সমললৈ যাওক

ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তলৰ তালিকাখন ফিলিপাইন ৰাষ্ট্ৰপতি ৰমন মেগছেছে(ইংৰাজী: Ramon Magsaysay) সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা 'ৰমন মেগছেছে বঁটা'-বিজয়ীৰ (ইংৰাজী: Ramon Magsaysay Award) আংশিক তালিকা। মেগছেছে বঁটাক এছিয়ান’বেল বঁটাৰ দৰে মান কৰা হয়[1][2]। এই বঁটা পোণপ্ৰথম ১৯৫৭ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা হৈছিল]। তালিকাখনত বঁটা প্ৰাপকৰ জন্ম দেশ বা নাগৰিকত্ব কাষত উল্লেখ কৰা হৈছে। সম্পূৰ্ণ তালিকাৰ বাবে তলৰ বাহ্যিক সংযোগ চাওক।

মেগ্‌ছেছে বঁটা বিজয়ী

[সম্পাদনা কৰক]
বছৰবঁটা প্ৰাপকনাগৰিকত্ব / কৰ্মস্থলী
চৰকাৰী সেৱা
১৯৫৮বিনোৱা ভাৱে (Vinoba Bhave) ভাৰত
১৯৫৮জিয়াং মেংলিন (Jiang Menglin) টাইৱান
১৯৫৯চি.ডি. দেশমুখ (C. D. Deshmukh) ভাৰত
১৯৫৯জোছ একিলাৰ (Jose Aguilar) ফিলিপাইন
১৯৬১ৰেডেন ক'ডিজাট (Raden Kodijat) ইণ্ডোনেছিয়া
১৯৬২ফ্ৰান্সেছ্‌কা ৰেয়েছ একিন' (Francesca Reyes-Aquino) ফিলিপাইন
১৯৬৩আখ্‌টাৰ হামিদ খান (Akhtar Hameed Khan) পাকিস্তান
১৯৬৪উকিহাৰু মিকি (Yukiharu Miki) জাপান
১৯৬৫পুৱে উংপাক'ৰ্ন (Puey Ungpakorn) থাইলেণ্ড
১৯৬৬ফন ছাইছিংকিউ (Fon Saengsingkaew) থাইলেণ্ড
১৯৬৭কিঅ' বিপাখ'নে (Keo Viphakone) লাউচ
১৯৬৮কুৱং-টিং লি (Kwoh-Ting Li) টাইৱান
১৯৬৯ছু ছি-চু (Hsu Shih-chu) টাইৱান
১৯৭১আলি ছেদিকিন (Ali Sadikin) ইণ্ডোনেছিয়া
১৯৭২গহ কেং ছুই (Goh Keng Swee) ছিংগাপুৰ
১৯৭৩বালাচন্দ্ৰ শেখৰ (Balachandra Sekhar) মালয়েছিয়া
১৯৭৪হিৰ'ছি কুৰ'কি (Hiroshi Kuroki) জাপান
১৯৭৫মহম্মদ চুফিয়ান (Mohammed Sufian) মালয়েছিয়া
১৯৭৬এলছি টু (Elsie Tu) গ্ৰেট ব্ৰিটেইন কৰ্মস্থান  হংকং
১৯৭৭বেঞ্জামিন গলষ্টন (Bejamin Galstaun) ইণ্ডোনেছিয়া
১৯৭৮ডেট' ছেহৰাম বিন য়াব (Dato Shahrum bin Yub) মালয়েছিয়া
১৯৭৯ৰাডেন ৱাছিট' (Raden Wasito) ইণ্ডোনেছিয়া
১৯৮০মহম্মদ আলিয়াছ (Muhammed Alias) মালয়েছিয়া
১৯৮১প্ৰবেছ ৱাছি (Prawes Wasi) থাইলেণ্ড
১৯৮২আৰ্টুৰ' আলকাৰাজ (Arturo Alcaraz) ফিলিপাইন
১৯৮৩ছু নান-চেং (Su Nan-cheng) টাইৱান
১৯৮৪টা-ইউ ৱু (Ta-You Wu) টাইৱান
১৯৮৫টান শ্ৰী নুৰদিন (Tan Sri Noordin) মালয়েছিয়া
১৯৮৬আব্দুল ছাত্তাৰ এধি (Abdul Sattar Edhi) পাকিস্তান
১৯৮৭হাজি হানাফিয়া (Haji Hanafiah) মালয়েছিয়া
১৯৮৮মিৰিয়াম ছেণ্টিয়াগ' (Miriam Santiago) ফিলিপাইন
