মৃণাল পাণ্ডে
মৃণাল পাণ্ডে | |
---|---|
![]() | |
জন্ম | ২৬ ফেব্ৰুৱাৰী, ১৯৪৬ (৭৯ বছৰ) টিকমগড়, চেণ্ট্ৰেল ইণ্ডিয়া এজেঞ্চী, ব্ৰিটিছ ভাৰত বৰ্তমানৰ মধ্য প্ৰদেশ |
শিক্ষানুষ্ঠান | এলাহাবাদ বিশ্ববিদ্যালয়,জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয় |
পেচা | হিন্দী কাহিনী লেখক, সম্পাদক, স্তম্ভলেখক, প্ৰবন্ধকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৬৭- বৰ্তমানলৈকে |
মৃণাল পাণ্ডে (ইংৰাজী: Mrinal Pandey)(জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু লেখিকা, আৰু ২০০৯ চনলৈকে হিন্দী দৈনিক বাতৰি কাকত 'হিন্দুস্তান'ৰ মুখ্য সম্পাদিকা।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]পাণ্ডেৰ জন্ম ১৯৪৬ চনৰ ২৬ ফেব্ৰুৱাৰীত মধ্য প্ৰদেশৰ টিকমগড়ত হৈছিল। তেওঁ প্ৰথমতে নাইনিতালত পঢ়িছিল আৰু তাৰ পিছত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]গ্ৰাম্য অঞ্চলত ভাৰতীয় মহিলাৰ জীৱনসম্পৰ্কীয় তেওঁৰ প্ৰতিবেদনত (২০০৩) তেওঁ ভাৰতত শৰীৰ আৰু যৌনতাৰ সৈতে সম্পৰ্কিত সকলো বোৰৰ ব্যাপক নিষিদ্ধতাৰ সমালোচনা কৰে। [2]তেওঁ শ্বৰিয়া-আধাৰিত মুছলমান ব্যক্তিগত আইন সমৰ্থন কৰে। এই আইনত মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আৰু সংসদৰ আইনৰ বিপৰীতে বুলি বিবেচনা কৰা হয়। [3]
সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ সেৱাৰ বাবে তেওঁক ২০০৬ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল।
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- দেৱী, টেলছ অৱ দি গডেছ ইন আৱাৰ টাইম; ২০০০, ভাইকিং/পেংগুইন প্ৰকাশন.
- 'ডটাৰ'চ ডটাৰ, ১৯৯৩. পেংগুইন বুকচ.[4]
- ডেট হুইছ ৰাম হাথ অৰ্ডেইনদ, ১৯৯৩, Seagull Books.[5]
- দি চাৱজেক্ট ইজ ৱমেন, ১৯৯১. Sanchar Publishing House, New Delhi.
- My own witness , 2001, Penguin, New Delhi,আই.এচ.বি.এন. 0-14-029731-6.#
- ষ্টেপিং আউট। লাইফ এণ্ড চেক্সুৱেলিটি ইন ৰুৰেল ইণ্ডিয়া, 2003, Gardners Books.
- আন দেশ: মফস্ফিলৰ পৰা প্ৰেৰণ, 2012, Penguin, New Delhi.
অনলাইন কৰ্ম
[সম্পাদনা কৰক]- Chimgadadein, a short story by Mrinal Pande
- 'Bitch', a short story by Mrinal Pande
- Bibbo, a short story by Mrinal Pande
- Mrinal Pande's article: India’s nurseries of politics
- Mrinal Pande columns at Mint (newspaper)
সাঁচ:Padma Shri Award Recipients in Literature & Education
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Mrinal Pandey Profile www.abhivyakti-hindi.org.
- ↑ Cornelia Zetzsche (ed.), Geschichten aus dem modernen Indien. Frankfurt (Main) 2006, p. 93.
- ↑ "Just as King Vikramaditya Let the Vetal Go, We Too Must Let the Idea of a UCC Go". The Wire. https://thewire.in/law/saakhi-we-must-let-ucc-go-as-vikram-did-the-vetal। আহৰণ কৰা হৈছে: 2024-02-08.
- ↑ Mrinal Pande Books Archived 19 November 2008 at the Wayback Machine
- ↑ Mrinal Pande Books[সংযোগবিহীন উৎস]