মোচি (ইহুদী ধৰ্মগুৰু)
অৱয়ব
মোচি বা মোজেছ (Moses) (১৪শ–১৩শ শতিকাৰ খ্ৰীঃপূৰ্ব) আছিল হিব্ৰু ভাববাদী যিয়ে মিচৰৰ পৰা পলায়নৰ সময়ত ইজৰাইলীসকলক দাসত্বৰ পৰা মুক্ত কৰিছিল৷ তেওঁক ইহুদী আৰু চমৰীয়া ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নবী হিচাপে গণ্য কৰা হয় আৰু খ্ৰীষ্টান, ইছলাম, বাহাই বিশ্বাস আৰু অন্যান্য অব্ৰাহাম ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ ভাববাদী হিচাপে গণ্য কৰা হয়। বাইবেল আৰু কোৰআন দুয়োখন গ্ৰন্থ অনুসৰি ঈশ্বৰে মোচিক মোচিৰ বিধান নিৰ্দেশ দিছিল, যিটো তেওঁ তওৰাতৰ পাঁচখন কিতাপত লিখিছিল। মোচিয়ে Ten Commandments গ্ৰহণ কৰি Mosaic Law প্ৰতিষ্ঠা কৰে আৰু ইজৰাইলৰ ধৰ্মীয়, সামাজিক আৰু ন্যায়িক ভিত্তি স্থাপন কৰে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Story of Moses in the Bible, Britannica 14