মামুন ইমদাদুল হক চৌধুৰী
অৱয়ব
মামুন ইমদাদুল হক চৌধুৰী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৷ তেওঁ ১১০ নং নাওবৈচা সমষ্টিৰ পৰা ২০১৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷[1][2] নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ২০২২ চনৰ ১৬ মে’ত গুৱাহাটীত আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টিত যোগদান কৰে ৷[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ My Neta
- ↑ "AUDF declares 66 candidates for Assam Assembly poll". Archived from the original on 2021-12-30. https://web.archive.org/web/20211230164250/http://twocircles.net/2011mar19/audf_declares_66_candidates_assam_assembly_poll.html। আহৰণ কৰা হৈছে: 2022-05-24.
- ↑ Former AIUDF MLA Mamun Imdadul Haque Chawdhury Joins AAP