মাৰ্ঘেৰিটা বিধানসভা সমষ্টি
| সমষ্টি নং- ৮৩ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উত্তৰ অসম |
| জিলা | তিনিচুকীয়া |
| লোকসভা সমষ্টি | ডিব্ৰুগড় |
| প্ৰতিস্থা | ১৯৭৮ |
| সংৰক্ষণ | নাই |
ভাস্কৰ শৰ্মা | |
| দল | Lua error in Module:Party_name_with_color at line 42: attempt to call upvalue 'fetch' (a nil value). |
| মিত্ৰগোট | Lua error in Module:Party_name_with_color at line 42: attempt to call upvalue 'fetch' (a nil value). |
| নিৰ্বাচিত বছৰ | ২০২৬ |
মাৰ্ঘেৰিটা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৮৩ হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] মাৰ্ঘেৰিটা তিনিচুকীয়া জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, লাহোৱাল, খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, মাকুম আৰু ডিগবৈ৷
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৭৮ | হৰেশ্বৰ গোস্বামী | জনতা পাৰ্টি | |
| ১৯৮৩ | কাউঞ্চিল তেলী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | কুলবাহাদুৰ চেত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯১ | প্ৰদ্যুত বৰদলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | |||
| ২০০১ | |||
| ২০০৬ | |||
| ২০১১ | প্ৰদ্যুত বৰদলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | ভাস্কৰ শৰ্মা | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই বিজয় সাব্যস্ত কৰি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | ভাস্কৰ শৰ্মা | 86,412 | 55.45 | +2.23 | |
| Indian National Congress | মনোৰঞ্জন বৰগোহাঞি | 58,125 | 37.30 | −1.12 | |
| Assam Jatiya Parishad | সঞ্জীৱ বৰুৱা | 8,110 | 5.20 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 3,197 | 2.05 | ||
| সংখ্যাগৰিষ্ট | 28,287 | 18.15 | |||
| মুঠ ভোটদান | 1,55,844 | 84.15 | |||
| ছুইং | |||||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | ভাস্কৰ শৰ্মা | 78,401 | 53.22 | ||
| Indian National Congress | মনোৰঞ্জন বৰগোহাঞি | 56,425 | 38.42 | ||
| Assam Jatiya Parishad | সঞ্জীৱ বৰুৱা | 9,112 | 6.20 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 3,145 | 2.16 | ||
| সংখ্যাগৰিষ্ট | 21,976 | 14.80 | |||
| মুঠ ভোটদান | 1,47,083 | 81.35 | |||
| ছুইং | |||||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | ভাস্কৰ শৰ্মা | 66,360 | 51.20 | ||
| Indian National Congress | প্ৰদ্যুত বৰদলৈ | 46,231 | 35.67 | ||
| Independent | উৎপল চেতিয়া | 14,310 | 11.04 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 2,697 | 2.09 | ||
| সংখ্যাগৰিষ্ট | 20,129 | 15.53 | |||
| মুঠ ভোটদান | 1,29,598 | 84.15 | |||
| ছুইং | |||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Elections in
- ↑ ASSAM ELECTIONS 2016 RESULTS
- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S0383 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0383.htm। আহৰণ কৰা হৈছে: 25 June 2026.