সমললৈ যাওক

মেক্সিকো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মেক্সিকো যুক্তৰাজ্যৰ পৰা পুনঃনিৰ্দেশিত)
মেক্সিকান যুক্তৰাজ্য
Estados Unidos Mexicanos
Flag of মেক্সিকো
Flag
Coat of arms of মেক্সিকো
Coat of arms
Anthem: Himno Nacional Mexicano
Location of মেক্সিকো
ৰাজধানী
and largest city
মেক্সিকো সিটি
Official languagesস্পেনিছ (কাৰ্যত)
ধৰ্ম
বৌদ্ধ ৪৭.৩২%

খ্ৰিষ্টান ২৮% নাস্তিক ১৬% গ্ৰিক সনাতনপন্থী মণ্ডলী ৬%

অন্যান্য ৩%
Demonymমেক্সিকান
Governmentৰাষ্ট্ৰপতিশাসিত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ
আন্দ্ৰেজ ম্যানুয়েল লোপেজ
(PRI party)
স্বাধীনতা 
• ঘোষিত
১৬ চেপ্তেম্বৰ ১৮১০
• স্বীকৃত
২৭ চেপ্তেম্বৰ ১৮২১
Area
• Total
19,72,550 বৰ্গ কি.মি. (7,61,610 বৰ্গ মাইল) (১৫তম)
• Water (%)
২.৫
Population
• 2007 estimate
108,700,891 (11th)
• 2005 census
103,263,388
• Density
55 /কিমি (142.4 /বৰ্গ মাইল) (১৪২তম)
GDP (PPP)২০০৬ estimate
• Total
$1.149 trillion (12th)
• Per capita
$11,249 (৬৩তম)
GDP (nominal)২০০৬ estimate
• Total
$840.012 billion (short scale) (14th)
• Per capita
$8,066 (৫৫তম)
Gini (২০০৬)৪৭.৩
Error: Invalid Gini value
HDI (২০৪)বৃদ্ধি০.৮২৯
Error: Invalid HDI value (৫২তম)
Currencyপেসো (MXN)
Time zoneUTC-8 to -6
• Summer (DST)
varies
Calling code52
Internet TLD.mx
1 See languages note (below):[1]

মেক্সিকো (স্পেনীছ: México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (স্পেনীছ: Estados Unidos Mexicanos),[2][3][4][5] হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।[6] প্ৰায় ২০,০০,০০০ বৰ্গ কিলোমিটাৰ (৭,৭০,০০০ বৰ্গ মাইল) মাটিকালিৰে[5] মেক্সিকো হৈছে বৃহত্তৰ আমেৰিকা মহাদেশৰ পঞ্চম বৃহৎ ৰাষ্ট্ৰ আৰু পৃথিৱীৰ ভিতৰত ১৩তম বৃহৎ স্বাধীন ৰাষ্ট্ৰ। আনুমানিক প্ৰায় ১২.৯ কোটি জনসংখ্যাৰে[7] মেক্সিকো হৈছে পৃথিৱীৰ ভিতৰত দশম সৰ্বাধিক জনবহুল দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক স্পেনীছ ভাষী লোকৰ দেশ। ইয়াৰ লগতে ব্ৰাজিলৰ পাছতে ই লেটিন আমেৰিকাৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ।[7] মেক্সিকো এখন সংসদীয় সাংবিধানিক গণতন্ত্ৰ। ই ৩১খন ৰাজ্য আৰু এখন বিশেষ ৰাজধানী অঞ্চলেৰে গঠিত।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. There is no official language stipulated in the constitution. However, the General Law of Linguistic Rights for the Indigenous Peoples recognizes all Amerindian minority languages therein spoken, along with Spanish, as "national languages" and "equally valid" in territories where spoken.
  2. Romo, Rafael (November 23, 2012). "After nearly 200 years, Mexico may make the name official". CNN. http://www.cnn.com/2012/11/22/world/americas/mexico-name-change/index.html?hpt=hp_t3. 
  3. "About Mexico". Embajada de Mexico en Estados Unidos (Mexican Embassy in the United States). December 3, 2012. Archived from the original on December 2, 2013. https://web.archive.org/web/20131202234006/http://embamex.sre.gob.mx/eua/index.php/en/about-mexico। আহৰণ কৰা হৈছে: July 17, 2013. 
  4. "Official name of the country". Presidency of Mexico. March 31, 2005. http://www.presidencia.gob.mx/index.php?DNA=91। আহৰণ কৰা হৈছে: March 26, 2010. 
  5. 5.0 5.1 Mexico entry at The World Factbook
  6. Merriam-Webster's Geographical Dictionary, 3rd ed., Springfield, Massachusetts, United States, Merriam-Webster; p. 733
  7. 7.0 7.1 "Top 100 most populous countries". Countries of the World.com. 2018-2019. https://www.countries-ofthe-world.com/most-populous-countries.html/p। আহৰণ কৰা হৈছে: July 13, 2019. [সংযোগবিহীন উৎস]
  8. Chavez, Victor (January 22, 2016). "DF no es el estado 32, aclaran legisladores". El Financiero. https://www.elfinanciero.com.mx/nacional/df-no-es-el-estado-32-aclaran-legisladores। আহৰণ কৰা হৈছে: July 15, 2019.