সমললৈ যাওক

মাহী গিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাহী গিল

২০১৮ চনত গিল
জন্ম ৰিম্পি কৌৰ গিল
১৯ ডিচেম্বৰ, ১৯৭৫ (৪৯ বছৰ)
চণ্ডীগড়, ভাৰত
শিক্ষানুষ্ঠান পাঞ্জাব বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
দাম্পত্যসঙ্গী ৰবি কেশৰ
সন্তান


ৰিম্পি কৌৰ "মাহী" গিল (পঞ্জাবী: ਮਾਹੀ ਗਿੱਲ) (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৫), হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত, এগৰাকী ভাৰতীয় অভিনেত্ৰী।[1] অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত,হিন্দী ছবি দেৱ. ডিপাৰোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত। ছবিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত, বঙালী উপন্যাস দেৱদাসৰ এক আধুনিক ৰূপ। ছবিখনৰ বাবে তেওঁ ২০১০ চনত, শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচক বঁটাও লাভ কৰে। দেৱ. ডি-ত অভিনয়েৰে বলীউড (হিন্দী চলচ্চিত্ৰ)ত অভিষেক ঘটোৱাৰ পূৰ্বে তেওঁ পঞ্জাবী ছবিত নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।[2][3]

তেওঁ হিন্দী ভাষাৰ ছবি চাহেব, বিৱি ঔৰ গেংষ্টাৰ আৰু ইয়াৰ ছিকুৱেল চাহেব বিৱি ঔৰ গেংষ্টাৰ ৰিটাৰ্ণছত যৌন হতাশগ্ৰস্ত পত্নী মাধৱী দেৱীৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৫ চনৰ ১৯ ডিচেম্বৰ তাৰিখে, চণ্ডীগড়ত এটি পঞ্জাবী জাট শিখ পৰিয়ালত মাহী গিলে জন্মগ্ৰহণ কৰিছিল।[1] ১৯৯৮ চনত, তেওঁ চণ্ডীগড়স্থিত পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা থিয়েটাৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

হাৱায়েঁ নামৰ পঞ্জাবী ভিত্তিক বলীউড ছবি এখনত অভিনয়েৰে তেওঁ অভিনয় জগতত খোজ দিছিল। তেওঁ থিয়েটাৰত অভিনয় লগতে দুখনমান পঞ্জাবী ছবিতো অভিনয় কৰিছে। চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপে প্ৰথমে তেওঁক পাৰ্টি এখনত দেখিছিল আৰু নিমিষতে তেওঁক দেৱ. ডি ছবিত পাৰোৰ চৰিত্ৰত অভিনয় কৰিবলৈ চূড়ান্ত কৰিছিল।[5][6] তেওঁ নিৰজ গ্ৰʼভাৰ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত পৰিচালক ৰাম গোপাল ভাৰ্মাৰ চলচ্চিত্ৰ নট এ লাভ ষ্ট'ৰীতো অভিনয় কৰিছিল। ২০১১ চনৰ ৩০ ছেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত চাহেব, বিৱি ঔৰ গেংষ্টাৰ নামৰ ছবিখনত, তেওঁ অভিনেতা জিমি শ্বেৰগিল আৰু ৰণদীপ হুডাৰ বিপৰীতে অভিনয় কৰিছিল। এই ছবিখনৰ বাবে তেওঁ ফিল্মফেয়াৰ এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰিছিল।[7]

গিলে পান সিং তোমৰ নামৰ ছবিখনত অভিনেতা ইৰফান খানৰ বিপৰীতে অভিনয় কৰিছিল ৷ ছবিখন এগৰাকী ক্ৰীড়াবিদৰ জীৱনৰ সঁচা ঘটনাৰ আধাৰত নিৰ্মিত হৈছে; যিয়ে পিছলৈ এজন ডকাইত হৈ যায়৷ ইয়াত তেওঁ শিৰোনাম চৰিত্ৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। হিন্দী সংস্কৰণ জাঞ্জীৰৰ সৈতে একেলগে শ্বুটিং কৰা অপূৰ্ব লখিয়াৰ ছবি তুফানত অভিনয়েৰে গিলে অভিষেক ঘটায়। তিগমাংশু ঢুলিয়াৰ বুলেট ৰাজা নামৰ ছবিত তেওঁ প্ৰথমটো আইটেম নম্বৰ কৰিছিল৷[8]

