মাছুম আজিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাচুম আজীজৰ পৰা পুনঃনিৰ্দেশিত)
মাছুম আজিজ
স্থানীয় নাম মাসুম আজিজ
জন্ম মুহাম্মদ মাছুম আজিজ
২২ অক্টোবৰ, ১৯৫০
পাবনা, পূৰ্ববঙ্গ, ডমিনিয়ন অৱ পাকিস্তান৷ (এতিয়া বাংলাদেশত)
মৃত্যু ১৭ অক্টোবৰ, ২০২২ (৭১ বছৰ)
ঢাকা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা অভিনেতা, প্ৰযোজক, কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৮৫–২০২২
উল্লেখযোগ্য কৰ্ম ঘনি, এতো প্ৰেম, গহিন শব্দ


মুহাম্মদ মাছুম আজিজ (১৯৫২ – ১৭ অক্টোবৰ ২০২২)[1] আছিল এজন বাংলাদেশৰ মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা।[2][3][4] ১৯৮৫ চনৰ পৰা তেওঁ চাৰিশৰো অধিক নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল।[5] ঘনি (২০১১) ছবিখনত অভিনয় কৰি তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু ২০২২ চনত বাংলাদেশ চৰকাৰে অভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে একুশে পদক সন্মান লাভ কৰিছিল।[6][7]

কেৰিয়াৰ[সম্পাদনা কৰক]

চট্টগ্ৰাম বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰি থকাৰ সময়তে আজিজে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয়ত আত্মপ্ৰকাশ কৰে। ১৯৮৫ চনত তেওঁ টেলিভিছন নাটকত আত্মপ্ৰকাশ কৰে।[8] ঢাকা পদাতিক নামৰ নাট্যদল এটাত অভিনেতা-পৰিচালক উভয় হিচাপে কেইবাবছৰ ধৰি কাম কৰিছিল।[8] তেওঁৰ শেষৰটো মঞ্চ পৰিচালনা আছিল "সূৰ্য্য সেনৰ বিচাৰ"[8]

আজিজে টেলিভিছনৰ নাটক পৰিচালকৰ এটা গোট ডাইৰেক্টৰ গিল্ডৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8]

কৰ্ম[সম্পাদনা কৰক]

চলচ্চিত্ৰসমূহ
টেলিভিছনৰ নাটক
  • উৰে যায় বুক পক্ষী
  • ২৪ কেৰেট মেন
  • তিন গাধা
  • প্ৰিয় প্ৰতিপেক্ষা[13]
  • জোৎসা কৰেছে আড়ি[14]
  • সাকিন সাৰিসুৰি

তথ্যসমূহ[সম্পাদনা কৰক]

  1. "Actor Masum Aziz passes away". 17 October 2022. https://www.tbsnews.net/bangladesh/obituary/actor-masum-aziz-passes-away-515094। আহৰণ কৰা হৈছে: 2022-10-17. 
  2. Shah Alam Shazu (22 July 2012). "Voice of a veteran". The Daily Star. http://www.thedailystar.net/news-detail-243033। আহৰণ কৰা হৈছে: 2022-10-17. 
  3. "Camaraderie on the sets". The Daily Star. 20 July 2012. http://www.thedailystar.net/news-detail-242746। আহৰণ কৰা হৈছে: 2022-10-17. 
  4. "Tonima Hamid to spend birthday with family today". 2015-08-27. https://www.theindependentbd.com/arcprint/details/13345/2015-08-27। আহৰণ কৰা হৈছে: 2022-10-18. 
  5. "Shammilito Shangshkritik Jote’s Eid reunion in Pabna". The Daily Star. 9 October 2008. http://www.thedailystar.net/news-detail-57805। আহৰণ কৰা হৈছে: 2022-10-17. 
  6. "আৰ্কাইভ কপি" (bn ভাষাত). Government of Bangladesh. Bangladesh Film Development Corporation. Archived from the original on 23 December 2018. https://web.archive.org/web/20181223211753/http://www.fdc.gov.bd/site/page/f3bb17fe-d9ad-4b61-bd8a-5824262691ad/%E0%A7%A7%E0%A7%AF%E0%A7%AD%E0%A7%AB-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8। আহৰণ কৰা হৈছে: 25 March 2019. 
  7. "24 names unveiled for Ekushey Padak" (en ভাষাত). The Daily Star. 2022-02-04. https://www.thedailystar.net/news/bangladesh/news/24-names-unveiled-ekushey-padak-2953816। আহৰণ কৰা হৈছে: 2022-10-17. 
  8. 8.0 8.1 8.2 8.3 Shazu, Shah Alam (2022-10-18). "An actor to the core exits" (en ভাষাত). The Daily Star. https://www.thedailystar.net/news/bangladesh/obituary/news/actor-the-core-exits-the-stage-3145291। আহৰণ কৰা হৈছে: 2022-10-17. 
  9. "Bhola To Jaina Tare to be released tomorrow". Daily Sun (Dhaka). Archived from the original on 17 November 2016. https://web.archive.org/web/20161117211921/http://www.daily-sun.com/printversion/details/109953/Bhola-To-Jaina-Tare-to-be-released-tomorrow-. 
  10. "‘Bhola To Jay Na Taare’ hits cinema Jan 29". Samakal. http://www.samakal.net/2016/01/19/2531. 
  11. (bn ভাষাত)Jugantor. 9 November 2017. https://www.jugantor.com/news-archive/online/entertainment/2017/11/09/63020. 
  12. (bn ভাষাত)Prothom Alo. 21 October 2018. https://www.prothomalo.com/entertainment/%E0%A6%85%E0%A6%AC%E0%A6%B6%E0%A7%87%E0%A6%B7%E0%A7%87-%E2%80%98%E0%A6%B8%E0%A6%A8%E0%A6%BE%E0%A6%A4%E0%A6%A8-%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AA%E2%80%99. 
  13. "Nayeem, Momo together again after Eid play". The Independent (Dhaka). http://www.theindependentbd.com/printversion/details/51745. 
  14. "Peya Bipasha signs another film with Symon". Daily Sun (Dhaka). http://www.daily-sun.com/post/178599/Peya-Bipasha-signs-another-film-with-Symon. 

ব্যহ্যিক সংযোগ[সম্পাদনা কৰক]