সমললৈ যাওক

মিতালি সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Mitali Mukherjee
মিতালী মুখার্জী
Mukherjee in April 2012
Mukherjee in April 2012
পৃষ্ঠভূমি
জন্ম Mymensingh, Bangladesh
সংগীতৰ ধৰণ Modern, classical, playback
পেচা Singer
বাদ্যযন্ত্ৰ Vocal
সক্ৰিয়তাৰ বছৰ 1978–present
জীৱন-সঙ্গী Bhupinder Singh (বি. ১৯৮০২০২২)

মিতালি সিং ( ইংৰাজী: : Mitali Singh  ; জন্ম মুখাৰ্জী ) এগৰাকী ভাৰতীয়-বাংলাদেশী শাস্ত্ৰীয় আৰু প্লেবেক গায়িকা, তেওঁৰ ঘৰ বাংলাদেশৰ মাইমেনছিং ত। ১৯৮২ চনত দুই পইছাৰ আলতা নামৰ ছবিৰ বাবে আই দুনিয়া এখোন তো আৰ গীতটি পৰিবেশন কৰাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬২ চনত মাইমেনছিংত পিতৃ অমূল্য কুমাৰ মুখাৰ্জী আৰু মাতৃ কল্যানী মুখাৰ্জীৰ ঘৰত মিতালিৰ জন্মগ্ৰহণ হৈছিল ।[3] পি.টি. মিথুন দেৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল । তেওঁ বৰোদা মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।[1]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

মুখাৰ্জীৰ প্ৰথম এলবাম "সাহিল" মুকলি কৰিছিল এইচ এম ভি য়ে। তেওঁ গীতিকাৰ গুলজাৰৰ সৈতে সহযোগিতা কৰি তেওঁৰ "চান্দ পৰোছা হায়" এলবাম টো উলিয়াইছিল।[1] তেওঁ পাঞ্জাবী, গুজৰাটী আৰু তামিলকে ধৰি কেইবাটাও ভাষাত গীত গাইছে।[1]

মুখাৰ্জীয়ে টেলিভিছন শ্ব' ছা ৰে গা মা পা আৰু শ্বেৰা কনথোৰ বিচাৰক হিচাপে কাম কৰিছিল।[2]

তামিল গান

[সম্পাদনা কৰক]

ইল্লয়াৰাজৰ চলচ্চিত্ৰ “থালাপতি “ ৰ পৰা যমুনাই আট্ৰিলে

পাঞ্জাবী গান

[সম্পাদনা কৰক]

এলবাম: ৱহ বুৰা মান গয়ে গীত: সাজন মুঝছে ৰুথে

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৩ চনৰ পৰা গজল গায়ক ভূপিন্দৰ সিঙৰ সৈতে মুখাৰ্জীৰ বিবাহ হৈছিল।[1] তেওঁৰ বাসস্থান মুম্বাইত।[1] তেওঁৰ ভাই-ভনীৰ ভিতৰত প্ৰদীপ মুখাৰ্জী আৰু দীপক মুখাৰ্জী (মৃত্যু ১৯৮৮) অন্যতম।[1].[1]

চিটি বেংকৰ দ্বাৰা "গান-ই গান-ই গুনিজন শ্বোংবৰ্ধোনা" (২০১৫)[4]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Zahangir Alom (30 October 2015). "Whenever I visit Bangladesh, I don't feel like leaving - Mitali Mukherjee". The Daily Star. http://www.thedailystar.net/arts-entertainment/music/whenever-i-visit-bangladesh-i-dont-feel-leaving-mitali-mukherjee-164323। আহৰণ কৰা হৈছে: 30 October 2015. 
  2. 2.0 2.1 Joana Nomrata Mazumder (2018-10-27). "The Flamboyant Songbird Speaks" (en ভাষাত). The Daily Star. https://www.thedailystar.net/showbiz/cover-story/news/the-flamboyant-songbird-speaks-1652251. 
  3. Syeda Shamin Mortada (24 April 2009). "Out of sight at times, but never out of mind". The Daily Star. Archived from the original on 8 May 2018. https://web.archive.org/web/20180508102423/https://www.thedailystar.net/news-detail-85297। আহৰণ কৰা হৈছে: 29 Oct 2015. 
  4. Zahangir Alom (12 Oct 2015). "Citi Bank honours Mitali Mukherjee". The Daily Star. http://www.thedailystar.net/arts-entertainment/citi-bank-honours-mitali-mukherjee-155440। আহৰণ কৰা হৈছে: 30 Oct 2015.