১৯৮৯জাকিয়া হানুম (Zakiah Hanum) মালয়েছিয়া
১৯৯১আলফ্ৰেড' আৰ.এ. বেংজন (Alfredo R.A. Bengzon) ফিলিপাইন
১৯৯২চেমলং শ্ৰীমুৱাং (Chamlong Srimuang) থাইলেণ্ড
১৯৯৩ভ' টং হুৱান (Vo Tong Xuan) ভিয়েটনাম
১৯৯৪কিৰণ বেদী (Kiran Bedi) ভাৰত
১৯৯৫মৰিহিক' হিৰামাৎসু (Morihiko Hiramatsu) জাপান
১৯৯৬টি.এন. শেষান (T N Seshan) ভাৰত
১৯৯৭আনন্দ পান্যাৰচুন (Anand Panyarachun) থাইলেণ্ড
১৯৯৮চৈয়দ আবিদুল ৰিঝভি (Syed Abidul Rizvi) পাকিস্তান
১৯৯৯তছনীম আহমেদ ছিদ্দিকী (Tasneem Ahmed Siddiqui) পাকিস্তান
২০০০জেছি ৰব্‌ৰেগ' (Jesse Robredo) ফিলিপাইন
২০০১য়ুৱান লংপিং (Yuan Longping) চীন
২০০২হিলাৰিঅ' জি. ডেভাইড, কনিষ্ঠ (Hilario G. Davide) ফিলিপাইন
২০০৩জেম্‌ছ মাইকেল লিংডো (James Michael Lyngdoh) ভাৰত
২০০৪হেইডি য়'ৰাক (Haydee Yorac) ফিলিপাইন
২০০৫জন উংফাকৰ্ন (Jon Ungphakorn) থাইলেণ্ড
২০০৬এক ছন চেন (Ek Sonn Chan) কম্বোডিয়া
২০০৭জ'ভিট' আৰ. ছলংগা (Jovito R. Salonga) ফিলিপাইন
২০০৮গ্ৰেছ পেডেকা (Grace Padaca) ফিলিপাইন
২০১০পেন ইউ (Pan Yue) চীন
২০১০ফু কিপিং (Fu Qiping) চীন
২০১১
২০১২ছৈয়দা ৰিজৱানা হাছান (Syeda Rizwana Hasan) বাংলাদেশ
জন সেৱা
১৯৫৯জোৱাকিন ভিলালংগা (Joaquin Vilallonga) ফিলিপাইন
১৯৫৯টি টি লুচ (Tee Tee Luce) বাৰ্মা
১৯৬০ ড. হেনৰি হলেণ্ড (Dr. Henry Holland আৰু ড. ৰোনাল্ড হলেণ্ড (Dr. Ronald Holland) গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:  পাকিস্তান
১৯৬১নীলাৱান পিণ্‌টং (Nilawan Pintong) থাইলেণ্ড
১৯৬২হ'ৰেছ কাদুৰি (Horace Kadoorie) গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:  হংকং
১৯৬২লৰেন্স কাদুৰি (Lawrence Kadoorie) গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:  হংকং
১৯৬৩হেলেন কিম (Helen Kim) কোৰিয়া
১৯৬৪গুৱেইন লাক হ'ৱা (Augustine Nguyen Lac Hoa দক্ষিণ ভিয়েটনাম
১৯৬৫জয়প্ৰকাশ নাৰায়ন (Jayaprakash Narayan) ভাৰত
১৯৬৬কিম য়ং-কি (Kim Yong-ki) কোৰিয়া
১৯৬৭ছিথিপৰ্ন ক্ৰীড়াকাৰা (Sithiporn Kridakara) থাইলেণ্ড
১৯৬৮ছেইচি ট'বাটা (Seiichi Tobata) জাপান
১৯৬৯কিম হুৱং-ছিও (Kim Hyung-Seo) কোৰিয়া
১৯৭১পেড্ৰ' অ'ৰাটা (Pedro Orata) ফিলিপাইন
১৯৭২চেচিল গুইড'ট (Cecile Guidote) ফিলিপাইন
১৯৭২গিল'পেজ কাবায়াও (Gilopez Kabayao) ফিলিপাইন
১৯৭৩এণ্ট'নিও ফৰ্টিচ (Antonio Fortich) ফিলিপাইন
১৯৭৩বেঞ্জামিন গেষ্টন (Benjamin Gaston) ফিলিপাইন
