সমললৈ যাওক

মুনমী ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুনমী ফুকন
জন্ম ২৯ ফেব্ৰুৱাৰী, ১৯৮৮
শিৱসাগৰ, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী


মুনমী ফুকন (ইংৰাজী: Moonmi Phukan) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে[উদ্ধৃতিৰ প্ৰয়োজন]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ পৰিচালক টোকা
২০১১ ৰামধেনু মুনিন বৰুৱা অতিথি শিল্পী
২০১২ ৰ’দ্‌ গৌতম বৰুৱা
২০১৬ দূৰদৰ্শন...এটি যন্ত্ৰ (২০১৬) ৰাজেশ ভূঞাঁ
২০১৭ তুমি আহিবানে (২০১৭) প্ৰেৰণা বৰবৰুৱা

ভ্ৰাম্যমাণ থিয়েটাৰ

[সম্পাদনা কৰক]

অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত মুনমীয়ে অভিনয় কৰিছে। সেইবোৰৰ ভিতৰত হেঙুল থিয়েটাৰ আৰু থিয়েটাৰ সূৰ্য্য উল্লেখযোগ্য।

অসমীয়া ভিচিডিত মুনমী ফুকন

[সম্পাদনা কৰক]
  • জানমণি (২০১১)
  • চানেকী

টিভি ছিৰিয়েল

[সম্পাদনা কৰক]

চলচ্চিত্ৰ আৰু ভিচিডি ত অভিনয় কৰাৰ বাদেও মুনমী ফুকনে টিভি ধাৰাবাহিকটো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল হ’ল:-

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]