সমললৈ যাওক

মৌচুমী আলিফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌচুমী আলিফা
জন্ম অসম, ভাৰত
পেচা অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী
জনা যায় ৰৈ ৰৈ বিনালে (২০২৫)


মৌচুমী আলিফা (ইংৰাজী: Mousumi Alifa) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী নৱাগত অভিনেত্ৰী, গায়িকা আৰু নৃত্যশিল্পী। তেওঁ ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সৰুৰে পৰাই সংগীত আৰু নৃত্যৰ প্ৰতি আগ্ৰহী মৌচুমী আলিফাই প্ৰথমতে কণ্ঠশিল্পী আৰু নৃত্যশিল্পী হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ২০২১ চনত তেওঁ জুবিন গাৰ্গৰ “মনৰে কইনা” নামৰ মিউজিক ভিডিঅ'ত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।[1] পিছত ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মাজত বিশেষভাবে পৰিচিত হয়।[1]

ফিল্মগ্ৰাফি

[সম্পাদনা কৰক]
  • ২০২৫ – ‘ৰৈ ৰৈ বিনালে’ (চলচ্চিত্ৰ)
  • ২০২১ – ‘মনৰে কইনা’ (মিউজিক ভিডিঅ')

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Mousumi Alifa Age, Wikipedia, Biography, Husband, Cast, Parents & Family Details" (en ভাষাত). CelefusionCelefusion.co.in. 2025-11-02. https://www.celefusion.co.in/2025/11/mousumi-alifa-age-wikipedia-biography.html?m=1। আহৰণ কৰা হৈছে: 2025-11-04. [সংযোগবিহীন উৎস]