১৯৭৪এম.এছ. শুভলক্ষ্মী (M.S. Subbulakshmi) ভাৰত
১৯৭৫ফ্ৰা পাৰ্নচান্দ (Phra Parnchand) থাইলেণ্ড
১৯৭৬হামেনিজিল্ড ফাৰ্নাণ্ডেজ (Hermenegild Fernandez) ফ্ৰান্স কৰ্মস্থান:  শ্ৰীলংকা
১৯৭৭ফি ডেল মাণ্ড' (Fe del Mundo) ফিলিপাইন
১৯৭৮প্ৰতীপ হাটা (Prateep Hata) থাইলেণ্ড
১৯৭৯চেং কী-ৰিয়' (Chang Kee-ryo) কোৰিয়া
১৯৮০ওম দে-ছাপ (Ohm Dae-sup) কোৰিয়া
১৯৮১জোহানা নাছুটিয়ন (Johanna Nasution) ইণ্ডোনেছিয়া
১৯৮২মনিভাই দেশাই (Manibhai Desai) ভাৰত
১৯৮৩ফুআ হৰিফিটাক (Fua Hariphitak) থাইলেণ্ড
১৯৮৪থংবাই থংপাও (Thongbai Thongpao) থাইলেণ্ড
১৯৮৫বাবা আম্‌তে (Baba Amte) ভাৰত
১৯৮৬আব্দুল ছাত্তাৰ এধি (Abdul Sattar Edhi) পাকিস্তান
১৯৮৬বিলকিছ এধি (Bilquis Edhi) পাকিস্তান
১৯৮৭হান্স জেছিন (Hans Jassin) ইণ্ডোনেছিয়া
১৯৮৮মাছানবু ফুকুঅ'কা (Masanobu Fukuoka) জাপান
১৯৮৯লক্ষ্মীচান্দ জৈন (Lakshmi Chand Jain) ভাৰত
১৯৯১ৰাজকুমাৰী মহা চক্ৰী শিৰিনধৰ্ন (Princess Maha Chakri Sirindhorn) থাইলেণ্ড
১৯৯২এঞ্জেল এলকালা (Angel Alcala) ফিলিপাইন
১৯৯৩বানু জাহাংগীৰ কয়াজী (Banoo Jehangir Coyaji) ভাৰত
১৯৯৪মেচাই বীৰাবদ্য (Mechai Viravaidya) থাইলেণ্ড
১৯৯৫আছ্‌মা জাহাংগীৰ (Asma Jahangir) পাকিস্তান
১৯৯৬জন উ-জিন ও (John Woong-Jin Oh) কোৰিয়া
১৯৯৭মহেশ চন্দ্ৰ মেহতা (Mahesh Chandra Mehta) ভাৰত
১৯৯৮ছফন চুফাপং (Sophon Suphapong) থাইলেণ্ড
১৯৯৯ৰোজা ৰোজাই (Rosa Rosal) ফিলিপাইন
২০০০লিয়াং কংজি (Liang Congjie) চীন
২০০১উ কিং (Wu Qing) চীন
২০০২ৰুথ ফাও (Ruth Pfau) পাকিস্তান
২০০৩গাঅ' য়াজ'লি (Gao Yajolie) চীন
২০০৪জিয়াং ইয়াংঅং (Jiang Yanyong) চীন
২০০৫টেটেন মাছডুকি (Teten Masduki) ইণ্ডোনেছিয়া
২০০৫ভি শান্তা (V Shanta) ভাৰত
২০০৬পাৰ্ক অ'ন-ছুন (Park Won-soon) কোৰিয়া
২০০৭কিম ছুন-টে (Kim Sun-tae) কোৰিয়া
২০০৮এৰিছ এলিপ (Aris Alip) ফিলিপাইন
২০০৮থেৰচাই জিভকাটে (Therdchai Jivacate) থাইলেণ্ড
২০০৯ক্ৰিছানা ক্ৰাইছিণ্টু (Krisana Kraisintu) থাইলেণ্ড
২০১০ক্ৰিষ্টোফাৰ বাৰ্নিড' (Christopher Bernido) ফিলিপাইন
২০১০মেডাম ভিক্ট'ৰিয়া কাৰ্পিও-বাৰ্নিড' (Ma. Victoria Carpio-Bernido) ফিলিপাইন
২০১১হুছানেইন জুআইনি (Husanain Juaini) ইণ্ডোনেছিয়া
২০১১ট্ৰি মুমপানি (Tri Mumpuni) ইণ্ডোনেছিয়া
২০১২ইয়াং ছিয়াং ক'মা (Yang Siang Koma) কম্বোডিয়া
সামাজিক নেতৃত্ব
১৯৫৮বিনোৱা ভাৱে (Vinoba Bhave) ভাৰত
