মালিগাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালিগাঁও
Maligaon
—  বসতি  —
View of KV Maligaon and Kamakhya station on an overcast day.jpgমালিগাঁৱস্থিত কেন্দ্ৰীয় বিদ্যালয় আৰু কামাখ্যা মন্দিৰৰ এখন আলোকছবি
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গুৱাহাটী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN ৭৮১০১১
যানবাহনৰ নম্বৰ AS

মালিগাঁও(ইংৰাজী: Maligaon) হৈছে অসমকামৰূপ মহানগৰ জিলাত অৱস্থিত এটি জনবসতিপূৰ্ণ এলেকা৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়ামখনি মালিগাঁৱতেই অৱস্থিত৷[1] কামাখ্যা মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰকে ধৰি একাধিক উপাসনাগৃহ মালিগাঁৱৰ আশে-পাশে অৱস্থিত৷ দুৰ্গা দেৱীৰ পূজাও মালিগাঁৱত উলহ-মালহেৰে উদযাপন কৰা হয়৷

যাতায়াত[সম্পাদনা কৰক]

বিমান সেৱা[সম্পাদনা কৰক]

মালিগাঁৱৰ সমীপৱৰ্তী বিমান বন্দৰটো হৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ৰে'ল সেৱা[সম্পাদনা কৰক]

উত্তৰ-পূব সীমান্ত ৰেলৱে বা চমুকৈ N.F.Railway ভাৰতবৰ্ষৰ ওঠৰটা ৰে'ল মণ্ডলৰ অন্তৰ্গত৷ [2] ইয়াৰ মুখ্য কাৰ্যালয়টো মালিগাঁৱতেই অৱস্থিত৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ লগতে পশ্চিম বংগ আৰু বিহাৰৰ কিছু অংশৰ ৰে'ল সেৱা মালিগাঁৱৰ পৰাই নিয়ন্ত্ৰিত হয়৷ কামাখ্যা ৰে'লৱে ষ্টেছন, আমিনগাওঁ ৰে'লৱে ষ্টেছনৰ পৰা মালিগাঁৱলৈ আহিব পাৰি৷ গুৱাহাটী ৰে'লৱে ষ্টেছন মালিগাঁৱৰ পৰা প্ৰায় চাৰি মাইল নিলগত৷ [3]

নিলাচল পাহাৰ

আকৰ্ষণৰ ঠাই[সম্পাদনা কৰক]

[5]

উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়াম[সম্পাদনা কৰক]

উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়াম হৈছে মালিগাঁৱত থকা এখন বহুমুখী ষ্টেডিয়াম৷ এইখন খেলপথাৰত সাধাৰণতে ফুটবল, ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়৷ ইয়াৰ লগতে অইন খেলসমূহো আয়োজিত হৈ থাকে৷ ১৯৭৬ চনত এইখন ষ্টেডিয়ামত ৩৩খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল৷ সেইবাৰ অসমৰ ক্ৰিকেট দলটোৱে উৰিষ্যাৰ ক্ৰিকেট দলটোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ ১৯৭৮ চনৰ পৰা ২০০৯ চনৰ ভিতৰত এইখন ষ্টেডিয়ামত আৰু ৩২খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেল আয়োজিত হৈছিল৷ [6] [7] in 1976 when Assam cricket team played against Orissa cricket team.[8] মধ্য ক্ষেত্ৰ ক্ৰিকেট দলটোৱে যেতিয়া উত্তৰ ক্ষেত্ৰৰ ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেতিয়া এইখন ষ্টেডিয়ামতে পুনৰ ১৮খন A-তালিকাভুক্ত মেচ অনুষ্ঠিত হৈছিল৷ [9]অৱশ্যে তাৰপিছৰ পৰা ষ্টেডিয়ামখনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেল অনুষ্ঠিত হোৱা নাই৷ [10]

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Railway stadium, Maligaon". cricketarchive.com. https://cricketarchive.com/Archive/Grounds/14/1024.html। আহৰণ কৰা হৈছে: 2012-09-03. 
  2. "Organization Structure" (PDF). Indian Railways. 2015. Archived from the original on 17 May 2017. https://web.archive.org/web/20170517005226/http://www.indianrailways.gov.in/railwayboard/uploads/directorate/stat_econ/IRSP_2015-16/Organisation_Structure_Eng_pdf.pdf। আহৰণ কৰা হৈছে: 2 March 2017. 
  3. "Maligaon". http://www.onefivenine.com/india/villages/Kamrup/Guwahati/Maligaon। আহৰণ কৰা হৈছে: 27 September 2020. 
  4. "Places To Visit Near Maligaon Market, Guwahati". https://www.travelmyglobe.com/NearByTouristAttractions/India/Guwahati/Maligaon-Market-Guwahati। আহৰণ কৰা হৈছে: 27 September 2020. [সংযোগবিহীন উৎস]
  5. "https://www.justdial.com/Guwahati/Tourist-Attraction-in-Maligaon/nct-10596038". https://www.justdial.com/Guwahati/Tourist-Attraction-in-Maligaon/nct-10596038। আহৰণ কৰা হৈছে: 27 September 2020. [সংযোগবিহীন উৎস]
  6. "Sports Venue". Assam Government. https://assam.gov.in/en/main/Sports%20Venues। আহৰণ কৰা হৈছে: 27 September 2020. 
  7. First-class matches
  8. Scorecard
  9. Scorecard
  10. Other matches