সমললৈ যাওক

মাকচুদান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাকচুদান
village
Map
Country  ভাৰত
State উত্তৰ প্ৰদেশ
District চুলতানপুৰ
উচ্চতা
৯০ মিটাৰ (৩০০ ফুট)
জনসংখ্যা
 (২০০৮)
  মুঠ
২,২০০

মাকচুদান (ইংৰাজী: Maksudan) হ'ল ভাৰতউত্তৰ প্ৰদেশ ৰাজ্যৰ চুলতানপুৰ জিলাৰ লম্ভুৱা মণ্ডলৰ ধোপাপৰ সমীপৰ গোমতি নদীৰ পাৰৰ এখন গাঁও।[1]

গাঁওখনৰ মুঠ জনসংখ্যা প্ৰায় ১০ হাজাৰ। ইয়াৰে ৫৫০০ জন পুৰুষ আৰু ৪৫০০ জনী মহিলা। মাকচুদান ইয়াৰ মণ্ডল মূল চহৰ লম্ভুৱাৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ই জিলাৰ মূল চহৰ চুলতানপুৰৰ পৰা ২৫ কিলোমিটাৰ আৰু ৰাজধানী লক্ষ্ণৌৰ পৰা ১৫৫ কিলোমিটাৰ দূৰত অৱস্থিত৷ দূৰত্বৰ সৈতে এই গাঁৱৰ ওচৰৰ গাঁওসমূহ হ'ল নৰেন্দ্ৰপুৰ (০.৬ কিল'মিটাৰ), ৰামপুৰ (২ কিল'মিটাৰ), শোভিপুৰ (২.২ কিল'মিটাৰ), মামপুৰ (১.৮ কিল'মিটাৰ), ধোপাপ (২.৯ কিল'মিটাৰ)। নিকটতম চহৰসমূহ হ’ল ভদিয়ান (৯.৪ কিল'মিটাৰ), লম্ভুৱা (৫ কিল'মিটাৰ), চন্দা (১৫ কিল'মিটাৰ), ধোপাপ (৩ কিল'মিটাৰ)। জাফৰাপুৰ, জিয়ানপুৰ, মিশ্ৰপুৰ, ৰলহি কা পুৰা, খৰহনা আদি হ'ল একেটা লম্ভুৱা মণ্ডলৰ অন্তৰ্গত গাঁও।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Basic Population Figures of India, States, Districts, Sub-District and Village, 2011". Ministry of Home Affairscensusindia.gov.in. 2011. https://censusindia.gov.in/nada/index.php/catalog/42554/download/46180/2011-IndiaStateDistSbDistVill-0000.xlsx আহৰণ কৰা হৈছে: May 11, 2025.