১৯৫৯টেনজিং গিয়াত্‍ ছো, চতুৰ্দশ দালাই লামা (Dalai Lama) তিব্বত
১৯৬০টুনকু আব্দুল ৰহমান (Tunku Abdul Rahman) মালয়েছিয়া
১৯৬১গাছ বৰ্জিষ্ট (Gus Borgeest) গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:  হংকং
১৯৬২পালায়িল নাৰায়ণন (Palayil Narayanan) মালয়েছিয়া
১৯৬২কোৱেছনা পোৰেদিৰেদ্‌জা (Koesna Poeradiredja) ইণ্ডোনেছিয়া
১৯৬৩ভাৰ্গিজ কুৰিয়েন (Verghese Kurien) ভাৰত
১৯৬৩দাৰা খুৰোদি (Dara Khurodi) ভাৰত
১৯৬৩ত্ৰিভূৱনদাস পেটেল (Tribhuvandas Patel) ভাৰত
১৯৬৪পাবলো টেপিয়া (Pablo Tapia) ফিলিপাইন
১৯৬৫লিম কিম ছান (Lim Kim San) ছিংগাপুৰ
১৯৬৬কমলাদেৱী চট্টোপাধ্যায় (Kamaladevi Chattopadhyay) ভাৰত
১৯৬৭ৰাজ্জাক আব্দুল (Razak Abdul) মালয়েছিয়া
১৯৬৮ৰ'জাৰিও এনকাৰনিচিয়ন(Rosario Encarnacion) ফিলিপাইন
১৯৬৮ছিলভানো এনকাৰনিচিয়ন (Silvino Encarnacion) ফিলিপাইন
১৯৬৯এ. টি. আৰিয়াৰত্নে (Ahangamage Ariyaratne) শ্ৰীলংকা
১৯৭১এম. এছ. স্বামীনাথন (M.S. Swaminathan) ভাৰত
১৯৭২হান্স ৱেষ্টেনবাৰ্গ (Hans Westenberg) ইণ্ডোনেছিয়া
১৯৭৩ক্ৰাছে চানাৱংছে (Krasae Chanawongse) থাইলেণ্ড
১৯৭৪ফুচেই ইছিকাৱা (Fusaye Ichikawa) জাপান
১৯৭৫লি টাই-ইয়ং (Lee Tai-Young) কোৰিয়া
১৯৭৬ট'ছিকাজু ৱাকাটছুকি (Toshikazu Wakatsuki) জাপান
১৯৭৭ইলা ভট্ট (Ela Bhatt) ভাৰত
১৯৭৮তেহেৰুন্নিছা আব্দুল্লা (Tahrunessa Abdullah) বাংলাদেশ
১৯৭৯মাবেল এৰ'ল (Mabelle Arole) ভাৰত
১৯৭৯ৰজনীকান্ত এৰ'ল (Rajanikant Arole) ভাৰত
১৯৮০ফজল হাছান আবেদ (Fazle Hasan Abed) বাংলাদেশ
১৯৮১পি.কে. শেঠী (Pramod Karan Sethi) ভাৰত
১৯৮২চণ্ডী প্ৰসাদ ভট্ট (Chandi Prasad Bhatt) ভাৰত
১৯৮৩এণ্টন স্বেডজেৰ' (Anton Soedjarwo) ইণ্ডোনেছিয়া
১৯৮৪মহম্মদ ইউনুছ (Muhammad Yunus) বাংলাদেশ
১৯৮৫জাফৰুল্লা চৌধুৰী (Zafrullah Chowdhury) বাংলাদেশ
১৯৮৬জন ভিনচেণ্ট দেলি (John Vincent Daly) আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:  কোৰিয়া
১৯৮৬পল জেৰঙ জু জেই (Paul Jeong Gu Jei) কোৰিয়া
১৯৮৭আৰু ৱালিয়াছেভি (Aree Valyasevi) থাইলেণ্ড
১৯৮৮মহম্মদ য়েছিন (Mohammed Yeasin) বাংলাদেশ
১৯৮৯কিম ইম-ছুন (Kim Im-soon) কোৰিয়া
১৯৯১চেং য়েন (Ven. Cheng Yen) টাইৱান
১৯৯২ছোৱেইব ছুলতান খান (Shoaib Sultan Khan) পাকিস্তান
১৯৯৩আব্দুৰৰহমান ৱাদিৰ (Abdurrahman Wadir) ইণ্ডোনেছিয়া
১৯৯৪সীমা সমৰ (Sima Samar) আফগানিস্তান কৰ্মস্থান:  পাকিস্তান
১৯৯৪ফেই হিয়াতং(Fei Xiaotong) চীন
