সমললৈ যাওক

মুছলপুৰ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুছলপুৰ মহাবিদ্যালয়
Mushalpur College
স্থাপিত ২২ জুন, ১৯৯৩
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° প্ৰিয়নাথ বসুমতাৰী
স্থান মুছলপুৰ, বাক্সা, অসম, ভাৰত
ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়[1]
ৱেবছাইট https://www.mushalpurcollege.ac.in

মুছলপুৰ মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৯৩ চনত স্থাপিত মহাবিদ্যালয়খন অসমবাক্সা জিলাৰ মুছলপুৰত অৱস্থিত। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। [2]

স্বীকৃতি

[সম্পাদনা কৰক]

মহাবিদ্যালয়খন পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয় সৈতে সংযুক্ত আছিল। বৰ্তমান মহাবিদ্যালয়ৰ এফিলিয়েচন বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰৰ অধীনত আছে। মহাবিদ্যালয়খনে ২০০৮ চনত অসম চৰকাৰৰপৰা কনকাৰেঞ্জৰ সন্মতি লাভ কৰে। মহাবিদ্যালয়খনে অক্টোবৰ, ২০১৭ তাৰিখে ইউজিচি আইন ১৯৫৬ৰ ধাৰা অনুসৰি ২(এফ) আৰু ১২(বি)ৰ অধীনত স্বীকৃতিৰ বাবে এফ.নং. ৮-৫২৩/২০১৭ (চিপিপি-আই/চি) জৰিয়তে ইউজিচিৰ ওচৰত আবেদন কৰিছে।

বিভাগসমূহ

[সম্পাদনা কৰক]

কলা শাখা

[সম্পাদনা কৰক]

সুবিধাসমূহ

[সম্পাদনা কৰক]
  • কমন ৰুম
  • পুথিভঁৰাল
  • আই.চি.টি. লেবৰেটৰী
  • খেলপথাৰ
  • ছাত্ৰ বৃত্তি
  • বাৰ্ষিক ভ্ৰমণ আৰু ক্ষেত্ৰ ভ্ৰমণ
  • কেণ্টিন
  • এক্সটেনচন প্ৰগ্ৰেম

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. [Bodoland University "Bodoland university"]. Bodoland university. Bodoland University। আহৰণ কৰা হৈছে: 11 October 2025. 
  2. "Mushalpur college". Shiksha.com. https://www.shiksha.com/college/mushalpur-college-assam-other-134613/courses/ba-bc। আহৰণ কৰা হৈছে: 11 October 2025.