সমললৈ যাওক

মীনাক্ষী চিত্তৰঞ্জন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীনাক্ষী চিত্তৰঞ্জন
জন্ম চেন্নাই, তামিলনাড়ু, ভাৰত
শিক্ষানুষ্ঠান এথিৰাজ কলেজ ফৰ ৱ’মেন
পেচা শাস্ত্ৰীয় নৃত্যংগনা
জনা যায় ভাৰত নাট্যম
দাম্পত্যসঙ্গী অৰুণ চিত্তৰঞ্জন
পিতৃ-মাতৃ সবনাগায়ম
সাবিত্ৰী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
কলাইমামণি
নাট্যকলা সাৰথি
নাট্য চূড়ামণি
ৱেবছাইট
Website


মীনাক্ষী চিত্তৰঞ্জন (ইংৰাজী: Meenakshi Chitharanjan ) ভাৰতীয় শাস্ত্ৰীয় নৃত্যংগনা, শিক্ষিকা আৰু কৰিঅ’গ্ৰাফাৰ, যাক শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ পণ্ডানল্লুৰ শৈলীৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত।[1] তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু পণ্ডানল্লুৰ পৰম্পৰা ৰক্ষাৰ বাবে প্ৰয়াস কৰা কলাদিক্ষা নামৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক। চোক্কালিংগম পিল্লাই আৰু চুব্বাৰায় পিল্লাই পিতৃ-পুত্ৰ যুটীৰ শিষ্যা,[2] মীনাক্ষীয়ে তামিলনাডু চৰকাৰৰ কলাইমামণি বঁটা আৰু শ্ৰীপাৰ্থসাৰথি স্বামী সভাৰ নাট্য কলা সাৰথিকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে।[3] ভাৰত চৰকাৰে শাস্ত্ৰীয় নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০৮ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Profile: Meenakshi Chitharanjan". Lokvani. 17 March 2009. http://www.lokvani.com/lokvani/article.php?article_id=5567। আহৰণ কৰা হৈছে: 29 January 2016. 
  2. "The king was captivated and…". The Hindu. 31 October 2014. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/the-king-was-captivated-and/article6549572.ece। আহৰণ কৰা হৈছে: 29 January 2016. 
  3. "Life’s dancing lessons". The Hindu. 13 February 2014. http://www.thehindu.com/features/friday-review/dance/lifes-dancing-lessons/article5684655.ece। আহৰণ কৰা হৈছে: 29 January 2016. 
  4. "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 3 January 2016. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]