবী কৰে যে তেওঁলোকে সাম্প্ৰতিক সময়ছোৱাত ভিয়েটনামৰ পৰা প্ৰব্ৰজন কৰিছিল। গাও (২০০৩)ৰ মাং ভাষাৰ তথ্য চিঙচাই (新寨), নাঙ্কে গাঁও (南科村), আৰু চিনচুইহে টাউনশ্বিপ (金水河镇)[5]ৰ পৰা সংগ্ৰহ কৰা হৈছে।
চীন প্ৰজাতন্ত্ৰ (১৯১২–১৯৪৯) কালত প্ৰকাশিত 'জিনপিং কাউণ্টি গেজেটিয়াৰ'ত ১২টা মাং গাঁও তালিকাভুক্ত কৰা হৈছে: গংদানিউ (公打牛[6]), লুৱোউঝাই (落邬寨), পিংহে (坪河, চিয়াঝাই 下寨,[7] জংঝাই 中寨,[8] শাংঝাই 上寨), হেতৌঝাই (河头寨), গুয়ানমুঝাই (管木寨), নাশি ঝাই (纳西寨), বিয়ানজিয়ে ঝাই (边界寨), লোংশু ঝাই (龙树寨), চাওগুওপিং (草果坪), আৰু নাঙ্কে (南科[9])।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "মাং". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/mang1378.
- 1 2 Gao (2003), p. 1
- ↑ "Người Mảng" (vi ভাষাত). Trang tin điện tử của Ủy ban Dân tộc. 14 July 2006. http://cema.gov.vn/modules.php?name=Content&op=details&mid=518। আহৰণ কৰা হৈছে: 2013-11-27.
- ↑ Tạ Văn Thông (2000). "Loại từ trong tiếng Mảng" (vi ভাষাত). Loại từ trong các ngôn ngữ ở Việt Nam: Tập I. প্ৰকাশক Hà Nội: Nhà xuất bản khoa học Việt Nam. পৃষ্ঠা. 229–244.
- ↑ "Jīnpíng Miáozú Yáozú Dǎizú Zìzhìxiàn Jīnshuǐhé Zhèn Nánkē Cūnwěihuì Nánxíng Xīnzhài Cūn [Nanxing Xinzhai Village; Nanke Village Committee; Jinshuihe Town; Jinping Miao, Yao and Dai Autonomous County]" (zh ভাষাত). ynszxc.gov.cn. Archived from the original on 2013-12-03. https://web.archive.org/web/20131203032647/http://www.ynszxc.gov.cn/villagePage/vIndex.aspx?departmentid=188178। আহৰণ কৰা হৈছে: 2013-02-21.
- ↑ "Jīnpíng Miáozú Yáozú Dǎizú Zìzhìxiàn Jīnshuǐhé Zhèn Wūyāpíng Cūnwěihuì Léi Gōngdǎniú Cūn [Lei Gongdaniu Village; Wuyaping Village Committee; Jinshuihe Town; Jinping Miao, Yao and Dai Autonomous County]" (zh ভাষাত). ynszxc.gov.cn. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305224327/http://www.ynszxc.gov.cn/villagePage/vIndex.aspx?departmentid=188143। আহৰণ কৰা হৈছে: 2013-02-21.
- ↑ "Jīnpíng Miáozú Yáozú Dǎizú Zìzhìxiàn Jīnshuǐhé Zhèn Nánkē Cūnwěihuì Pínghé Xiàzhài Cūn [Pinghe Xiazhai Village; Nanke Village Committee; Jinshuihe Town; Jinping Miao, Yao and Dai Autonomous County]" (zh ভাষাত). ynszxc.gov.cn. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305224303/http://www.ynszxc.gov.cn/villagePage/vIndex.aspx?departmentid=188177। আহৰণ কৰা হৈছে: 2013-02-21.
- ↑ "Jīnpíng Miáozú Yáozú Dǎizú Zìzhìxiàn Jīnshuǐhé Zhèn Nánkē Cūnwěihuì Pínghé Zhōngzhài Cūn [Pinghe Zhongzhai Village; Nanke Village Committee; Jinshuihe Town; Jinping Miao, Yao and Dai Autonomous County]" (zh ভাষাত). ynszxc.gov.cn. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304235900/http://www.ynszxc.gov.cn/villagePage/vIndex.aspx?departmentid=188176। আহৰণ কৰা হৈছে: 2013-02-21.
- ↑ "Jīnpíng Miáozú Yáozú Dǎizú Zìzhìxiàn Jīnshuǐhé Zhèn Nánkē Cūnwěihuì Nánkē Lǎozhài Cūn [Nanke Laozhai Village; Nanke Village Committee; Jinshuihe Town; Jinping Miao, Yao and Dai Autonomous County]" (zh ভাষাত). ynszxc.gov.cn. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305233808/http://www.ynszxc.gov.cn/villagePage/vIndex.aspx?departmentid=188182। আহৰণ কৰা হৈছে: 2013-02-21.