১৯৯৫হো মিং তেহ (Ho Ming-Teh) টাইৱান
১৯৯৬পাণ্ডুৰংগ শাস্ত্ৰী আঠাৱলে (Pandurang Shastri Athavale) ভাৰত
১৯৯৭ইভা ফিডেলা মামো (Eva Fidela Maamo) ফিলিপাইন
১৯৯৮নুঅন ফেলি (Nuon Phaly) কম্বোডিয়া
১৯৯৯এঞ্জেলা গোমেজ (Angela Gomes) বাংলাদেশ
২০০০অৰুণা ৰয় (Aruna Roy) ভাৰত
২০০১ৰাজেন্দ্ৰ সিং (Rajendra Singh) ভাৰত
২০০২চিন্থিয়া মায়ুং (Cynthia Maung) বাৰ্মা
২০০৩শান্তা সিন্‌হা (Shantha Sinha) ভাৰত
২০০৪প্ৰায়ং ৰন্নাৰং (Prayong Ronnarong) থাইলেণ্ড
২০০৫সোমবাথ সোমফোনে (Sombath Somphone) লাউচ
২০০৬গৌড় কলিংগ কমিউনিটি ডেভেলপমেণ্ট ফাউণ্ডেছন (Gawad Kalinga Community Development Foundation) ফিলিপাইন
২০০৬এণ্ট'নিও মেল'ট' (Antonio Meloto) ফিলিপাইন
২০০৭মহাবীৰ পান (Mahabir Pun) নেপাল
২০০৮ড. প্ৰকাশ আম্‌তে(Dr. Prakash Amte) ভাৰত
২০০৮ড. মন্দাকিনী আম্‌তে (Dr. Mandakini Amte) ভাৰত
২০০৯দীপ জোশী (Deep Joshi) ভাৰত
২০১০এ.এইচ.এম. নোমন খান (A.H.M. Noman Khan) বাংলাদেশ
২০১১
২০১২কুলেন্দই ফ্ৰান্সিছ (Kulendei Francis) ভাৰত
সংবাদ সেৱা, সাহিত্য আৰু সৃষ্টিশীল সংযোগী কলা
১৯৫৮ৰবাৰ্ট ডিক (Robert Dick) গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:  ফিলিপাইন
১৯৫৮ম'খ্‌টাৰ লুবিছ Mochtar Lubis) ইণ্ডোনেছিয়া
১৯৫৯তাৰ্জি ভিটাচ্চি (Tarzie Vittachi) শ্ৰীলংকা
১৯৫৯এডৱাৰ্ড মাইকেল ল-য়'ন (Edward Michael Law-Yone) বাৰ্মা
১৯৬১অমিতাভ চৌধুৰী (Amitabha Chowdhury) ভাৰত
১৯৬২জেং জুন-হা (Jang Jun-ha) কোৰিয়া
১৯৬৪ৰিচাৰ্ড উইলছন (Richard Wilson) গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:  হংকং
১৯৬৪কেছাৰ ছাং (Kayser Sung) চীন কৰ্মস্থান:  হংকং
১৯৬৫আকিৰা কুৰোছাৱা (Akira Kurosawa) জাপান
১৯৬৭সত্যজিৎ ৰায় (Satyajit Ray) ভাৰত
১৯৬৮টন থাট্‌ থিয়েন (Ton That Thien) ভিয়েটনাম
১৯৬৯মিট'জি নিছিমোটো (Mitoji Nishimoto) জাপান
১৯৭১প্ৰায়ুন চেনংয়নচ (Prayoon Chanyavongs) থাইলেণ্ড
১৯৭২য়াছুজি হানামোৰি (Yasuji Hanamori) জাপান
১৯৭৩মিছিকো ইছিমুৰে (Michiko Ishimure) জাপান
১৯৭৪জাকাৰিয়া ছাৰিয়ান (Zacarias Sarian) ফিলিপাইন
১৯৭৫বুব্‌লি জৰ্জ ভাৰ্গিজ (Boobli George Verghese) ভাৰত
১৯৭৬শম্ভু মিত্ৰ (Sombhu Mitra) ভাৰত
১৯৭৭মহেশ চন্দ্ৰ ৰেগ্‌মি (Mahesh Chandra Regmi) নেপাল
১৯৭৮ইয়ুন ছুক-জুং (Yoon Suk-joong) কোৰিয়া
১৯৭৯লোকুকামকানামগে মঞ্জুশ্ৰী (Lokukamkanamge Manjusri) শ্ৰীলংকা
