সমললৈ যাওক

মালিনী ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সন্মানীয় অধ্যাপক

ডাঃ মালিনী ভট্টাচার্য্য
লোকসভা
কাৰ্যকাল
১৯৮৯–১৯৯৬
পূৰ্বসূৰী মমতা বেনাৰ্জী
উত্তৰসূৰী কৃষ্ণা বসু
সমষ্টি যাদৱপুৰ
ব্যক্তিগত তথ্য
জন্ম ১৪ অক্টোবৰ, ১৯৪৩ (৮১ বছৰ)
ঢাকা, বংগ প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত,
বৰ্তমানৰ বাংলাদেশৰ ঢাকা
ৰাজনৈতিক দল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া
শিক্ষানুষ্ঠান

ড° মালিনী ভট্টাচাৰ্য ইংৰাজী: Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।[1][2][3]

তেওঁ এগৰাকী লেখিকা, পণ্ডিত, অনুবাদক, নাট্যকাৰ আৰু মহিলা আন্দোলনৰ কৰ্মী৷ ইয়াৰ লগতে তেওঁ ইংৰাজী বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন বিদ্যালয়ৰ প্ৰাক্তন পৰিচালক। তেওঁ কলিকতাৰ প্ৰেচিদেন্সী কলেজৰ পৰা পঢ়া-শুনা কৰিছে৷ তেওঁ ১৯৮৯ চনৰ পৰা ১৯৯৬ চনলৈকে লোকসভাত নিজৰ দলক প্ৰতিনিধিত্ব কৰিছিল৷ [4][5][6]

মালিনী ভট্টাচাৰ্য মহিলা আন্দোলনৰ এগৰাকী সুপৰিচিত কৰ্মী, আৰু সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ সভানেত্ৰী।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Lok Sabha Members Bioprofile Malini Bhattacharya". Lok Sabha. http://loksabhaph.nic.in/writereaddata/biodata_1_12/3251.htm। আহৰণ কৰা হৈছে: 21 June 2016. 
  2. Lok Sabha Debates. Lok Sabha Secretariat. 1996. পৃষ্ঠা. 211. https://books.google.com/books?id=9VtPAQAAMAAJ। আহৰণ কৰা হৈছে: 21 June 2016. 
  3. Mainstream. N. Chakravartty. 2003. পৃষ্ঠা. 30. https://books.google.com/books?id=G1XhAAAAMAAJ। আহৰণ কৰা হৈছে: 21 June 2016. 
  4. BHATTACHARYA, MALINI. "On being a woman in Parliament" (en ভাষাত). Frontline. https://frontline.thehindu.com/cover-story/article30196095.ece। আহৰণ কৰা হৈছে: 2020-08-03. 
  5. RAJALAKSHMI, T. K.. "Reinventing violence" (en ভাষাত). Frontline. https://frontline.thehindu.com/cover-story/article30193805.ece। আহৰণ কৰা হৈছে: 2020-08-03. 
  6. "৮ই মার্চ ও যৌথ আন্দোলনের কিছু ফসল" (en-US ভাষাত). Ebong Alap / এবং আলাপ. 2018-03-07. https://ebongalap.org/2018/03/8-march-celebration-in-west-bengal-recalled-by-malini-bhattacharya/। আহৰণ কৰা হৈছে: 2020-08-03. 
  7. https://mayday.leftword.com/author/post/malini-bhattacharya-2/