সমললৈ যাওক

মৃণাল দলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মৃণাল দলে মিচিং জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় গায়ক। তেওঁৰ সুমধুৰ কণ্ঠ আৰু গীতসমূহে মিচিং সমাজৰ লগতে সমগ্ৰ অসমৰ সংগীত সমাজত এক সুকীয়া স্থান দখল কৰি আছে। তেওঁ 'Jomíd kai' হিচাপেও পৰিচিতি লাভ কৰিছিল।

জনপ্ৰিয় গীত

[সম্পাদনা কৰক]

তেওঁৰ কণ্ঠদান কৰা বহুতো মিচিং গীত ছুপাৰহিট হৈছিল আৰু এতিয়াও জনপ্ৰিয় হৈ আছে। এনে কিছুমান গীত হ'ল―

  • Siyépé Siyépé,
  • No No Sekon,
  • Kangkanoi Nokke Amin Okkone,
  • Airupe No Kangkandag,
  • Jongki Me Luyisuyok
  • Ngo médung nok léga:pé
  • Volume dém édliktéi
  • Helena আদি অন্যতম।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]