মৌনা-হোদান আহমেদ
অৱয়ব
| মৌনা-হোদান আহমেদ | |
|---|---|
| জন্ম | ১৯৭২ জিবুটি |
| পেচা | লেখিকা, শিক্ষয়িত্ৰী |
| ভাষা | ফ্ৰেন্স, সোমালী |
| ৰাষ্ট্ৰীয়তা | জিবুটিয়ান |
| শিক্ষা | ফ্ৰান্সত উচ্চ শিক্ষা |
| ধৰণ | উপন্যাস |
| উল্লেখনীয় কৰ্মৰাজি | Les enfants du khat |
মৌনা-হোদান আহমেদ (ছোমালী: Muna Axmed, জন্ম ১৯৭২) এগৰাকী লেখিকা, যি জিবুটিৰ কমসংখ্যক মহিলা লেখিকাৰ ভিতৰত এগৰাকী।[1] পাঁচজন সন্তানৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা আহমেদে জিবুটিত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ফ্ৰান্সলৈ গৈ উচ্চ শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ নিজ দেশলৈ উভতি আহি শিক্ষাদান কৰিবলৈ আৰম্ভ কৰে।[2] তেওঁৰ প্ৰথম উপন্যাস, Les enfants du khat (লেছ এনফেণ্টছ ডু খাট), ২০০২ চনত প্ৰকাশিত হৈছিল।[3] ইয়াত জিবুটিৰ এগৰাকী যুৱতীৰ জীৱনৰ বৰ্ণনা কৰা হৈছে, যি এগৰাকী পৰিয়ালৰ ডাঙৰ কন্যা, যাৰ পিতৃ খাটৰ প্ৰতি আসক্ত। আনহাতে মাতৃগৰাকীয়ে পৰিয়াল পোহপাল দিবলৈ অক্লান্তভাৱে কাম কৰে।[4][5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Collectif; Dominique Auzias; Jean-Paul Labourdette (7 December 2010). Petit Futé Djibouti. Petit Futé. পৃষ্ঠা. 86–. ISBN 978-2-7469-2616-5. https://books.google.com/books?id=Fl_JSDteE0IC&pg=PA86.
- ↑ "Mouna-Hodan Ahmed". http://aflit.arts.uwa.edu.au/AhmedMouna.html। আহৰণ কৰা হৈছে: 15 November 2016.
- ↑ "Mouna-Hodan AHMED – Les enfants du khat". http://aflit.arts.uwa.edu.au/reviewfr_ahmed10.html। আহৰণ কৰা হৈছে: 15 November 2016.
- ↑ Amina Saïd Chiré: Djibouti contemporain. Editions Karthala 2013: S. 341. googlebooks
- ↑ সাঁচ:Webarchiv La Nation. (quotidien djiboutien) 3. Mai 2016.
- ↑ Hibo Moumin Assoweh: Émergence de la littérature djiboutienne d’expression française: Panorama diachronique et typologies des textes littéraires: Histoire, Thèmes et Poétiques de l’écriture du No Man’s Land. PAF 2015.