মাকুম বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ৮৫ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উত্তৰ অসম |
| জিলা | তিনিচুকীয়া |
| লোকসভা সমষ্টি | ডিব্ৰুগড় |
| প্ৰতিস্থা | ২০২৩ |
| সংৰক্ষণ | নাই |
ৰূপেশ গোৱালা | |
| দল | Bharatiya Janata Party |
| মিত্ৰগোট | National Democratic Alliance |
| নিৰ্বাচিত বছৰ | ২০২৬ |
মাকুম বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৮৫ হৈছে মাকুম বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] মাকুম তিনিচুকীয়া জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, লাহোৱাল, খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা৷
মাকুম বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ২০২৬ | ৰূপেশ গোৱালা | ভাৰতীয় জনতা পাৰ্টী | |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ৰূপেশ গোৱালাই এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | ৰূপেশ গোৱালা | 82,412 | 54.15 | - | |
| Indian National Congress | গৌতম ধানোৱাৰ | 58,125 | 38.15 | - | |
| Assam Jatiya Parishad | নিৰঞ্জন দত্ত | 8,550 | 5.61 | - | |
| ওপৰৰ এটাও নহয় (নটা) | নটা | 3,197 | 2.09 | ||
| সংখ্যাগৰিষ্ট | 24,287 | 16.00 | |||
| মুঠ ভোটদান | 1,52,284 | 84.15 | |||
| ৰ বিজয় (নতুন আসন) | |||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Elections in
- ↑ ASSAM ELECTIONS 2016 RESULTS
- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S0385 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0385.htm। আহৰণ কৰা হৈছে: 25 June 2026.