সমললৈ যাওক

মাজুলী (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাজুলী
সমষ্টি নং- ৯৮ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলামাজুলী
লোকসভা সমষ্টিযোৰহাট
প্ৰতিস্থা১৯৬২
সংৰক্ষণঅনুসূচীত জনজাতি

মাজুলী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৮ হৈছে মাজুলী বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] মাজুলী মাজুলী জিলাৰ একমাত্ৰ বিধানসভা সমষ্টি। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল শিৱসাগৰ জিলাৰ ডিমৌ, শিৱসাগৰ, নাজিৰা, যোৰহাট জিলাৰ টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ, চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা মাজুলীৰ আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত৷[3]

বিধায়কসকল

[সম্পাদনা কৰক]
বছৰ নাম দল
১৯৬২ মলচন্দ্ৰ পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ এম. পেগু নিৰ্দলীয়
১৯৭২ মল চন্দ্ৰ পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ চাকভাল কাগয়ুং জনতা পাৰ্টি
১৯৮৫ পদ্মেশ্বৰ দলে নিৰ্দলীয়
১৯৯১ অসম গণ পৰিষদ
১৯৯৬ কৰুণা দত্ত
২০০০^ যোগেশ্বৰ দলে
২০০১ ৰাজীৱ লোচন পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬ সৰ্বানন্দ সোণোৱাল ভাৰতীয় জনতা পাৰ্টি
২০২১
২০২২^ ভুৱন গাম

^ উপ-নিৰ্বাচন

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]