মৰিয়নী (বিধানসভা সমষ্টি)
অৱয়ব
মৰিয়নী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০১ হৈছে মৰিয়নী বিধানসভা সমষ্টিৰ ক্ৰমাংক। মৰিয়নী যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাৰ যোৰহাট, টীয়ক, তিতাবৰ, মাজুলী জিলাৰ মাজুলী আৰু শিৱসাগৰ জিলাৰ সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা।
বিধায়কসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | নাম | দল | |
|---|---|---|---|
| ১৯৬৭ | গজেন তাঁতি | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | |||
| ১৯৭৮ | |||
| ১৯৮৩ | শিৱ বুঢ়াগোঁহাই | ||
| ১৯৮৫ | নৰেন তাঁতি | নিৰ্দলীয় | |
| ১৯৯১ | ৰূপম কুৰ্মী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | |||
| ২০০১ | |||
| ২০০৪^ | অলক কুমাৰ ঘোষ | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ | |
| ২০০৬ | ৰূপজ্যোতি কুৰ্মী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | |||
| ২০১৬ | |||
| ২০২১ | |||
| ২০২১^ | ভাৰতীয় জনতা পাৰ্টী | ||
^চিহ্ন উপ-নিৰ্বাচনসমূহ বুজায়