সমললৈ যাওক

মৰিকলং বিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰিকলং বিল
Morikalong Beel
স্থান মৰিগাঁও জিলা, অসম, ভাৰত

মৰিকলং বিল (ইংৰাজী: Morikalang Beel) অসমৰ মৰিগাঁও জিলাত অৱস্থিত ইংৰাজী বৰ্ণমালাৰ ইউ-আকৃতি (U-shaped)ৰ এখন বিল বা হ্ৰদ। এই বিলখন ৰাইনা পথাৰ গাঁও আৰু বুঢ়াগাঁওদ্বাৰা পৰিবেষ্টিত হৈ আছে।[1]

মীন পালন ব্যৱস্থাপনা

[সম্পাদনা কৰক]

এই বিলখনে পানীৰ সমতা নিয়ন্ত্ৰণ কৰে আৰু মাছ তথা অন্যান্য জলজ প্ৰাণী সংগ্ৰহৰ বাবে জনাজাত।[2]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "Ecology and fisheries of beels in Assam" (en ভাষাত). Central Inland Fisheries Research Institute. http://cifri.res.in/Bulletins/Bulletin%20No.104.pdf। আহৰণ কৰা হৈছে: 28 November 2020.
  2. ↑ "Nagaon Fishery Office building inaugurated" (en ভাষাত). Assam Times. https://www.assamtimes.org/node/5495। আহৰণ কৰা হৈছে: 28 November 2020.