সমললৈ যাওক

যদু ভট্ট (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যদু ভট্ট
পৰিচালক নিৰেন লাহিড়ী
ৰচনা নিতাই ভট্টাচাৰ্য
চিত্ৰনাট্য নিতাই ভট্টাচাৰ্য
প্ৰযোজক চানৰাইজ ফিল্মছ
অভিনয়ত বসন্ত চৌধুৰী
ছবি বিশ্বাস
অজিত প্ৰকাশ
চিত্ৰগ্ৰহণকাৰী বিজয় ঘোষ
সম্পাদনা সন্তোষ গংগোপাধ্যায়
পৰিবেশক নন্দন পিকচাৰ্ছ লিঃ
মুক্তি
১৬ নৱেম্বৰ ১৯৫৪ (1954-11-16)
দৈৰ্ঘ্য
২০২ মিনিট
দেশ ভাৰত
ভাষা বঙালী

যদু ভট্ট (ইংৰাজী: Jadu Bhatta) ১৯৫৪ চনত নিৰ্মিত আৰু নীৰেন লাহিৰীৰ দ্বাৰা পৰিচালিত এখন বঙালী ভাষাৰ ভাৰতীয় সংগীতধৰ্মী চলচ্চিত্ৰ। ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য নিতাই ভট্টাচাৰ্যই লিখিছে। ইয়াত বসন্ত চৌধুৰীয়ে নাম ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে ছবি বিশ্বাস, অজিত প্ৰকাশ, আৰু নীতিশ মুখাৰ্জীয়ে। যদু ভট্টৰ সংগীত ৰচনা জ্ঞান প্ৰকাশ ঘোষৰ।[1]

১৯৫৪ চনৰ ১৬ নৱেম্বৰত ছবিখন মুক্তি পায়।[2] ছবিখনে দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰে।[3]

ঊনবিংশ শতিকাত বংগত জন্মগ্ৰহণ কৰা বিষ্ণুপুৰ ঘৰানাৰ[4][5] এজন শাস্ত্ৰীয় সংগীতজ্ঞ যদু ভট্ট বা যদুনাথ ভট্টাচাৰ্যৰ জীৱনৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে। কবিৰ ভাষাত যদু ভট্ট " ঐশ্বৰিক হাতৰ গৰাকী " আছিল।[6]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • বসন্ত চৌধুৰী (যদু ভট্ট)
  • সমৰ কুমাৰ (ল’ৰা যদু ভট্ট)
  • ছবি বিশ্বাস (গংগাধৰ চক্ৰৱৰ্তী)
  • অজিত প্ৰকাশ (ৰাম শংকৰ ভট্টাচাৰ্য)
  • নিতিশ মুখাৰ্জী (আলি বক্স)
  • প্ৰশান্ত কুমাৰ (সব্বিৰ খান)
  • ৰঞ্জন মুখাৰ্জী (কাছেম আলী)
  • ব্ৰতীন ঠাকুৰ (মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰ)
  • তুলসী চক্ৰৱৰ্তী
  • অনুভা গুপ্ত
  • যমুনা সিংহ (ৰাবেয়া)
  • ৰাণী বেনাৰ্জী (ৰতন বাই)
  • অপৰ্ণা দেৱী (বেগম চাহেবা)

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Bilingual E-archive Digital Platform for Bengal's Cinema". Bengal Film Archive. https://www.bengalfilmarchive.com/filmography-details.php?t=NjAw.
  2. "Jadu Bhatta". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movie-details/jadu-bhatta/movieshow/66746849.cms.
  3. Directorate of Film Festivals(DFF), http://dff.nic.in/2011/2nd_nff_1955.pdf
  4. "Jadu Bhatta's 177-year-old tanpura finds place in Indian Museum". The Times of India. 24 November 2012. https://timesofindia.indiatimes.com/city/kolkata/jadu-bhattas-177-year-old-tanpura-finds-place-in-indian-museum/articleshow/17344385.cms.
  5. Saṃsada bāṅgālī caritābhidhāna. 1 (Saṃśodhita 5. saṃskaraṇa, 2. mudraṇa সম্পাদনা). প্ৰকাশক Kalakātā: Sāhitya Saṃsada. 2013. পৃষ্ঠা. 600. ISBN 978-81-7955-135-6.
  6. "যদুভট্টেৰ থেকে পালিয়ে বেড়াতেন ৰবীন্দ্ৰনাথ, স্বীকাৰ কৰেছেন নিজেৰ গানেৰ সীমাবদ্ধতাও - Prohor" (en ভাষাত). যদুভট্টেৰ থেকে পালিয়ে বেড়াতেন ৰবীন্দ্ৰনাথ, স্বীকাৰ কৰেছেন নিজেৰ গানেৰ সীমাবদ্ধতাও - Prohor. Archived from the original on 2025-02-13. https://web.archive.org/web/20250213083121/https://www.prohor.in/jadunath-bhattacharya-taught-music-to-rabindranath-tagore-in-his-young-age আহৰণ কৰা হৈছে: 2025-04-05.

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]