মিডিয়াৱিকি
অৱয়ব
![]() আনুষ্ঠানিক ল'গ' আৰু মূলমন্ত্ৰ | |
স্ক্ৰীনশ্বট English Wikipedia screenshot.png মিডিয়াৱিকি ১.২৪ ব্যৱহাৰ কৰা ইংৰাজী ৱিকিপিডিয়াৰ বেটুপাত | |
| মূল উদ্ভাৱক | Magnus Manske, Lee Daniel Crocker |
|---|---|
| বিকাশক | ৱিকিমিডিয়া প্ৰতিষ্ঠান আৰু মিডিয়াৱিকি স্বেচ্ছাসেৱক |
| প্ৰথম মুক্তি | ২৫ জানুৱাৰী ২০০২ |
| লিখা হৈছে | PHP |
| অপাৰেটিং চিষ্টেম | Windows, OS X, Linux, FreeBSD, Solaris, NetWare |
| আকাৰ | ~২২.৯ MB |
| উপলভ্য হয় | ২৪০[1] টা ভাষা |
| প্ৰকাৰ | ৱিকি |
| অনুজ্ঞাপত্ৰ | GPLv2+[2] |
| ৱেবছাইট | mediawiki |
মিডিয়াৱিকি হৈছে এক মুক্তউৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰ'গ্ৰামিং ভাষাত লিখা হয়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; আনকি এই ৱেবছাইট অৰ্থাৎ অসমীয়া ৱিকিপিডিয়ায়েও এই ছফ্টৱেৰৰ জৰিয়তেই কাম কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Supported languages". translatewiki.net. https://translatewiki.net/wiki/Special:SupportedLanguages.
- ↑ "Copyright". mediawiki.org. https://www.mediawiki.org/wiki/Copyright.
