মুনমী ফুকন
অৱয়ব
| মুনমী ফুকন | |
|---|---|
| জন্ম | ২৯ ফেব্ৰুৱাৰী, ১৯৮৮ শিৱসাগৰ, অসম, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী |
মুনমী ফুকন (ইংৰাজী: Moonmi Phukan) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে[উদ্ধৃতিৰ প্ৰয়োজন]৷
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|
| ২০১১ | ৰামধেনু | মুনিন বৰুৱা | অতিথি শিল্পী |
| ২০১২ | ৰ’দ্ | গৌতম বৰুৱা | |
| ২০১৬ | দূৰদৰ্শন...এটি যন্ত্ৰ (২০১৬) | ৰাজেশ ভূঞাঁ | |
| ২০১৭ | তুমি আহিবানে (২০১৭) | প্ৰেৰণা বৰবৰুৱা | |
| লংকা কান্দ | |||
| দাদাগিৰি | |||
| ইমন |
ভ্ৰাম্যমাণ থিয়েটাৰ
[সম্পাদনা কৰক]অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত মুনমীয়ে অভিনয় কৰিছে। সেইবোৰৰ ভিতৰত হেঙুল থিয়েটাৰ আৰু থিয়েটাৰ সূৰ্য্য উল্লেখযোগ্য।
অসমীয়া ভিচিডিত মুনমী ফুকন
[সম্পাদনা কৰক]- জানমণি (২০১১)
- চানেকী
টিভি ছিৰিয়েল
[সম্পাদনা কৰক]চলচ্চিত্ৰ আৰু ভিচিডি ত অভিনয় কৰাৰ বাদেও মুনমী ফুকনে টিভি ধাৰাবাহিকটো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল হ’ল:-
- অনুৰাধা , ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত।
- তুমি দুচকুত কাজল ল’লে, ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত[1]।
- বিনদাছ, ৰং (দূৰদৰ্শন কেন্দ্ৰ) যোগে সম্প্ৰচাৰিত।
- দুটি মনৰ জোনাক (ৰং) চৰিত্ৰ - কস্তূৰী
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||
