মানসপুত্ৰ
মানসপুত্ৰ হিন্দু ধৰ্মমতে ব্ৰহ্মৰ 'মনৰপৰা উৎপত্তি হোৱা সন্তান' বা 'মন-জন্মা' পুত্ৰক বুজায়।[1][2] হিন্দু ধৰ্মত ব্ৰহ্মাই নিজৰ মনৰপৰাই কেইবাজনো সন্তান সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়।
কেতিয়াবা, মনৰ এই সন্তানসকলক প্ৰতিটো সৃষ্টিৰ সকলো সত্ত্বাৰ পূৰ্বপুৰুষ প্ৰজাপতিসকলৰ সৈতে একে বুলি কোৱা হয়।[3] মানসপুত্ৰসকলে প্ৰথম পুৰুষ স্বয়ম্ভুৱ মনু আৰু প্ৰথম মহিলা শতৰূপাৰ সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়, যাৰ পাঁচটা সন্তান আছিল, যিয়ে পৃথিৱীত বসতি স্থাপন কৰিছিল।[4]
তালিকা
[সম্পাদনা কৰক]বিষ্ণু পুৰাণৰ মতে ব্ৰহ্মৰ নজন মানসপুত্ৰ হ’ল- ভৃগু, পুলস্ত্য, পুলহ, ক্ৰতু, অংগিৰস, মৰিচি, দক্ষ, অত্ৰি, আৰু বশিষ্ঠ। এই ঋষিসকলক ব্ৰহ্মৰ্ষি বুলি কোৱা হয়।[5][6]
ভাগৱত পুৰাণৰ মতে কিছুমান মানসপুত্ৰ হ'ল- অংগিৰস, অত্ৰি, পুলস্ত্য, মৰিচি, পুলহ, জাম্বৱন, ভৃগু, বশিষ্ঠ, দক্ষ, নাৰদ, চিত্ৰগুপ্ত, চাৰি কুমাৰ, হিমৱত আৰু শতৰূপা।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ (en ভাষাত) Theosophical Siftings. Theosophical Pub. Society. 1894. https://books.google.com/books?id=tEgwAAAAYAAJ&dq=manasaputra&pg=RA15-PA12.
- ↑ T. V. Satyanarayana; A. S. Venugopala Rao; T. N. Saraswati; N. Nanjunda Sastry; K. L. Shankaranarayana Jois; Hari; M. N. Lakshminarasimha Bhatta; S. L. Sheshadri (2019-03-23) (en ভাষাত). Maharshis of Ancient India. Bharatha Samskruthi Prakashana. ISBN 978-93-89028-73-7. https://books.google.com/books?id=xHOODwAAQBAJ&dq=manasaputra+brahma&pg=PT177.
- ↑ Williams, George M. (2008-03-27) (en ভাষাত). Handbook of Hindu Mythology. OUP USA. পৃষ্ঠা. 208. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC&dq=manasaputra+mind-born&pg=PA208.
- ↑ Wilson, John (1877) (en ভাষাত). Indian Caste. Times of India Office. পৃষ্ঠা. 428. ISBN 978-0-524-09449-5. https://books.google.com/books?id=abYOAAAAQAAJ&dq=nine+mind-born&pg=PA428.
- ↑ "Production of the mind-born sons of Brahma [Chapter VII"] (en ভাষাত). Wisdom Library. 2014-08-30. https://www.wisdomlib.org/hinduism/book/vishnu-purana-wilson/d/doc115942.html। আহৰণ কৰা হৈছে: 2022-10-28.
- ↑ "Story of Loka" (en ভাষাত). Wisdom Library. 2019-01-28. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241732.html। আহৰণ কৰা হৈছে: 2022-10-28.
- ↑ D. F. Plukker; R. Veldhuijzen van Zanten (1993). Allied Chambers transliterated Hindi-Hindi-English dictionary. Allied Chambers. পৃষ্ঠা. 988–. ISBN 978-81-86062-10-4. https://books.google.com/books?id=_kWROaer5UsC&pg=PA988.