মাছা ৰাংঘাৰ
অৱয়ব
| মাছা ৰাংঘাৰ | |
|---|---|
| অমৃতসৰৰ স্বৰ্ণ মন্দিৰত নৃত্যপটীয়সীয়ে মনোৰঞ্জন দি থকা মাছা ৰাংঘাৰ | |
| ধৰ্ম | ইছলাম |
মাছা ৰাংঘাৰ, জন্ম নাম মুছালাল খান নামেৰেও পৰিচিত আছিল মন্দিয়ালাৰ ৰাংঘৰ চৌধুৰী। ১৭৩৮ চনত নবাব কাপুৰ সিঙৰ অধীনত শিখসকলৰ সৈতে হোৱা মুখা-মুখি সংঘৰ্ষত কাজী আব্দুল ৰজ্জাক নিহত হয়। লাহোৰৰ চুবেদাৰ জাকাৰিয়া খান বাহাদুৰে, মাছা ৰাংঘাৰক অমৃতসৰৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়ে। তেওঁ স্বৰ্ণ মন্দিৰৰ চৌহদ নৃত্য পটিয়সী গাভৰুৰ সৈতে বিনোদনৰ বাবে ব্যৱহাৰ কৰিছিল।[1] মেহতাব সিং আৰু সুখ সিংয়ে তেওঁক হত্যা কৰিছিল।
হত্যা
[সম্পাদনা কৰক]
গুৰুদ্বাৰাৰ এই বলিদানতুল্য খবৰ দুৰ্গম অঞ্চললৈ বিয়পি পৰিছিল। দুজন শিখ সুখ সিং আৰু মেহতাব সিঙে মাছা ৰাংঘাৰক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল।[1][2] তেওঁলোকে লামবৰ্দাৰৰ বেশ পিন্ধি গুৰুদ্বাৰাত প্ৰৱেশ কৰি মাছা ৰাংঘাৰক নৃত্য উপভোগ কৰি থকাৰ সময়তে শিৰচ্ছেদ কৰে।[3][4][5]
মাছা ৰাংঘাৰে মেহতাব সিঙৰ হাতত নিজৰ প্ৰাণ এৰিছিল।[6][7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Fenech, E. Louis; Mcleod, H.W. (2014-06-11). "Massa Ranghar". Historical Dictionary of Sikhism. Rowman & Littlefield. পৃষ্ঠা. 202. ISBN 978-1-4422-3601-1. https://books.google.com/books?id=xajcAwAAQBAJ&pg=PA202। আহৰণ কৰা হৈছে: 16 June 2018.
- ↑ Singha, H.S. (1 January 2005), Sikh Studies, Book 6, Hemkunt Press, ISBN 978-81-7010-258-8
- ↑ Fenech, E. Louis; Mcleod, H. W. (2014-06-11). Historical Dictionary of Sikhism. Rowman & Littlefield. পৃষ্ঠা. 128. ISBN 978-1-4422-3601-1. https://books.google.com/books?id=xajcAwAAQBAJ&pg=PA128.
- ↑ Fenech, E. Louis; Mcleod, H. W. (2014-06-11). "Sukha Singh". Historical Dictionary of Sikhism. Rowman & Littlefield. পৃষ্ঠা. xxvi. ISBN 978-1-4422-3601-1. https://books.google.com/books?id=xajcAwAAQBAJ&q=%22Sukha+Singh%22&pg=PA64.
- ↑ Singha, Dr H. S. (2005) (en ভাষাত). Sikh Studies. Hemkunt Press. ISBN 9788170102588. https://books.google.com/books?id=fa6B20l9AeQC&dq=kasur+arabic+punjab&pg=PA32.
- ↑ Callewaert, Winand M.; Snell, Rupert (1994) (en ভাষাত). According to Tradition: Hagiographical Writing in India. Otto Harrassowitz Verlag. ISBN 978-3-447-03524-8. https://books.google.com/books?id=GrMwdEqHLzEC&dq=massa+ranghar&pg=PA39.
- ↑ Johar, Surinder Singh (1998) (en ভাষাত). Holy Sikh Shrines. M.D. Publications Pvt. Ltd.. ISBN 978-81-7533-073-3. https://books.google.com/books?id=MS93PR4itX8C&dq=massa+ranghar&pg=PA28.