সমললৈ যাওক

মাহমৰা বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাহমৰা
সমষ্টি নং- ৯৪ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাচৰাইদেউ
লোকসভা সমষ্টিযোৰহাট
প্ৰতিস্থা১৯৬৭
সংৰক্ষণনাই
নিৰ্বাচিত বছৰ২০২১

মাহমৰা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৪ হৈছে মাহমৰা বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1] মাহমৰা শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাযোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নি, মাজুলী জিলাৰ মাজুলী আৰু শিৱসাগৰ জিলাৰ সোণাৰি, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা।[2][3]

বিধায়কসকল

[সম্পাদনা কৰক]
বছৰ নাম পাৰ্টি
১৯৬৭ ৰত্নেশ্বৰ কোঁৱৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭২ খগেন গগৈ
১৯৭৮ বুদ্ধ বৰুৱা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি
১৯৮৩ নাৰদ কুমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ পদ্ম আৰন্ধৰা নিৰ্দলীয়
১৯৯১ লক্ষীপ্ৰসাদ বৰগোহাঁই ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ হিৰণ্য কুমাৰ কোঁৱৰ অসম গণ পৰিষদ
২০০১ শৰৎ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬ যোগেন মোহন ভাৰতীয় জনতা পাৰ্টী
২০২১

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসমূহ

[সম্পাদনা কৰক]