সমললৈ যাওক

মুছেণ্ডা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুছেণ্ডা
Mussaenda frondosa
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: Plantae
ক্লেড: Angiosperms
ক্লেড: Eudicots
ক্লেড: Superasterids
ক্লেড: Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
উপপৰিয়াল: Ixoroideae
গোত্ৰ: Mussaendeae
গণ: Mussaenda
L.
সমাৰ্থক[1]
  • Aphaenandra Miq. (1857)
  • Asemanthia Ridl. (1940)
  • Belilla Adans. (1763)
  • Menestoria DC. (1830)
  • Spallanzania DC. (1830)

মুছেণ্ডা (ইংৰাজী: Mussaenda) হৈছে ৰুবিয়েচি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ গণ। ইহঁত আফ্ৰিকা আৰু এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ থলুৱা উদ্ভিদ। এইবিধ উদ্ভিদৰ কেইবাটাও প্ৰজাতি আলংকাৰিক উদ্ভিদ হিচাপে খেতি কৰা হয়।

প্ৰজাতি

[সম্পাদনা কৰক]

নিম্নলিখিত প্ৰজাতিসমূহ মুছেণ্ডাৰ অন্তৰ্গত:[2]

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Mussaenda Burm. ex L. Plants of the World Online. Retrieved 8 November 2023.
  2. "Mussaenda". ThePlantList (2010) Version 1. http://www.theplantlist.org/browse/A/Rubiaceae/Mussaenda/। আহৰণ কৰা হৈছে: 27 January 2013. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]