সমললৈ যাওক

মেকুৰী মেকুৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মেকুৰী মেকুৰু (めくりめくる, Mekuri Mekuru) হৈছে এটা জাপানী মাংগা শৃংখলা, যাক লিখিছে আৰু চিত্ৰাঙ্কন কৰিছে তাকুৱে। এইটো কমিক‌ গাম নামৰ ৱানি বক্সৰ এটা চেইনেন মাংগা আলোচনীত ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৪ চনৰ জুন মাহলৈকে ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হৈছিল।

প্ৰকাশনা

[সম্পাদনা কৰক]

মেকুৰী মেকুৰু তাকুৱে লিখা আৰু চিত্ৰাঙ্কন কৰা এক মাংগা শৃংখলা। এইটো কমিক গাম আলোচনীত ২৬ মাৰ্চ, ২০১০ তাৰিখে আৰম্ভ হৈছিল আৰু ২৬ জুন, ২০১৪ তাৰিখে অন্ত পৰিছিল।[1][2] এই শৃংখলাটোৰ অধ্যায়সমূহ ৬খন টংকোবন খণ্ডত সংগৃহীত হৈ ২৫ অক্টোবৰ, ২০১০ তাৰিখৰ পৰা ২৫ আগষ্ট, ২০১৪ তাৰিখলৈকে প্ৰকাশিত হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://natalie.mu/comic/news/28305
  2. https://natalie.mu/comic/news/117505