সমললৈ যাওক

মিচিং আলোচনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিচিং আলোচনী (ইংৰাজী: Mising Magazine, Mising: Mising Lusar) বুলিলে মূলতঃ অসমৰ দ্বিতীয় বৃহত্তম জনজাতি মিচিং জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনক প্ৰতিফলিত কৰি প্ৰকাশ পোৱা বিভিন্ন বাৰ্তালোচনী, সাহিত্যালোচনী বা সাময়িক পত্ৰিকাসমূহক বুজায়। মিচিং ভাষাৰ প্ৰথম আলোচনীখন নাম হ'ল Lutad (লুতাদ)।