মুখতাৰ খান
অৱয়ব
| মুখতাৰ খান | |
|---|---|
| জন্ম | জম্মু-কাশ্মীৰ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | ফটো সাংবাদিকতা |
| নিয়োগকৰ্তা | সংযুক্ত প্ৰেছ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পুলিৎজাৰ বঁটা[1] |
মুখতাৰ খান (ইংৰাজী: Mukhtar Khan) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে।[2]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]মুখতাৰ খানৰ ভাৰতৰ কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰৰ বাসিন্দা।
সাংবাদিকতা
[সম্পাদনা কৰক]বৰ্তমান মুখতাৰ খানে আমেৰিকাৰ সংবাদ সংস্থা এ পিৰ সাংবাদিক হিচাপে কাম কৰি আছে।[3]
অৰ্জন
[সম্পাদনা কৰক]২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ কাশ্মীৰৰ অভূতপূৰ্ব পৰিস্থিতিৰ বাতৰি পৰিৱেশন কৰা আন দুগৰাকী ফটো সাংবাদিক দাৰ ইয়াচিন আৰু চন্নী আনন্দৰ সৈতে তেওঁ সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটা লাভ কৰে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "পুলিত্জাৰে ভূষিত কাশ্মীৰেৰ তিন ফটোগ্ৰাফাৰ". indiatimes.com. ৫ মে ২০২০. Archived from the original on 2020-09-24. https://web.archive.org/web/20200924043123/https://eisamay.indiatimes.com/world/associated-press-three-kashmiri-photographers-win-pulitzer-for-the-year-2020/articleshow/75547816.cms.
- ↑ "পুলিৎজাৰ জিতলেন তিন কাশ্মিৰি সাংবাদিক". banglatribune.com. May 5, 2020. https://www.banglatribune.com/foreign/news/622151/%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B0%E0%A6%BF-%E0%A6%B2%E0%A6%95%E0%A6%A1%E0%A6%BE%E0%A6%89%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B0%E0%A7%87%E0%A6%9C%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A7%8E%E0%A6%9C%E0%A6%BE%E0%A6%B0-%E0%A6%9C%E0%A6%BF%E0%A6%A4%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%A4%E0%A6%BF%E0%A6%A8.
- ↑ "৩ কাশ্মিৰি সাংবাদিক জিতলেন পুলিৎজাৰ". dailynayadiganta.com. ৫ মে ২০২০. Archived from the original on 2020-05-24. https://web.archive.org/web/20200524190446/https://www.dailynayadiganta.com/subcontinent/500030/%E0%A7%A9-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B0%E0%A6%BF-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%BF%E0%A6%95-%E0%A6%9C%E0%A6%BF%E0%A6%A4%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AA%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A7%8E%E0%A6%9C%E0%A6%BE%E0%A6%B0.
- ↑ "Channi Anand, Mukhtar Khan and Dar Yasin of Associated Press". The Pulitzer Prizes. May 5, 2020. https://www.pulitzer.org/winners/channi-anand-mukhtar-khan-and-dar-yasin-associated-press.