মাহী গিলৰ আগন্তুক ৱেব ধাৰাবাহিক, '১৯৬২ দ্য ৱাৰ ইন দ্য হিলছ'। মহেশ মঞ্জৰেকাৰৰ পৰিচালনাত এই ধাৰাবাহিকখন নিৰ্মাণ হৈ আছে। এই ধাৰাবাহিকখনত অভিনেতা অভয় দেউল, সুমিত ব্যাস, আকাশ থোছাৰে অভিনয় কৰিছে৷[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ বৰ্তমান তেওঁৰ প্ৰেমিকৰ সৈতে গোৱাত থাকে আৰু তেওঁৰ এগৰাকী কন্যা সন্তান আছে; তাইৰ নাম ভেৰ’নিকা।[10] ২০২৩ চনত, তেওঁ তেওঁৰ সংগী ৰবি কেশৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাটো নিশ্চিত কৰিছিল।[11]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চাবি
এতিয়াও মুক্তি নোপোৱা ছবিক বুজায়
বৰ্ষ শিৰোনাম চৰিত্ৰ ভাষা টোকা তথ্যসূত্ৰ
২০০৩ হাৱায়েঁ লালী হিন্দী [12]
২০০৪ খুশী মিল গয়ী পঞ্জাবী [13]
২০০৬ চিৰ্ফ পাঁচ দিন [13]
২০০৭ খোয়া খোয়া চান্দ প্ৰেম কুমাৰৰ ঘৰত ষ্টাৰলেট হিন্দী [14]
মিট্টি ৱাজান মাৰ্দি ৰাণী পঞ্জাবী [15]
২০০৮ চক দে ফট্টে চিমৰণ [16]
২০০৯ দেৱ.ডি পৰমিন্দৰ 'পাৰো' হিন্দী শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ফিল্মফেয়াৰ সমালোচক বঁটা [17][18]
গুলাল মাধুৰী [19]
পাল পাল দিল কে ছাত ডলী ৰিম্পি গিল হিচাপে কৃতিত্বপ্ৰাপ্ত [20]
আগে ছে ৰাইট ছোনিয়া ভাট [21]
২০১০ দাবাং নিৰ্মলা [22]
মিৰ্চ এটা আইটেম নম্বৰত বিশেষ উপস্থিতি [23]
২০১১ উট পটাং সঞ্জনা মহাদিক [24]
নট এ লাভ ষ্টʼৰী অনুষা চাওলা [25]
চাহেব, বিৱি ঔৰ গেংষ্টাৰ মাধৱী দেৱী শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত [26]
মাইকেল ঋত্বিকা [27]
২০১২ পান সিং তোমৰ ইন্দিৰা [28]
কেৰী অন জাট্টা মাহী কৌৰ পঞ্জাবী [29]
দাবাং ২ নিৰ্মলা পাণ্ডে হিন্দী [30]
২০১৩ চাহেব, বিৱি ঔৰ গেংষ্টাৰ ৰিটাৰ্ণছ মাধৱী দেৱী [31]
জঞ্জীৰ মʼনা [32][33]
বুলেট ৰাজা "ডʼণ্ট টাচ মাই বডী" গীতত বিশেষ উপস্থিতি [34][35]
গেং অৱ গোষ্টছ মনোৰঞ্জনা কুমাৰী [36]
২০১৪ বুড্ঢা ইন এট্ৰেফিক জাম চাৰু সিদ্ধু [37]
ইংৰাজী
২০১৫ শৰীক জচ্ছি পঞ্জাবী
হেই ব্ৰʼ "বুলবুল" গীতত বিশেষ উপস্থিতি হিন্দী
২০১৬ আতিশবাজী ইছক বীৰা'ন পঞ্জাবী লগতে প্ৰযোজক
২০১৭ ৱেডিং এনিভাৰ্চাৰী কাহানী হিন্দী
২০১৮ ফেমাচ টিচাৰ ৰʼজী
চাহেব, বিৱি আৰু গেংষ্টাৰ ৩ মাধৱী দেৱী
২০১৯ ফেমিলী অফ ঠাকুৰগঞ্জ শৰ্বতী
পোছাম পা প্ৰজাক্তা দেশপাণ্ডে
২০২০ দুৰ্গামতী সাতাক্ষী গাংগুলী
দূৰদৰ্শন প্ৰিয়া ভাটেজা ওৰফে বিল্লʼ
২০২১ জোৰা: দ্য চেকেণ্ড চেপ্টাৰ ৰাজবীৰ ৰান্ধাৱা পঞ্জাবী
২০২৪ নাম মাহী হিন্দী

