মুনা থাপা মগৰ
অৱয়ব
মুনা থাপা মগৰ मुना थापा मगर | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম নাম | মুনা মগৰ |
| অন্য নাম | মুনা থাপা মগৰ |
| জন্ম | ৮ আগষ্ট মনকামনা, গোৰ্খা, নেপাল |
| সংগীতৰ ধৰণ | নেপালী লোক-সংগীত |
| পেচা | গায়িকা |
| সক্ৰিয়তাৰ বছৰ | ২০০৩–বৰ্তমান |
| লেবেল | স্বাধীন |
| ৱেবছাইট | www |
মুনা থাপা মগৰ (নেপালী: मुना थापा मगर)[1] এগৰাকী নেপালী লোক-গায়িকা। তেওঁ নেপালৰ গোৰ্খা জিলাৰ মনকমনা গাঁও উন্নয়ন সমিতিৰ চিলিং লামছাপা গাঁৱত জন্মগ্ৰহণ কৰিছিল।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]মুনা থাপা গোৰ্খাৰ লামাচাপ মনকামনাৰ চিলিঙত ডাঙৰ-দীঘল হৈছিল।[3] তানাহু আবুখাইৰেনীৰ এটা অনুষ্ঠানত ডিঙিৰ সমস্যাৰ বাবে গান গাবলৈ অসমৰ্থ হোৱা এজন বন্ধুৰ সলনি তেওঁ গীত গাবলৈ মঞ্চত উঠিছিল। এনেকৈয়ে তেওঁৰ সংগীত জীৱন আৰম্ভ হৈছিল৷
২০১৫ চনৰ এপ্ৰিল মাহৰ নেপালৰ ভূমিকম্পৰ সময়ত তেওঁ ভুক্তভোগীসকলক সাহাৰ্য্য সামগ্ৰী আগবঢ়ায়ছিল।[4]
এলবামসমূহ
[সম্পাদনা কৰক]- তিজ গীত – বেশিকৌ মেলা (तिज गीत – बेशिको मेला)
- চৌৰী (छोरी)
- দৌশ্ৰৌ চৌৰী (दोश्रो छोरी)
- নিমী ৰাম্ৰৌ হাঁসৌলে (तिमी राम्रो हांसोले)
- বাডুল্কি লাইৰহনে (পাঁচে বাজা) (बाडुल्कि लाईरहने)
- তিমি মেৰৌ ম তিম্ৰৌ হুনে কহিলে হৌ (तिमी मेरो म तिम्रो हुने कहिले हो)
- ছৰী বস্যৌ বৰকৌ ডালিমা (चरी बस्यो बरको डालीमा)
- কে দিউ মৈলে সম্ঝনা (के दिउ मैले सम्झना)
- পিৰনীমা ফেল (पिरतीमा फेल)
- জিবন অধুৰৌ (जिबन अधुरो)
বঁটা
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা | শ্ৰেণী | ফলাফল |
|---|---|---|---|
| ২০০৯ | টুবৰ্গ ইমেজ মিউজিক বঁটা | শ্ৰেষ্ঠ দোহৰি গায়ক | বিজয়ী |
| ২০০৯ | বিন্দাবছিনী সংগীত বঁটা | বছৰটোৰ লোক-গায়ক | বিজয়ী |
| ২০১০ | হিটছ এফ এম মিউজিক এৱাৰ্ড | এলবাম অৱ দ্য ইয়েৰ | বিজয়ী |
| ২০১০ | ইমেজ বঁটা | বছৰটোৰ দোহৰি গায়ক | বিজয়ী |
| ২০১৩ | সংগীত খবৰ বঁটা | বছৰটোৰ লোক-গায়ক | বিজয়ী |
| ২০১৪ | সংগীত খবৰ বঁটা | বছৰটোৰ লোক-গায়ক | বিজয়ী |
| ২০১০৷৫ | সংগীত খবৰ বঁটা | বছৰটোৰ লোক-গায়ক | বিজয়ী |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Muna Thapa Magar official site". http://munamagar.com.
- ↑ "मुनाको सांगीतिक यात्रा : एकादशी मेलादेखि अमेरिकासम्म" (ne ভাষাত). Online Khabar. https://www.onlinekhabar.com/2021/11/1041416। আহৰণ কৰা হৈছে: 2021-11-26.
- ↑ "यसरी सफल भइन्, लोकगायिका मुना थापा मगर". Khabardabali.com. http://www.khabardabali.com/2015/03/8954/.
- ↑ "गोरखाका भूकम्पपीडितलाई सहयोग गर्दै लोकगायिका मुना". Khabardabali.com. http://www.khabardabali.com/2015/04/16611.