১৯৮০এফ. ছিঅ'নিল জোছ (F. Sionil Jose) ফিলিপাইন
১৯৮১গৌৰ কিশোৰ ঘোষ (Gour Kishore Ghosh) ভাৰত
১৯৮২অৰুণ শোৰী (Arun Shourie) ভাৰত
১৯৮৩মাৰ্চেলিন জয়াক'ড়ি (Marcelline Jayakody) শ্ৰীলংকা
১৯৮৪আৰ. কে. লক্ষ্মণ (R. K. Laxman) ভাৰত
১৯৮৫লিনো ব্ৰোকা (Lino Brocka) ফিলিপাইন
১৯৮৬ৰেডিঅ' ভেৰিটাছ (Radio Veritas) ফিলিপাইন
১৯৮৭ডিয়ান ইং (Diane Ying) টাইৱান
১৯৮৮এড়িৱীৰা শৰচন্দ্ৰ (Ediriweera Sarachchandra) শ্ৰীলংকা
১৯৮৯জেম্‌ছ বি. ৰয়টাৰ (James Reuter) ফিলিপাইন
১৯৯১কে. ভি. ছুব্বান্না (K.V. Subbanna) ভাৰত
১৯৯২ৰবি শংকৰ (Ravi Shankar) ভাৰত
১৯৯৩বিনভেনিড' লুম্বেৰা (Bienvenido Lumbera) ফিলিপাইন
১৯৯৪আব্দুল ছামাদ ইছমাইল (Abdul Samad Ismail) মালয়েছিয়া
১৯৯৫প্ৰেমোদ্যা অনন্ত টোয়েৰ (Pramoedya Ananta Toer) ইণ্ডোনেছিয়া
১৯৯৬নিক জোয়াকিন (Nick Joaquin) ফিলিপাইন
১৯৯৭মহাশ্বেতা দেৱী (Mahasweta Devi) ভাৰত
১৯৯৮ৰুওচেং ইং (Ruocheng Ying) চীন
১৯৯৯ৰাওল লক্‌চিন (Raul Locsin) ফিলিপাইন
১৯৯৯লিন্‌ হৱাই-মিন (Lin Hwai-min) টাইৱান
২০০০আত্মকুসুম অস্ত্ৰাতমাদ্‌জা (Atmakusumah Astraatmadja) ইণ্ডোনেছিয়া
২০০১ৱান্নাকুৱাট্টা অমৰদেৱ (Wannakuwatta Amaradeva) শ্ৰীলংকা
২০০২ভৰত কৈৰালা (Bharat Koirala) নেপাল
২০০৩শীলা কৰ'নেল (Sheila Coronel) ফিলিপাইন
২০০৪আব্দুল্লা আবু ছৈয়দ (Abdullah Abu Sayeed) বাংলাদেশ
২০০৫মতিউৰ ৰহমান (Matiur Rahman) বাংলাদেশ
২০০৬ইউজেনিয়া ডুৰান এপ'ষ্ট'ল (Eugenia Duran Apostol) ফিলিপাইন
২০০৭পি ছাইনাথ (P. Sainath) ভাৰত
২০০৮আকিঅ' ইছি (Akio Ishii) জাপান
২০০৯মা জুন (Ma Jun) চীন
২০১০হুঅ' ডৈছান (Huo Daishan) চীন
২০১১
২০১২ৰমুলো ডাভিদে (Romulo Davide) ফিলিপাইন
শান্তি আৰু আন্তৰ্জাতিক বুজাপৰা
১৯৫৮অপাৰেছন ব্ৰাদাৰহুড (Operation Brotherhood) ফিলিপাইন
১৯৬০ৱাই. চি. জেম্‌ছ য়েন (Y. C. James Yen) টাইৱান
১৯৬১জেনিভাইভ কলফিল্ড (Genevieve Caulfield) আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:  থাইলেণ্ড
১৯৬২মাদাৰ টেৰেছা (Mother Teresa) ভাৰত
১৯৬৩পীচ কৰ্পছ (Peace Corps) আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৬৪ৱেল্থি হনছিংগাৰ ফিছাৰ (Welthy Fisher) আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:  ভাৰত
১৯৬৫বেয়ানিহান ফিলিপিন ৰাষ্ট্ৰীয় লোন নৃত্য কোম্পানী (Bayanihan Folk Arts Center and its Supporting Entities) ফিলিপাইন
