সমললৈ যাওক

মেই জিন্দা হুঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেই জিন্দা হুঁ

পোষ্টাৰ
পৰিচালক সুধীৰ মিশ্ৰ
ৰচনা সুধীৰ মিশ্ৰ
চিত্ৰনাট্য সুধীৰ মিশ্ৰ
কাহিনী সুধীৰ মিশ্ৰ
প্ৰযোজক ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম
দূৰদৰ্শন
অভিনয়ত ৰাজেন্দ্ৰ গুপ্ত
পংকজ কাপুৰ
দিপ্তী নাভাল
আলোক নাথ
চিত্ৰগ্ৰহণকাৰী ৰাজেশ যোশী
মুক্তি
৫ জুন ১৯৮৮ (1988-06-05) (India)
দৈৰ্ঘ্য
১১৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

মেই জিন্দা হুঁ ' (অনু. মই জীয়াই আছো; ইংৰাজী: Ladies Only) ১৯৮৮ চনত সুধীৰ মিশ্ৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয়, হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত ৰাজেন্দ্ৰ গুপ্ত, পংকজ কাপুৰ, দীপ্তি নাভাল আৰু আলোক নাথে অভিনয় কৰিছে।[1]

৩৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2] ছবিখন ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (NFDC) প্ৰযোজনা কৰিছিল। ২০১২ চনত চলচ্চিত্ৰ পুনৰুদ্ধাৰ প্ৰকল্পত এইখনকো অন্তৰ্ভুক্ত কৰা হৈছিল, য'ত ৮০খন ভাৰতীয় চলচ্চিত্ৰৰ ধ্ৰুপদী ছবি জড়িত আছিল।[3]

বীনা গাঁৱৰ ছোৱালী। চহৰৰ এটা মধ্যবিত্ত পৰিয়াললৈ তেওঁৰ বিয়া হৈছিল। পিছে বিয়াৰ বেছিদিন নহওতেই গিৰিয়েকে তেওঁক এৰি যায়। তেওঁ কাম আৰম্ভ কৰে আৰু নিজৰ পৰিয়ালটো পোহপাল দিয়ে। অৱশেষত তেওঁ সহকৰ্মী এজনৰ প্ৰেমত পৰে আৰু তেতিয়াই তেওঁৰ স্বামী ঘূৰি আহে।[4][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Main-Zinda-Hoon Overview (I Am Alive)". The New York Times. Archived from the original on 20 August 2013. https://archive.today/20130820034340/http://movies.nytimes.com/movie/432026/Main-Zinda-Hoon/overview। আহৰণ কৰা হৈছে: 20 August 2013. 
  2. "36th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/36nfa.pdf. 
  3. "Yesterday Once More". Indian Express. 12 April 2012. http://www.indianexpress.com/news/yesterday-once-more/935587/0। আহৰণ কৰা হৈছে: 2013-08-20. 
  4. "Yesterday Once More". Indian Express. 12 April 2012. http://www.indianexpress.com/news/yesterday-once-more/935587/0। আহৰণ কৰা হৈছে: 2013-08-20. 
  5. "Yesterday Once More". Indian Express. 12 April 2012. http://www.indianexpress.com/news/yesterday-once-more/935587/0। আহৰণ কৰা হৈছে: 2013-08-20. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]