সমললৈ যাওক

মালবিকা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালবিকা দেৱী
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ জুন ২০২৪
পূৰ্বসূৰী বসন্ত কুমাৰ পান্দা
সমষ্টি কালাহান্দী লোক সভা সমষ্টি
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী অৰ্ক কেশৰী দেও (মহাৰাজ কুমাৰ চাহেব)

মালবিকা দেৱীৰ আন এটা নাম হৈছে মালবিকা কেশৰী দেও৷ তেওঁক জনপ্ৰিয়ভাৱে ৰাণী মা বুলিও কোৱা হয়৷[1]ভাৰতওড়িশাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু কৃষক।[2] তেওঁ অৰ্কা কেশৰী দেওৰ পত্নী৷ অৰ্ক কেশৰী এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল।[3] মালবিকা দেৱীয়ে ২০২৪ চনত লোকসভা নিৰ্বাচনত উৰিষ্যাৰ পৰা কালাহান্দী লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয়৷[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sahoo, Akshaya Kumar (2024-05-08). "Kalahandi LS seat in Odisha sees queen, tribal lady and OBC leader vying for honour" (en ভাষাত). www.deccanchronicle.com. https://www.deccanchronicle.com/news/kalahandi-ls-seat-in-odisha-sees-queen-tribal-lady-and-obc-leader-vying-for-honour-892937। আহৰণ কৰা হৈছে: 2024-06-05. 
  2. "Malvika Devi(Bharatiya Janata Party(BJP)):Constituency- KALAHANDI(ODISHA) - Affidavit Information of Candidate". myneta.info. https://myneta.info/LokSabha2024/candidate.php?candidate_id=5174। আহৰণ কৰা হৈছে: 2024-06-05. 
  3. "Arka Keshari Deo, wife Malavika join BJP" (en ভাষাত). The New Indian Express. 2023-09-28. https://www.newindianexpress.com/odisha/2023/Sep/28/arka-keshari-deo-wife-malavika-join-bjp-2618971.html। আহৰণ কৰা হৈছে: 2024-06-05. 
  4. "Kalahandi, Odisha Lok Sabha Election Results 2024 Highlights: Malvika Devi Secures Victory" (en ভাষাত). India Today. 2024-06-04. https://www.indiatoday.in/elections/lok-sabha/story/kalahandi-odisha-lok-sabha-election-results-2024-live-updates-clse-2547874-2024-06-04। আহৰণ কৰা হৈছে: 2024-06-05.