১৯৬৬মেকং নৈ কমিছন (Mekong Committee and Cooperating Entities) কম্বোডিয়া
১৯৬৭ছিৰ'ছি নাছু (Shiroshi Nasu) জাপান
১৯৬৮কেয়াৰ (CARE) (Cooperative for American Relief Everywhere) (CARE) ফিলিপাইন
১৯৬৯ইণ্টাৰনেছনেল ৰাইচ ৰিছাৰ্ছ ইনষ্টিটিউট (International Rice Research Institute) (IRRI) আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:  ফিলিপাইন
১৯৭১ছাবুৰ' অকিটা (Saburo Okita) জাপান
১৯৭৩ছামাৰ ইন্‌ষ্টিটিউট অফ লিংগুইষ্টিক্‌ছ (Summer Institute of Linguistics) ফিলিপাইন
১৯৭৪উইলিয়াম মাষ্টাৰছন (William Masterson) ফিলিপাইন
১৯৭৫পেট্ৰিক জেম্‌ছ মেক্‌গ্লিন্‌চি (Patrick James McGlinchey) আয়াৰলেণ্ড কৰ্মস্থান:  কোৰিয়া
১৯৭৬হেনিং হল্ক লাৰছেন (Henning Holck-Larsen) ডেনমাৰ্ক কৰ্মস্থান:  ভাৰত
১৯৭৭ইউ.পি.এল.বি. কলেজ অফ এগ্ৰিকালচাৰ (UPLB College of Agriculture) ফিলিপাইন
১৯৭৮ছ'ৱেডজেটম'ক' (Soedjatmoko) ইণ্ডোনেছিয়া
১৯৭৯এছ'ছিয়েছন অফ ছাউথ-ইষ্ট এছিয়ান নেছন্‌চ (Association of Southeast Asian Nations) ইণ্ডোনেছিয়া
১৯৮০ছিগেহাৰু মাৎছুমোটো (Shigeharu Matsumoto) জাপান
১৯৮১অগষ্টাইন জং কাং (Augustine Joung Kang) কোৰিয়া
১৯৮৩এলয়ছিয়াছ স্বাৰ্জ (Aloysius Schwartz) আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:  কোৰিয়া
১৯৮৪জিৰো কাৱাকিটা (Jiro Kawakita) জাপান
১৯৮৫হেৰ'ল্ড ৰে ৱাটছন (Harold Ray Watson) ফিলিপাইন
১৯৮৬ইণ্টাৰনেছনেল ইন্‌ষ্টিটিউট অফ ৰুৰেল ৰি-কন্‌ষ্ট্ৰাক্‌ছন (International Institute of Rural Reconstruction) ফিলিপাইন
১৯৮৭ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm) বাংলাদেশ /  আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৮৮ডি ৰয়েল প্ৰজেক্ট (The Royal Project) থাইলেণ্ড
১৯৮৯এছিয়ান ইন্‌ষ্টিটিউট অফ টেক্‌ন'লজী (Asian Institute of Technology) থাইলেণ্ড
১৯৯১প্ৰেছ ফাউণ্ডেছন অফ এছিয়া (Press Foundation of Asia) ফিলিপাইন
১৯৯২ৱাছিংটন ছাইচিপ (Washington SyCip) ফিলিপাইন /  আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৯৩ন'ব'ৰু আয়ামুৰা (Noboru Iwamura) জাপান
১৯৯৪এডুৱাৰ্ড' জৰ্জ এঞ্জ'ৰেনা (Eduardo Jorge Anzorena) আৰ্জেণ্টিনা কৰ্মস্থান:  জাপান
১৯৯৫এছিয়ান ইন্‌ষ্টিটিউট অফ মেনেজমেণ্ট (Asian Institute of Management) ফিলিপাইন
১৯৯৬ট'ছিহিৰো টাকামি (Toshihiro Takami) জাপান
১৯৯৭ছাডাক' অ'গাটা (Sadako Ogata) জাপান