ৱেব ধাৰাবাহিক

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম চৰিত্ৰ ভাষা প্লেটফৰ্ম
২০১৮ অপহৰণ - সবকা কটেগা মধু ত্যাগী/মালিনী হিন্দী অল্টবালাজী
২০১৯ ফিক্সাৰ কেশৰ মালিক অল্টবালাজী আৰু জি৫
২০২১ ১৯৬২ চন: দ্য ৱাৰ ইন দ্য হিলছ শগুন সিং ডিজনী+ হটষ্টাৰ
২০২১ ইয়ʼৰ অʼনাৰ যশপ্ৰীৰ্ট হিন্দী চনীলিভ
পঞ্জাবী

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
ফিল্মফেয়াৰ বঁটা
  • ২০১০: শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) ; দেৱ.ডি[38]
  • ২০১২: শ্ৰেষ্ঠ অভিনেত্ৰী ; চাহেব, বিৱি ঔৰ গেংষ্টাৰ (মনোনীত)[39]
স্ক্ৰীণ বঁটা
  • ২০১০: মʼষ্ট প্ৰমিছিং নিউকামাৰ – ফিমেল ; দেৱ.ডি [40]
আইফা বঁটা
  • ২০১০: আইফা ষ্টাৰ নৱাগতৰ বঁটা ; দেৱ.ডি[41][42]
  • ২০১০: শ্ৰেষ্ঠ অভিনেত্ৰী ; দেৱ ডি (মনোনীত)[43]
  • ২০১২: শ্ৰেষ্ঠ অভিনেত্ৰী; চাহেব বিৱি ঔৰ গেংষ্টাৰ (মনোনীত)[44]
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা
  • ২০১৩: ৰোমাঞ্চকৰ ছবিৰ সৰ্বাধিক মনোৰঞ্জনদায়ক অভিনয় শিল্পী – মহিলা; চাহেব, বিৱি ঔৰ গেংষ্টাৰ ৰিটাৰ্ণছ [45]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Wadhwa, Akash (10 December 2012). "My first marriage failed because I was immature: Mahie". The Times of India. Archived from the original on 18 September 2018. https://web.archive.org/web/20180918020957/https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/My-first-marriage-failed-because-I-was-immature-Mahie/articleshow/17541925.cms। আহৰণ কৰা হৈছে: 17 September 2018. Wadhwa, Akash (10 December 2012). "My first marriage failed because I was immature: Mahie". The Times of India. Archived from the original on 18 September 2018. Retrieved 17 September 2018.
  2. . 11 September 2009. Archived from the original on 30 September 2010. https://web.archive.org/web/20100930030257/http://www.indianexpress.com/news/i-dont-have-time-to-date-anyone-mahi-gill/515861. 
  3. . 3 July 2009. http://expressbuzz.com/entertainment/Hindi/mahi-gill-a-girl-on-the-verge/81006.html. [সংযোগবিহীন উৎস]
  4. "Life History Of Celebrity And Actress Mahi Gill". Archived from the original on 21 April 2014. https://web.archive.org/web/20140421082737/http://www.insidestorymedia.com/life-history-of-bollywood-actress-mahi-gill/। আহৰণ কৰা হৈছে: 6 July 2013. 
  5. Menon, Neelima (3 July 2009). "Mahi Gill: A girl on the verge". The New Indian Express. Archived from the original on 31 May 2016. https://web.archive.org/web/20160531143745/http://www.newindianexpress.com/entertainment/hindi/article90503.ece?service=print। আহৰণ কৰা হৈছে: 30 April 2016. 
  6. "It was difficult working in 'Not A Love Story': Mahi Gill". Mid-Day. 21 July 2011. Archived from the original on 6 May 2016. https://web.archive.org/web/20160506015332/http://www.mid-day.com/articles/it-was-difficult-working-in-not-a-love-story-mahi-gill/128986। আহৰণ কৰা হৈছে: 30 April 2016. 
  7. "Filmfare Awards 2011 - Nominations List". The Times of India. 20 January 2012. http://www.indiatimes.com/bollywood/filmfare-awards-2011-nominations-list-10532.html। আহৰণ কৰা হৈছে: 30 April 2016. 
  8. . প্ৰকাশক Chennai, India. 2 March 2013. Archived from the original on 1 June 2013. https://web.archive.org/web/20130601032848/http://www.thehindu.com/features/cinema/the-next-item/article4469156.ece. 
  9. Keshri, Shweta (15 February 2021). "1962 The War In The Hills trailer out. Abhay Deol's Indo-China war drama looks epic" (en ভাষাত). India Today. https://www.indiatoday.in/binge-watch/story/1962-the-war-in-the-hills-trailer-out-abhay-deol-s-indo-china-war-drama-looks-epic-1769458-2021-02-15। আহৰণ কৰা হৈছে: 25 February 2021. 
  10. "Mahie Gill: I am unmarried and mother of a three-year-old girl | Hindi Movie News - Bollywood". The Times of India. Archived from the original on 3 July 2019. https://web.archive.org/web/20190703035633/https://timesofindia.indiatimes.com/videos/entertainment/hindi/mahie-gill-i-am-unmarried-and-mother-of-a-three-year-old-girl/videoshow/70046137.cms। আহৰণ কৰা হৈছে: 3 July 2019. 
