মৰঙি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


মৰঙি অসমগোলাঘাট জিলাৰ অন্তৰ্গত এখন ঠাই। মৰঙি গোলাঘাট জিলাৰ আন এটা ৰাজহ চক্ৰ। এই চক্ৰৰ অন্তৰ্গত এশ' (১০০)খন গাঁও আছে। লাটৰ সংখ্যা আঁঠটা।

মৰঙি অঞ্চলটো ঐতিহাসিকভাবেও জনাজাত।