মিৰ'শ্লাৱ কলিতা
অৱয়ব
| মিৰ'শ্লাৱ কলিতা | |
|---|---|
মিৰ'শ্লাৱ কলিতা (২০২৩) | |
| জন্ম | ১৮ জুলাই, ১৯৭০ (৫৫ বছৰ) ডেবিকা, পোলেণ্ড |
| ৰাষ্ট্ৰীয়তা | প'লেণ্ডীয় |
| পেচা | ফুটবল খেলুৱৈ, প্ৰশিক্ষক |
মিৰ'শ্লাৱ কলিতা (ইংৰাজী: Mirosław Kalita; জন্ম: ১৮ জুলাই ১৯৭০) এগৰাকী প'লেণ্ডৰ পূৰ্ব ফুটবল খেলুৱৈ আৰু বৰ্তমান ফুটবল প্ৰশিক্ষক।[1][2]তেওঁ মিডফিল্ড পজিচনত খেলিছিল।
খেলুৱৈ জীৱন
[সম্পাদনা কৰক]মিৰ'শ্লাৱ কলিতাই ১৯৯০ৰ দশক আৰু ২০০০ৰ আৰম্ভণিত তলৰ ক্লাবসমূহৰ হৈ খেলিছিল:
- Wisłoka Dębica (১৯৯০–১৯৯৬): ৮৫ খন মেচত ১৫ টা গোল।
- Amica Wronki (১৯৯৬–১৯৯৯): ৭৩ খন মেচত ৩ টা গোল।
- তেওঁ Amica Wronkiৰ সৈতে ১৯৯৭–৯৮ আৰু ১৯৯৮–৯৯ Polish Cup জয় কৰিছিল।
- Śląsk Wrocław (১৯৯৯–২০০০): ৩৯ খন মেচত ৯ টা গোল।
- ইয়াৰ উপৰিও তেওঁ RKS Radomsko, KSZO Ostrowiec, Resovia আদি ক্লাবত অংশগ্ৰহণ কৰিছিল।
প্ৰশিক্ষক জীৱন
[সম্পাদনা কৰক]খেলুৱৈ জীৱনৰ সামৰণিৰ পিছত মিৰ'শ্লাৱ কলিতাই বিভিন্ন ক্লাব আৰু জাতীয় দলৰ সহ-প্ৰশিক্ষক হিচাপে কৰ্মৰত হৈ আছে:
- ২০০৪–২০০৯: Wisłoka Dębica (player‑manager)
- ২০০৯–২০১১: Partyzant Targowiska
- ২০১১–২০১৩: Stal Stalowa Wola
- ২০১৩–২০১৪: Wisłoka Dębica
- ২০১৪–২০১৭: Watra Białka Tatrzańska (player‑manager)
- ২০১৭–২০২২: পোলেণ্ড U21 (সহ-প্ৰশিক্ষক)
- ২০২২: পোলেণ্ড জাতীয় দল (সহ-প্ৰশিক্ষক)
- ২০২৩: Cracovia II (মুখ্য প্ৰশিক্ষক)[3]
- ২০২৪–বৰ্তমান: Igloopol Dębica (সহ-প্ৰশিক্ষক), Poland U17 (সহ-প্ৰশিক্ষক)
সন্মান
[সম্পাদনা কৰক]Amica Wronki
- প'লিছ কাপ: ১৯৯৭–৯৮, ১৯৯৮–৯৯[4]
ব্যক্তিগত তথ্য
[সম্পাদনা কৰক]মিৰ'শ্লাৱ কলিতাৰ উচ্চতা ১.৭৯ মিটাৰ (৫ ফুট ১০ ইঞ্চি)। বৰ্তমান তেওঁ Igloopol Dębica আৰু Poland U17 জাতীয় দলৰ সহ‑প্ৰশিক্ষক।
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Squad List: FIFA World Cup Qatar 2022: Poland (POL)". FIFA. 18 December 2022. পৃষ্ঠা: 21. https://fdp.fifa.org/assetspublic/ce44/pdf/SquadLists-English.pdf। আহৰণ কৰা হৈছে: 27 October 2024.
- ↑ "Mirosław Kalita" (pl ভাষাত). 90minut.pl. http://www.90minut.pl/kariera.php?id=768। আহৰণ কৰা হৈছে: 5 April 2024.
- ↑ "Mirosław Kalita nowym trenerem rezerw Cracovii" (pl ভাষাত). cracovia.pl. 2023-06-19. https://cracovia.pl/aktualnosci/cracovia-2/miroslaw-kalita-nowym-trenerem-rezerw/। আহৰণ কৰা হৈছে: 2025-07-11.
- ↑ "Mirosław Kalita" (pl ভাষাত). 90minut.pl. http://www.90minut.pl/kariera.php?id=768। আহৰণ কৰা হৈছে: 2024-04-05.