সমললৈ যাওক

মানসী অগ্ৰৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানসী অগ্ৰৱাল
জন্ম ১০ জুন ১৯৮৪
দিল্লী, ভাৰত
পেচা চলচ্চিত্ৰ নিৰ্মাতা, লেখক, প্ৰযোজক, কৰিঅ’গ্ৰাফাৰ
সক্ৰিয় হৈ থকা সময় 2008 – present
দাম্পত্যসঙ্গী Arindam Bhattacharjee
ৱেবছাইট
https://www.mansiaggarwal.com/

মানসী অগ্ৰৱাল (ইংৰাজী: Mansi Aggarwal ; জন্ম: ১০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, লেখিকা, প্ৰযোজক আৰু নৃত্য পৰিচালক, যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চলচ্চিত্ৰ ৰচনা, পৰিচালনা, চলচ্চিত্ৰ নিৰ্মাণ আৰু কৰিঅ’গ্ৰাফী কৰিছে।[1][2] অভিনেতা ইমৰাণ হাছমীয়ে অভিনয় কৰা চাংহাই ছবিখনৰ ‘ভাৰত মাতা কি জয়’ গীতটোৰ কৰিঅ’গ্ৰাফীৰ বাবেই তেওঁ বেছিকৈ পৰিচিত।[3] পথ প্ৰদৰ্শনকাৰী অভিনয় শিল্পী - প্ৰিয়ংকা চোপ্ৰাৰ মেৰী কম, ৰাজকুমাৰ ৰাওৰ কাই পো চে, আৰু অভয় দেওলৰ দেৱ ডিত কাম কৰিছে।[4]

অভিনেতা ইমৰাণ হাছমীয়ে অভিনয় কৰা চাংহাইৰ ‘ভাৰত মাতা কি জয়’ গীতটিৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল। ইয়ংগিষ্টান ছবিখনৰ ‘শুনো না সংগমৰমৰ’ গীতটোও ষ্টাৰডাষ্ট আৰু ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।[5]

নাইকা, বীবা, জণ্ডু বাম আদি ডাঙৰ ব্ৰেণ্ডৰ বিজ্ঞাপনৰ কোৰিঅ’গ্ৰাফীও কৰি আহিছে। বিশিষ্ট আলোচনী ফেমিনাত আটাইতকৈ কম বয়সীয়া কৰিঅ’গ্ৰাফাৰ হিচাপে প্ৰকাশ পাইছে।[6] ২০১৮ চনত তেওঁৰ প্ৰথমখন চুটি ছবি দ্য হেণ্ডবেগ ৰ জৰিয়তে লেখক-পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে, যিখন ছবি 'হামাৰা মুভী' ইউটিউব চেনেলত[7] পোষ্ট কৰা হৈছিল। তেওঁৰ দ্বিতীয়খন ছবি ৰাণী লণ্ডনৰ লিফ্ট অফ গ্ল’বেল নেটৱৰ্কছৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে দাৰভাংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল। গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চূড়ান্ত প্ৰতিযোগী হোৱাৰ লগতে ছবিখনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। বৰ্তমান ৰাণী ডিজনী হটষ্টাৰত উপলব্ধ। দ্য হেণ্ডবেগ আৰু ৰাণী য়ি ইয়াং ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল ।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. (en ভাষাত) The Handbag | Mansi Aggarwal | Director, https://www.youtube.com/watch?v=hybJNguLJuo, আহৰণ কৰা হৈছে: 2022-03-14 
  2. "Bollywood Director Mansi Aggarwal Biography, News, Photos, Videos" (en ভাষাত). nettv4u. https://nettv4u.com/celebrity/hindi/director/mansi-aggarwal। আহৰণ কৰা হৈছে: 2022-03-14. 
  3. "Dance is now a viable career option: Mansi Agarwal". The Times of India. 19 May 2012. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Dance-is-now-a-viable-career-option-Mansi-Agarwal/articleshow/13266150.cms. 
  4. "Changing Tune". India Today. 19 May 2012. http://indiatoday.intoday.in/story/choreographer-mansi-agarwal-shanghai-kai-po-che/1/189434.html. 
  5. "Bollywood Director Mansi Aggarwal Biography, News, Photos, Videos" (en ভাষাত). nettv4u. https://nettv4u.com/celebrity/hindi/director/mansi-aggarwal। আহৰণ কৰা হৈছে: 2022-03-14. 
  6. admin (2017-09-02). "Mansi Aggarwal" (en-US ভাষাত). Marathisanmaan. Archived from the original on 2022-01-28. https://web.archive.org/web/20220128001127/https://www.marathisanmaan.com/biographies/marathi-actress/mansi-aggarwal। আহৰণ কৰা হৈছে: 2022-03-14. 
  7. (en ভাষাত) The Handbag | Short Film | Directed by Mansi Aggarwal, https://www.youtube.com/watch?v=NFtjJJs-laU, আহৰণ কৰা হৈছে: 2022-03-14 
  8. "With Yin Yang Films (Sorted by Popularity Ascending)". IMDb. http://www.imdb.com/search/title/?companies=co0718510। আহৰণ কৰা হৈছে: 2022-03-14.  সাঁচ:Unreliable?