  11. "Mahie Gill confirms that she is married to Ravi Kesar". Bollywood Hungama. 18 August 2023. https://www.bollywoodhungama.com/news/bollywood/mahie-gill-confirms-married-ravi-kesar/. 
  12. "Hawayein - Movie - - Box Office India". Box Office India. https://boxofficeindia.com/cast_crew.php?movieid=568। আহৰণ কৰা হৈছে: 27 December 2022. 
  13. 13.0 13.1 "Mahie Gill" (en ভাষাত). 8 March 2018. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/photo-stories/womens-day-special-leading-ladies-of-punjabi-cinema/photostory/63215482.cms?picid=63215493. 
  14. "Mahi getting in shape to sport bikini" (en ভাষাত). 13 March 2013. https://www.deccanherald.com/content/318537/mahi-getting-shape-sport-bikini.html. 
  15. "Mitti Wajaan Maardi" (en ভাষাত). Rotten Tomatoes. https://www.rottentomatoes.com/m/mitti_wajaan_maardi। আহৰণ কৰা হৈছে: 29 December 2022. 
  16. "Chakk de Phatte" (en ভাষাত). Rotten Tomatoes. https://www.rottentomatoes.com/m/chak_de_phatte। আহৰণ কৰা হৈছে: 29 December 2022. 
  17. Bhushan, Nyay (28 February 2010). "'3 Idiots,' 'DevD' top Filmfare Awards". https://www.hollywoodreporter.com/business/business-news/3-idiots-devd-top-filmfare-21157/. 
  18. "Dev D Awards: List of Awards won by Hindi movie Dev D". 28 October 2009. https://timesofindia.indiatimes.com/entertainment/hindi/movie-details/dev-d/movieawards/61295434.cms. 
  19. "Gulaal Cast List | Gulaal Movie Star Cast | Release Date | Movie Trailer | Review- Bollywood Hungama" (en ভাষাত). Bollywood Hungama. 13 March 2009. https://www.bollywoodhungama.com/movie/gulaal/cast/। আহৰণ কৰা হৈছে: 29 December 2022. 
  20. "Pal Pal Dil Ke Ssaat - Movie - - Box Office India". Box Office India. https://www.boxofficeindia.com/cast_crew.php?movieid=1011। আহৰণ কৰা হৈছে: 29 December 2022. 
  21. "Aagey Se Right - Movie - - Box Office India". Box Office India. https://boxofficeindia.com/cast_crew.php?movieid=165। আহৰণ কৰা হৈছে: 29 December 2022. 
  22. Bamzai, Kaveree (9 October 2010). "Film review: Dabangg" (en ভাষাত). https://www.indiatoday.in/movies/bollywood/story/film-review-dabangg-81793-2010-09-09. 4/5 stars
  23. "Mahie Gill faints on sets of Mirch" (en ভাষাত). 21 September 2009. https://www.news18.com/news/india/mahie-gill-faints-on-sets-of-mirch-325294.html. 
  24. Udasi, Harshikaa (31 January 2011). "Gill and the gloss" (en-IN ভাষাত). https://www.thehindu.com/features/cinema/Gill-and-the-gloss/article15540865.ece. 
  25. Malani, Gaurav (18 August 2011). "Not A Love Story: Movie Review" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/not-a-love-story-movie-review/articleshow/9637673.cms. 
  26. "Mahie Gill Awards & Nominations - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/celebrity/mahie-gill/awards/nominated/। আহৰণ কৰা হৈছে: 29 December 2022. 
  27. "Michael" (en ভাষাত). Rotten Tomatoes. https://www.rottentomatoes.com/m/michael_2011_2। আহৰণ কৰা হৈছে: 30 December 2022. 
  28. "Paan Singh Tomar - Movie - - Box Office India". Box Office India. https://www.boxofficeindia.com/cast_crew.php?movieid=15। আহৰণ কৰা হৈছে: 30 December 2022. 
  29. "Gippy Grewal's 'Carry On Jatta 3' to go on floors in October, release date announced". 1 April 2022. https://theprint.in/features/gippy-grewals-carry-on-jatta-3-to-go-on-floors-in-october-release-date-announced/897550/. 