১৯৯৮ক'ৰাজ'ন একিন' (Corazon Aquino) ফিলিপাইন
২০০০জ'কিন আৰ্‌পুথাম (Jockin Arputham) ভাৰত
২০০১ইকুঅ' হিৰায়ামা (Ikuo Hirayama) জাপান
২০০২পম্‌নিয়ুন ছুনিম (Pomnyun Sunim) কোৰিয়া
২০০৩টেট্‌ছু নাকামুৰা (Tetsu Nakamura) জাপান
২০০৩ছেয়েই ট'য়'মা (Seiei Toyoma) জাপান
২০০৪লক্ষ্মীনাৰায়ণ ৰামদাস (Laxminarayan Ramdas) ভাৰত
২০০৪ইব্‌ন আব্দুৰ ৰেহমান (Ibn Abdur Rehman) পাকিস্তান
২০০৬ডা. ছন্দুক ৰুইট্‌ (Dr. Sanduk Ruit) নেপাল
২০০৭টেং ঝিয়াং (Tang Xiyang) চীন
২০০৮আহমদ ছায়াফিই মাৰিফ (Ahmad Syafi'i Maarif) ইণ্ডোনেছিয়া
২০০৯য়ু ঝিয়াগং (Yu Xiaogang) চীন
২০১০টাৰাট'ছি আকিবা (Tadatoshi Akiba) জাপান
২০১১কৌল পান্‌হা (Koul Panha) কম্বোডিয়া
২০১২চেন ছু-চু (Chen Shu-chu) টাইৱান
নেতৃত্ব (Emergent Leadership)
২০০১ঔং চেন্থল (Oung Chanthol) কম্বোডিয়া
২০০১ডিটা ইণ্ডা ছাৰি (Dita Indah Sari) ইণ্ডোনেছিয়া
২০০২সন্দীপ পাণ্ডে (Sandeep Pandey) ভাৰত
২০০৩এনিচেট' গুটেৰেছ লোপেজ (Aniceto Guterres Lopes) টিমুৰ লেষ্টে
২০০৪বেঞ্জামিন আবাডিয়ান' (Benjamin Abadiano) ফিলিপাইন
২০০৫য়ুন হাই-ৰেন (Yoon Hye-Ran) দক্ষিণ কোৰিয়া
২০০৬অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal) ভাৰত
২০০৭চেন গুৱাংচেং (Chen Guangcheng) চীন
২০০৭চুং ট' (Chung To) চীন
২০০৮আনন্দ গালাপ্পাট্টি (Ananda Galappatti) শ্ৰীলংকা
২০০৯কা ছ' ৱা (Ka Hsaw Wa) বাৰ্মা
২০১০
২০১১নীলিমা মিশ্ৰ (Nileema Mishra) ভাৰত
২০১১হৰিশ হাণ্ডে (en:Harish Hande) ভাৰত
২০১১কৌল পান্‌হা (Koul Panha) কম্বোডিয়া
২০১২ৰুৱিন্দ্ৰিজাৰ্ট' (Ruwindrijarto) ইণ্ডোনেছিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Clare Arthurs (2000-07-25). "Activists share 'Asian Nobel Prize'". BBC News. Archived from the original on 2018-12-25. https://web.archive.org/web/20181225130248/http://news.bbc.co.uk/2/hi/world/asia-pacific/851034.stm%20/default.stm আহৰণ কৰা হৈছে: 2008-02-20.
  2. Ann Bernadette Corvera (2003-10-08). "'03 RAMON MAGSAYSAY AWARDEES: A LEAGUE OF EXTRAORDINARY MEN & WOMEN". Philippine Star. Archived from the original on 2008-10-08. https://web.archive.org/web/20081008002505/http://www.newsflash.org/2003/05/si/si001665.htm আহৰণ কৰা হৈছে: 2008-02-21.


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]