  30. Adarsh, Taran (20 December 2012). "Dabangg 2 Movie Review: Dabangg 2 will centre around Chulbul Pandey as its central character. Only the backdrop this time round will be a posh metropolitan city and not a gaon. You see, Chulbul Pandey will be transferred to a city and will mingle with the elite, but will retain his simplistic flavour and values." (en ভাষাত). https://www.bollywoodhungama.com/movie/dabangg-2/critic-review/dabangg-2-movie-review/. 4/5 stars
  31. Chopra, Anupama (8 March 2013). "Anupama Chopra's review: Sahib Biwi Aur Gangster Returns" (en ভাষাত). https://www.hindustantimes.com/movie-reviews/anupama-chopra-s-review-sahib-biwi-aur-gangster-returns/story-mwca4pdaLEuuhUnx3NwU6I.html. 3/5 stars
  32. Ghoshal, Arkadev (7 September 2013). "A ghost of the namesake" (en ভাষাত). https://www.deccanherald.com/content/355775/a-ghost-namesake.html. 
  33. "Zanjeer Cast List | Zanjeer Movie Star Cast | Release Date | Movie Trailer | Review- Bollywood Hungama" (en ভাষাত). Bollywood Hungama. 6 September 2013. https://www.bollywoodhungama.com/movie/zanjeer-3/cast/। আহৰণ কৰা হৈছে: 30 December 2022. 
  34. "Bullett Raja (2013)" (en ভাষাত). British Film Institute. Archived from the original on 21 September 2021. https://web.archive.org/web/20210921122300/https://www2.bfi.org.uk/films-tv-people/51c38006cb305। আহৰণ কৰা হৈছে: 30 December 2022. 
  35. "Mahie Gill shoots item number for Bullet Raja". 6 February 2013. https://www.ndtv.com/entertainment/mahie-gill-shoots-item-number-for-bullet-raja-610616. 
  36. Gupta, Shubhra (21 March 2014). "Movie Review: Gang Of Ghosts" (en ভাষাত). https://indianexpress.com/article/entertainment/movie-review/movie-review-gang-of-ghosts/. 
  37. Ramnath, Nandini (13 May 2016). "Film review: 'Buddha in a Traffic Jam' has the perfect business plan for revolution". https://scroll.in/article/808052/film-review-buddha-in-a-traffic-jam-has-the-perfect-business-plan-for-revolution. 
  38. "3 Idiots shines at Filmfare Awards". The Economic Times. 28 February 2010. Archived from the original on 17 June 2013. https://web.archive.org/web/20130617001530/http://articles.economictimes.indiatimes.com/2010-02-28/news/27604264_1_popular-choice-awards-karan-johar-tweets-ujaala-dikhaane-jaisa-hai. 
  39. "Filmfare Awards Nominations 2011 – 2012". Indicine. Archived from the original on 7 December 2013. https://web.archive.org/web/20131207171305/http://www.indicine.com/movies/bollywood/filmfare-awards-nominations-2011-2012/। আহৰণ কৰা হৈছে: 6 July 2013. 
  40. "Star Screen Awards Winners 2009 – 2010". Indicine. Archived from the original on 9 November 2013. https://web.archive.org/web/20131109180947/http://www.indicine.com/movies/bollywood/star-screen-awards-winners-2009-2010/। আহৰণ কৰা হৈছে: 6 July 2013. 
  41. Raina, Shilpa (6 June 2010). "'3 Idiots' Triumphs at IIFA Vidya, Kareena are Best Actresses" (en ভাষাত). https://daijiworld.com/news/newsDisplay?newsID=78686. 
  42. "The Tribune, Chandigarh, India - Main News". 6 June 2010. https://www.tribuneindia.com/2010/20100607/main6.htm. 
  43. "Nominations for IIFA Awards 2010". Bollywood Hungama. 8 May 2010. Archived from the original on 1 March 2014. https://web.archive.org/web/20140301145316/http://www.bollywoodhungama.com/movies/features/type/view/id/980/। আহৰণ কৰা হৈছে: 22 February 2014. 
  44. "Nominations for IIFA Awards 2012". Bollywood Hungama. 5 May 2012. Archived from the original on 1 March 2014. https://web.archive.org/web/20140301145402/http://www.bollywoodhungama.com/movies/features/type/view/id/3351/। আহৰণ কৰা হৈছে: 22 February 2014. 
  45. "Nominations for 4th Big Star Entertainment Awards". Bollywood Hungama. 12 December 2013. Archived from the original on 16 December 2013. https://web.archive.org/web/20131216182337/http://www.bollywoodhungama.com/movies/features/type/view/id/5890। আহৰণ কৰা হৈছে: 23 February 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]